Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি

ৰাণী কেমিলাই আৰণ্যকক প্ৰদান কৰিলে সন্মানীয় মাৰ্ক শ্বাণ্ড বঁটা

publisher by publisher
May 15, 2025
in News, Assam
Reading Time: 1 min read
0
Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

ডিচেম্বৰতে আহি পাব পৃথিৱীৰ শেষ দিনটো!

অহা বছৰ অসমত প্রদর্শিত হ’ব শংকৰদেৱৰ বৃন্দাৱনী বস্ত্ৰ

Bindabani Bastra:আনিবলৈ আজি চুক্তি ব্রিটিছ মিউজিয়ামৰে

Aaranyak Award:

উত্তৰ পূৱ ভাৰতত এছিয়ান হাতীৰ সংৰক্ষণৰ ক্ষেত্ৰত কৰা উৎকৃষ্ট কামৰ স্বীকৃতি স্বৰূপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকলৈ ব্ৰিটেইনৰ প্ৰসিদ্ধ দাতব্য সংস্থা “এলিফেণ্ট ফেমিলি”য়ে আগবঢ়োৱা অতি সন্মানীয় “মাৰ্ক শ্বাণ্ড বঁটা” ১৩ মে’ত প্ৰদান কৰা হয়।

ADVERTISEMENT

লণ্ডনৰ কিউস্থিত ৰয়েল বটানিক গাৰ্ডেনত আয়োজিত “ৱাণ্ডাৰছ অৱ দ্য ৱাইল্ড” শীৰ্ষক এক আড়ম্বৰপূৰ্ণ আৰু বিভিন্ন ক্ষেত্ৰৰ তাৰকাৰে ভৰি থকা অনুষ্ঠানত “এলিফেণ্ট ফেমিলি”ৰ যুটীয়া সভাপতিদ্বয় মহামহিম ৰজা চাৰ্লছ আৰু ৰাণী কেমিলাৰ পৰা আৰণ্যকৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মুৰব্বী, জ্যেষ্ঠ বিজ্ঞানী ড: বিভূতি প্ৰসাদ লহকৰে সংস্থাটোৰ হৈ বটাঁটো গ্ৰহণ কৰে ।

aarayank 2এই বঁটা প্ৰদান উপলক্ষে আয়োজিত “ৱাণ্ডাৰছ অৱ দ্য ৱাইল্ড” শীৰ্ষক অনুষ্ঠানত এইচ আৰ এইচ ৰাজকুমাৰী বিয়েট্ৰিচ, লেডী মেৰিনা উইণ্ডছৰ, ব্ৰাজিলৰ ফুটবলাৰ ৰোনাল্ডো নাজাৰিঅ’, অভিনেতা এড ৱেষ্টউইক আৰু এমি জেকচন আৰু গায়িকা ছফী এলিছ-বেক্সটাৰ প্ৰমুখ্যে ২৫০ গৰাকী তাৰকা উপস্থিত থাকে ।

ইংৰাজী ভ্ৰমণ লেখক আৰু সংৰক্ষণবিদ, ৰাণীৰ ভাতৃ মাৰ্ক শ্বাণ্ড “এলিফেণ্ট ফেমিলি”ৰ প্ৰতিস্থাপক আছিল । ২০১৪ চনত ৬২ বছৰ বয়সত মৃত্যুবৰণ কৰা শ্বেণ্ডে চাৰিখন ভ্ৰমণ গ্ৰন্থ ৰচনাৰ লগতে বিবিচিৰ একাধিক তথ্যচিত্ৰত অভিনয় কৰিছিল । এইবোৰৰ বেছিভাগেই আছিল হাতী সংৰক্ষণৰ বিষয়ক । তেওঁ “ট্ৰেভেলছ অন মাই এলিফেণ্ট” নামৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থখনৰ বাবে ১৯৯২ চনত “ব্ৰিটিছ বুক এৱাৰ্ডছ”ত “ট্ৰেভেল ৰাইটাৰ অৱ দ্য ইয়েৰ” বঁটা লাভ কৰিছিল ।

অনুষ্ঠানত অতিথিসকলক সম্বোধি দিয়া ভাষণত ৰজা চাৰ্লছে কয় যে এই অনুষ্ঠনটো কেৱল হাতীৰ উদ্ধাৰৰ হকে কাম কৰি থকা ব্যক্তিসকলকে নহয়, অন্যান্য প্ৰজাতিৰ উদ্ধাৰৰ বাবে কাম কৰি থকা সকলকো বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ এটা সুযোগ । আমি প্ৰকৃতিৰ পৰা লোৱা আৰু আহৰণ কৰা খিনিৰ বিপৰীতে আমাক বৰ্তাই ৰাখিবলৈ প্ৰকৃতিক সক্ষম কৰি ৰখাৰ বাবে আমি প্ৰকৃতিক কিবা এটা প্ৰতিদান দিয়া প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে ।

বঁটা গ্ৰহণ কৰি ড০ বিভূতি প্ৰসাদ লহকৰে ভাৰতৰ উত্তৰ-পূব অংশত এছিয়ান হাতীৰ অৱশিষ্ট খিনিক বচাই ৰাখিবলৈ চলোৱা আৰণ্যকৰ প্ৰয়াসৰ অংশীদাৰ হোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু কয়, “বন্যহস্তী আৰু স্থানীয় সমূদায়ৰ সহাৱস্থানক উদগনিৰ জৰিয়তে মানৱ-হাতী সংঘাত লাঘৱ কৰাৰ উদ্দেশ্যে বহুমুখী পন্থাৰে অক্লান্ত আৰু ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ আৰণ্যক প্ৰতিশ্ৰুতিবদ্ধ ।”

আৰণ্যকৰ সচিব প্ৰধান ড০ লহকৰে লগতে কয় যে আৰণ্যকৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগটো উত্তৰ-পূব ভাৰতত এছিয়ান হাতী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা অন্যতম মূল গোট । ইয়াৰ অধীনত ইতিমধ্যে হাতী সংৰক্ষণৰ ২০ বছৰীয়া পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে । ইয়াত হাতী আৰু ইয়াৰ বাসভূমিৰ দীৰ্ঘম্যাদী সংৰক্ষণৰ উদ্দেশ্যে মানৱ-হাতী সহাৱস্থানক উদগনি যোগোৱা, পাৰিপাৰ্শ্চিক অধ্যয়ন, বাসভূমিৰ পুনৰুদ্ধাৰ, সংৰক্ষণ শিক্ষা আৰু মানৱ-হাতী সংঘাতত ক্ষতিগ্ৰস্ত মানুহক বিকল্প জীৱিকাৰ সন্ধান দিয়া আদি বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: araranyakBibhuti prasad TalukdarElephant FamilyLondonSpl Award
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d