Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অহা বছৰ অসমত প্রদর্শিত হ’ব শংকৰদেৱৰ বৃন্দাৱনী বস্ত্ৰ

publisher by publisher
November 18, 2025
in News, Assam
Reading Time: 1 min read
0
অহা বছৰ অসমত প্রদর্শিত হ’ব শংকৰদেৱৰ বৃন্দাৱনী বস্ত্ৰ
1
SHARES
11
VIEWS
ShareShareShareShare

The British Museum:✒️আগন্তুক বৰ্ষত অসমলৈ প্ৰদৰ্শনৰ বাবে অনা হ’ব অসমীয়াৰ গৌৰৱময় সভ্যতাৰ প্ৰতীক বৃন্দাবনী বস্ত্র। কালি লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত এই সম্পৰ্কত অসম চৰকাৰ আৰু সংগ্ৰহালয় কর্তৃপক্ষৰ মাজত ‘লেটাৰ অৱ ইন্টেন্ট’ স্বাক্ষৰিত হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়।

ADVERTISEMENT

এই সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়,’অসমৰ ঐতিহ্য, অতিকৈ আপুৰুগীয়া সম্পদ অসমৰ ভূমিলৈ উভতি আহিব আৰু অসমবাসীয়ে এই পরিত্র বস্তুভাগি দৰ্শন কৰিব। গতিকে আজিৰ দিনটো আমাৰ বাবে সদায় স্মৰণীয় হৈ ৰ’ব। ব্রিটিছ মিউজিয়ামত থকা এই সম্পদবিধ অসমলৈ বিশেষ কিছু নিয়মৰ মাজেৰে সীমিত সময়ৰ বাবেহে অনা হ’ব। এই বার্তাই নিশ্চিতকৈ জাতীয় জীৱন তথা ভাৰতবাসীকো গৌৰৱান্বিত কৰিব।’

RelatedPosts

ডিচেম্বৰতে আহি পাব পৃথিৱীৰ শেষ দিনটো!

Bindabani Bastra:আনিবলৈ আজি চুক্তি ব্রিটিছ মিউজিয়ামৰে

প্ৰব্ৰজনবিৰোধী সমদলক কেন্দ্ৰ কৰি সংঘাতময় পৰিৱেশ লণ্ডনৰ ৰাজপথত

মুখ্যমন্ত্ৰীয়ে লগতে সদৰী কৰে যে অসমৰ বাদেও বস্তুভাগি দিল্লী আৰু মুম্বাইত প্ৰদৰ্শনৰ বাবেও ৰাজ্য চৰকাৰে প্ৰচেষ্টা চলাব। ইয়াৰ জৰিয়তে অসমৰ গৌৰৱময় সভ্যতাৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰ হ’ব। উল্লেখ্য যে ১৫০০ শতিকাৰ শেষভাগত আৰু ১৬০০ শতিকাৰ আগভাগত কোচ ৰজা মহাৰাজ নৰনাৰায়ণৰ আগ্ৰহ অনুসৰি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে এই বস্তু প্ৰস্তুত কৰিছিল। ভাগৱতৰ সমস্ত বর্ণনা উল্লেখ থকা এই বস্ত্ৰ বৈ উলিওৱাৰ দায়িত্ব গুৰুজনাই তেওঁৰ অন্যতম প্রিয় শিষ্য মথুৰাদাস বুঢ়া আতাক অর্পণ কৰিছিল।

গুৰুৰ আজ্ঞা অনুসৰি বুঢ়াআতাই বৰপেটাৰ শিপিনীৰ হাতেৰে এই বৃহৎ আকাৰৰ বস্তুখন বৈ উলিয়াইছিল। বস্ত্রখন দীঘলে আছিল ১২০ হাত আৰু বহল আছিল ৬০ হাত। বস্ত্রখন বৈ উলিওৱাৰ পাছত গুৰুজনাই মহাৰাজক অর্পণ কৰিছিল। পৰৱৰ্তী সময়ত হাতবাগৰি বস্ত্ৰখন খণ্ড বিখণ্ড হয়।

তাৰে কে’বাটাও অংশ বিশ্বৰ কে’বাটাও প্রসিদ্ধ সংগ্রহালয়ত সংৰক্ষিত হৈ আছে। সেইবোৰৰ ভিতৰত ব্রিটিছ মিউজিয়ামৰ অংশটোৱে সর্বাধিক প্ৰচাৰ লাভ কৰি আহিছে। সেয়াই অসমলৈ প্ৰদৰ্শনৰ বাবে আনিবলৈ আজি ৰাজ্য চৰকাৰে চুক্তিত স্বাক্ষৰ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: LondonThe British Museum
publisher

publisher

Related Posts

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
News

April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা
News

Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

April 24, 2026
Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
News

Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d