Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

হাতী-মানুহৰ সংঘাত, তিনিখনকৈ জিলাত চিহ্নফলক স্থাপন আৰণ্যকৰ

দেশৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org) এছ বি আই ফাউণ্ডেশ্যনৰ সহযোগত চলিত বৰ্ষৰ অক্টোবৰ আৰু নৱেম্বৰ মাহত ওদালগুৰি, বাক্সা আৰু তামুলপুৰ জিলাৰ কেতবোৰ নিৰ্দিষ্ট গুৰুত্বপূৰ্ণ স্থানত ২০ যোৰকৈ চিহ্নফলক স্থাপনৰ কাম সম্পূৰ্ণ কৰে

publisher by publisher
December 6, 2024
in Assam, News
Reading Time: 1 min read
0
চিহ্নফলক
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

Aaranyak:মানৱ-হাতী সংঘাত প্ৰশমনত সহায়ৰ পদক্ষেপ

Dr. Bibhab Kr. Talukdar : সংৰক্ষণ ক্ষেত্ৰলৈ উৎকৃষ্ট অৱদানৰ বাবে ড: বিভৱ কুমাৰ তালুকদাৰলৈ অসমৰ বন বিভাগৰ প্ৰশংসা পত্ৰ

ৰাজ্য়জুৰি হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে । শেহতীয়াকৈ মানৱ আৰু হাতীৰ সংঘাত প্ৰশমনৰ বাবে ভিন্ন সংস্থাই  বিভিন্ন পদক্ষেপ অব্যাহত ৰখাৰ সময়তে দেশৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org) এছ বি আই ফাউণ্ডেশ্যনৰ সহযোগত চলিত বৰ্ষৰ অক্টোবৰ আৰু নৱেম্বৰ মাহত ওদালগুৰি, বাক্সা আৰু তামুলপুৰ জিলাৰ কেতবোৰ নিৰ্দিষ্ট গুৰুত্বপূৰ্ণ স্থানত ২০ যোৰকৈ চিহ্নফলক স্থাপনৰ কাম সম্পূৰ্ণ কৰে ।

ADVERTISEMENT

এই চিহ্ন ফলকসমূহে মানৱ-হাতী সংঘাত প্ৰভাৱিত অঞ্চলসমূহত সজাগতা আৰু সুৰক্ষা বৃদ্ধিৰ লগতে মানৱ আৰু বন্যহস্তীৰ সহাৱস্থানত উদগনি যোগোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ।

হস্তী সংৰক্ষণ নেটৱৰ্ক (ই চি এন)ৰ সদস্য, স্থানীয় লোক আৰু বন বিভাগৰ পৰামৰ্শৰ ভিত্তিত আৰু ক্ষেত্ৰ জৰীপ আৰু অন্যান্য তথ্যৰ আধাৰত চিনাক্ত কৰা হস্তীদণ্ডীৰ নিৰ্দিষ্ট স্থানত এই চিহ্নফলকসমূহ স্থাপন কৰা হৈছে ।

অঞ্চলসমূহৰ ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যতাৰ সৈতে সংগতি ৰাখি আৰু বৃহৎ সংখ্যক লোকে বুজিব পৰাকৈ ইংৰাজী, অসমীয়া আৰু বড়ো ভাষাত চিহ্ন ফলকসমূহ প্ৰস্তুত কৰা হৈছে । মনদীপ বসুমতাৰী, অভিজিত শইকীয়া, বিকাশ টোছা আৰু প্ৰদীপ বৰ্মনক লৈ গঠিত আৰণ্যকৰ এটা একনিষ্ঠ দলে স্থানীয় লোকৰ সহায়ত এই চিহ্নফলক স্থাপনৰ কাম সম্পন্ন কৰে ।

এই চিহ্ন ফলকবোৰে স্থানীয় লোক আৰু ভূটানৰ পৰা অহা লোককে ধৰি সকলো ভ্ৰমণকাৰীক সংবেদনশীল অঞ্চলবোৰত সাৱধানতা অৱলম্বন কৰাত সহায় কৰিব । আগতীয়া সতৰ্কীকৰণে বন্যহস্তীৰ সৈতে মানুহৰ হঠাৎ মুখামুখি হোৱাৰ ঘটনা যঠেষ্ট হ্ৰাস কৰে বুলি বৈজ্ঞানিক গৱেষণাত প্ৰমাণ হৈছে ।

চিহ্নফলক

মানুহক আগতীয়াকৈ সতৰ্ক কৰাৰ লগতে এই ব্যৱস্থাই স্থানীয় লোকসকলক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা আৰু হস্তীদণ্ডীৰ পাৰিপাৰ্শ্চিক গুৰুত্বৰ বিষয়ে সোঁৱৰাই দিয়াৰো কাম কৰে । চিহ্নফলক স্থাপনৰ উদ্দেশ্য আৰু গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰাৰ বাবে আৰণ্যকে স্থানীয় লোকসকলক লৈ এলানি সজাগতামূলক আৰু মত-বিনিময় কাৰ্যসূচীৰো আয়োজন কৰে । এই কাৰ্যসূচীলানিত চিহ্নফলকৰ স্থাপনে কিদৰে বিপদৰ আশংকা হ্ৰাস, জীৱন ৰক্ষা আৰু জীৱিকা সুৰক্ষিত কৰে তাৰ ওপৰত আলোকপাত কৰা হয় ।

চিহ্নফলকৰ স্থাপনে মানৱ-হাতী সংঘাতৰ একমাত্ৰ সমাধান নহয় যদিও এই ব্যৱস্থাই হাতীৰ আৱাসভূমিৰ পুনৰুদ্ধাৰ, বিকল্প জীৱিকা কাৰ্যসূচী আৰু পশুৱে খাদ্য হিচাপে গ্ৰহণ নকৰা শস্যৰ খেতিত উদগনিকে ধৰি মানুহ আৰু হাতীৰ সহাৱস্থানৰ বৃহত্তৰ ৰণকৌশলৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে কাম কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aaranyakman elephant conflictজৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থাবড়ো ভাষা
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d