Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Waqf Bill:ৱাক্‌ফ আইনৰ ধাৰাবাহিক শুনানিৰ পাছত সংৰক্ষিত ৰখা হ’ল ৰায়দান

সংশোধিত আইন কিয় স্থগিত কৰাৰ যোগ্য সেয়া ন্যায়ালয়ক বুজাব লাগিবঃ ক'লে মুখ্য ন্যায়াধীশে

publisher by publisher
May 23, 2025
in India, News
Reading Time: 2 mins read
0
Supreme Court:ৱাক্‌ফ পৰিষদত সিংহভাগ সদস্য অমুছলমান কিয় তাকে লৈ প্রশ্ন
1
SHARES
13
VIEWS
ShareShareShareShare

Waqf Bill:

উচ্চতম ন্যায়ালয়ত বৃহস্পতিবাৰে একেৰাহে তৃতীয়দিনৰ বাবে সম্পন্ন হয় সংশোধিত ৱাক্‌ফ আইন স্থগিতকৰণৰ আৱেদনৰ শুনানি। শুনানি কালত পূৰ্বৰ মন্তব্যৰ পৰা পিছ হোঁহকিলে দেশৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই।

ADVERTISEMENT

ৱাক্‌ফ ব’ৰ্ডৰ স’তে হিন্দু ধর্মীয় দেবোত্তৰ সম্পত্তি ব’ৰ্ডৰ পাৰ্থক্য বুজাবলৈ গৈ তেওঁ দাবী কৰে যে হিন্দু ধর্মীয় দেবোত্তৰ ব’ৰ্ডসমূহ কেৱল ধর্মীয় কামতহে যুক্ত। অৱশ্যে ৱাকফ ব’ৰ্ড বিভিন্ন ধৰ্মনিৰপেক্ষ কামৰ স’তে জড়িত। হিন্দু দেৱোত্তৰ ব’ৰ্ডক লৈ এই মন্তব্য যে ভুল আছিল বৃহস্পতিবাৰৰ শুনানি কালত এই কথা স্বীকাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাই। ইপিনে, শুনানিৰ অন্ত পৰে আবেদনকাৰীৰ যুক্তি প্রদর্শনৰে। তৃতীয় দিনাৰ শুনানিৰ অন্তত মুখ্য ন্যায়াধীশ গাভাইৰ নেতৃত্বত দুজনীয়া বিচাৰপীঠে অন্তর্বর্তী ৰায়দান সংৰক্ষিত ৰাখে।

RelatedPosts

Supreme Court:অহা পাঁচ মে’ৰ পৰা ‘কা’ৰ আইনী বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত শুনানি

PIL:মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত পি আই এল দাখিল প্ৰাক্তন উপ-ৰাজ্যপাল সহ ১২ গৰাকী বিশিষ্ট ব্যক্তিৰ

Pvt .Hospital:সেনা শিৱিৰৰ কাষত ব্যক্তিগত চিকিৎসালয় নিৰ্মাণৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ ভাৰতীয় সেনা

বুধবাৰে মেহতাই কৈছিল যে ৱাক্‌ফ হৈছে ইছলামিক ধাৰণা আৰু ই ইছলাম ধর্মৰ আৱশ্যকীয় অংশ নহয় আৰু সেয়েহে ই এক মৌলিক অধিকাৰ নহয়। এই ক্ষেত্ৰত যুক্তি দর্শায় জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে ন্যায়ালয়ত কয়, ‘ৱাকফ হৈছে ঈশ্বৰৰ প্ৰতি উৎসর্গা, মৃত্যুৰ পাছৰ পৰ্যায়ৰ বাবে। আন ধর্মসমূহৰ বিপৰীতে ৱাক্‌ফ হৈছে ঈশ্বৰলৈ নহয়।’ ৱাক্‌ফ এক দাতব্য দান-বৰঙণি আৰু ইয়াক ইছলামৰ পৰা পৃথক কৰিব লাগিব। কিয়নো ই ধর্মটোৰ অংগাংগী অংশৰ নহয়। ই হৈছে ঈশ্বৰৰ প্রতি আধ্যাত্মিক সুবিধা বা উপকাৰ বাবে কৰা উৎসর্গা। এয়ে আছিল বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত ৱাকফ সম্পত্তিক লৈ হোৱা শুনানিৰ মূল বাদানুবাদ। আবেদনকাৰীয়ে কয় যে ৱাক্‌ফ আইনে মৌলিক অধিকাৰ খৰ্ব কৰিছে।

ইপিনে, ন্যায়ালয়ে আঙুলিয়াই দিয়ে যে ‘ধর্মীয় দান-বৰঙণি ইছলামৰ স্বকীয় নহয়’। হিন্দু ধর্মতো ‘মোক্ষ’ৰ কথা আছে। মুখ্য ন্যায়াধীশ বি আৰ গাভায়ে কয় যে দাতব্য আন ধর্মসমূহৰো মৌলিক ধাৰণা। দুজনীয়া বিচাৰপীঠৰ আনজন ন্যায়াধীশ আগষ্টিন জর্জ মাছিহে খ্রীষ্ট ধর্মত থকা আন এক ব্যৱস্থাৱলীৰ কথা উল্লেখ কৰি কয়, ‘আমি সকলোবে স্বর্গলৈ যাবলৈ চেষ্টা কৰো।’ মুখ্য ন্যায়াধীশ গাভায়ে আন ধর্মতো একে ধৰণৰ দাতব্যৰ কাম-কাজ আছে বুলি কোৱাৰ পাছত ছিবালে কয়, ‘অন্যান্যসকলৰ এনে দাতব্য দান-বৰঙণি সম্প্ৰদায়ৰ বাবে। কিন্তু এই ক্ষেত্ৰত (বাকফ) ই ঈশ্বৰলৈ উৎসর্গা। এবাৰ দিয়াৰ পাছত তাক ওভতাই ল’ব নোৱাৰি।’ মুখ্য ন্যায়াধীশে হিন্দু ধর্মত থকা মোক্ষ প্রাপ্তিৰ কথা ছিবালে ইযাত হয়ভৰ দিয়ে।

ৱাকফ ব’ৰ্ডত কিয় অমুছলমান সদস্য থাকিব তাকে লৈ প্রথমদিনাৰ পৰাই আবেদনকাৰীৰ অধিবক্তাসকলে প্রশ্ন কৰিছিল। হিন্দু ধর্মীয় দেবোত্তৰ সম্পত্তি সংক্রান্তীয় ব’ৰ্ডত সাধাৰণতে হিন্দু লোকেই সদস্য থাকে। এই ভাষ্যও ন্যায়ালয়ত প্রকাশিত হয়। আবেদনকাৰীৰ পক্ষৰ অন্যতম জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে কয় যে ৱাকফ দৰাচলতে ধর্মীয় বিষয়। ইয়াৰ পাছত বুধবাৰে কেন্দ্ৰৰ ভাষ্য শুনে বিচাৰপীঠে। ৱাকফ যে কেৱল ধর্মীয় বিষয় নহয়, বিভিন্ন ধৰ্মনিৰপেক্ষ কামৰ স’তে জড়িত তাৰ ব্যাখ্যা দিবলৈ চেষ্টা কৰে মেহতাই। তেওঁ বুধবাৰে কয় যে হিন্দু ধর্মৰ দান সংক্রান্তীয় ব’র্ড কেবল ধর্মীয় কামৰ স’তে যুক্ত। অবশ্যে ৱাকফ সম্পত্তি বিভিন্ন ধর্মীয় কামত ব্যৱহাৰ কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৱাকফ সম্পত্তিত হাস্পতাল, অনাথ আশ্রম, বিদ্যালয় আদি নির্মাণ কৰা হয়।

অৱশ্যে বৃহস্পতিবাৰে তেওঁ এই মন্তব্য যে ভুল আছিল সেয়া মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত স্বীকাৰ কৰে। তেওঁ কয়, ‘বুধবাৰে মই এটা ভুল মন্তব্য কৰিছিলো, হিন্দু দাতব্য ব’র্ডসমূহত ধর্মীয় আৰু দাতব্যৰ কাম-কাজ দুয়োটাব স’তে জড়িত, মই কেৱল ধর্মীয় দিশটোৰ কথাহে কৈছিলো।’ দৰাচলতে ৱাক্‌ক ব’ৰ্ডক কিয় ধর্মনিৰপেক্ষ বুলি ব্যাখ্যা কৰাৰ প্ৰয়োজন আছে এই প্রশ্ন কালি মেহতাই উত্থাপন কৰি ব্যাখ্যা কৰে যে ৱাক্‌ফ সম্পত্তিত স্কুল বা অনাথ আশ্রম নিৰ্মাণ হ’ব পাৰে। এনে বহু ধৰ্মনিৰপেক্ষ প্রতিষ্ঠান নির্মাণ কৰে। যিহেতু অমুছলমানসকলৰ সুবিধাৰ বাবেও ৱাক্‌ফ সম্পত্তি ব্যৱহাৰ কৰিব পাৰি, গতিকে ৱাক্‌ফ পৰিষদত অমুছলমান সদস্যক স্থান দিব পাৰি বুলি তেওঁ বুধবাৰে যুক্তি দর্শইছিল। লগতে কৈছিল যে ৱাকফ ইছলাম ধৰ্মৰ আৱশ্যকীয় অংশ হয়।

গুচৰীয়া পক্ষৰ জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধাবানে কয় যে ৱাকফৰ আৱশ্যকীয়তা তাৰু অংগাংগিতা ইতিমধ্যে প্রতিষ্ঠিত হৈছে। ই হৈছে দাতব্যৰ অংশ আৰু ইছলামৰ পাঁচটা স্তম্ভৰ অংশ। মুখ্য ন্যায়াধীশে মুখত হাঁহিৰ পৰশ বোলাই কয় যে সকলোৱে কয় যে স্বৰ্গলৈ যাব বিচাৰে কিন্তু এই স্বর্গ আছে নে নাই নজনাকৈ স্বৰ্গলৈ যাবলৈ বিচাৰে। আবেদনকাৰীৰ হৈ অধিবক্তা এ এম ডাৰে কয়, ‘তেওঁ জম্মু-কাশ্মীৰৰ পৰা আহিছে।’ তেওঁ কয়, ‘ৱাকফ শব্দটো উৎপত্তি হৈছে আৰবিক শব্দ ৱাকফাৰ পৰা। ইয়াৰ অর্থ হৈছে বান্ধি পেলোৱা, ৰখাই দিয়া, ধৰি ৰখা অথবা বান্ধি পেলোৱা।’ অর্থাৎ ইয়াৰ অর্থ বন্ধন। তেওঁ কয়, ‘এজন লোকে যিমান বেছি ৱাকফাৰ দান দিয়ে, সিমানেই তেওঁ আল্লাহৰ ওচৰলৈ যায়।’ ডাৰে কয় যে ই হৈছে এক ধাৰাবাহিক দাতব্য কাৰ্য আৰু ইছলামৰ আধাৰশিলা। তেওঁ কয়, ‘হিজৰী ৱাক্‌ফ পয়গম্বৰে নিজে আৰম্ভ কৰা।’ তেওঁ এইদৰে কয় যে জম্মু-কাশ্মীৰত বাক্‌ফ্ফৰ কোনো পঞ্জীয়নৰ ব্যৱস্থা নাই। ৰাজ্যখনত ৱাকফৰ বহু মছজিদ আছে।’

পূৰ্বৰ শুনানিত ছলিচিটৰ জেনেৰেলে যৌথ সংসদীয় সমিতিৰ প্রতিবেদনক লৈ মন্তব্য কৰিছিল। এই সন্দৰ্ভত গুচৰীয়া পক্ষৰ অধিবক্তা অভিষেক মনু সিংভীয়ে কয় যে মেহতাৰ বক্তব্য অনুসৰি ২২খন ৰাজ্যৰ মাত্র পাঁচখনত আৰু আঠ কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভিতৰত মাত্ৰ চাৰিখনত সমীক্ষা সম্পন্ন হৈছে। এই পৰিসংখ্যা দেশৰ মাত্র ন শতাংশ অঞ্চলৰ বুলিয়ে তেওঁ দাবী কৰে।

ইপিনে, ছিবালে পুনৰ প্ৰশ্ন কৰে এইদৰে, ‘এটা সম্পত্তি চৰকাৰী হয় নে নহয়, সেই বিষয়ে এজন বিষয়াই সিদ্ধান্ত ল’ব। তাৰ পাছত কোৱা হৈছে যে সিদ্ধান্ত নোলোৱা পর্যন্ত সম্পত্তি বাকৃষ্ণ হিচাপে গণ্য কৰা নহ’ব। কোন আইনৰ অধীনত ইয়াক প্রমাণ কৰিব পাৰি। উল্লেখ্য যে আবেদনকাৰীৰ মতে, এই সংশোধিত আইনে মুছলমানৰ বিৰুদ্ধে বৈষম্য সৃষ্টি কৰিছে আৰু ইছলাম ধর্মীয় বিষয়সমূহত তথা বাক্‌ফ সম্পত্তিৰ ব্যৱস্থাপনাত অবাঞ্ছিত হস্তক্ষেপ কৰিছে। ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ মতে, আইনখন অনা হৈছে ৱাকফ ব্যৱস্থাৱলীৰ অপব্যৱহাৰ বোধৰ বাবে। পূৰ্ণৰ আইন অনুসৰি, ব্যক্তিগত আৰু চৰকাৰী সম্পত্তিৰ ৱাক্তৰ নামত ব্যৱহাৰ হৈছে।

বৃহস্পতিবাৰে ছলিচিটৰ জেনেৰেল মেহতাই বাক্‌ফ সম্পত্তি দান কৰিব বিচৰাজনে পাঁচ বছৰ ইছলাম ধর্মীয় আচাৰ-ৰীতি পালনৰ ধাৰাবাহিকতা কিয় প্রতিপন্ন কৰিব লাগিব এই বিষয়ক লৈ সৃষ্টি হোৱা বিতৰ্কৰ ওপৰত যুক্তি দর্শাই কয় যে ৱাকফ গঠন কৰা আৰু ৱাকফলৈ দান দিয়া দুটা পৃথক বিষয়। সেয়েহে সংশোধিত আইনত পাঁচ বছৰীয়া আচাৰ-ৰীতি পালনৰ আৱশ্যকতা মুছলমানসকলৰ বাবে বাধ্যতামূলক কৰা হৈছে। যাতে কাৰোবাক প্ৰৱঞ্চনা কৰিবলৈ ৱাক্‌ফ ব্যৱহাৰ কৰা নহয়। তেওঁ কয়, ‘ধৰি লোৱা হওঁক মই এজন হিন্দু হিচাপে হিচাপে ৱাকখৰ বাবে কিছু দান কৰিব বিচাৰো। সেয়া নিশ্চয় কৰিব পাৰি।’ তেওঁ পুনৰ কয়, ‘এজন অমুছলমান লোকে কিদৰে ৱাকফ গঠন কৰিব পাৰি। তেওঁ বিচাৰিলে ৱাক্‌ফৰ সম্পত্তি দান কৰিব পাৰে।’

গুচৰীয়া পক্ষৰ অন্যতম অভিযোগ হৈছে যে সংশোধিত আইনৰ জৰিয়তে অমুছলমানসকলৰ ৱাক্‌ফ গঠনৰ অধিকাৰ কাঢ়ি লোৱা হৈছে। মেহতাই কয় যে ২০২৩ৰ পৰা ২০১৩ পর্যন্ত যিকোনো মুছলমানে ৱাকফ গঠন কৰিব পাৰিছিল। ২০২৩ৰ সংশোধিত আইনত ‘মুছলমান’ শব্দটো সলনি কৰি ‘যিকোনো লোক’ এই কথা সংযোগ কৰা হৈছে। ইয়াৰ পাছত মেহতাই প্রশ্ন কৰে যে যদি এজন হিন্দু লোকে মছজিদ নির্মাণ কৰিব বিচাৰে তেন্তে বাক্‌ফ গঠনৰ প্রয়োজন কি আছে। তেওঁ এটা ন্যাস গঠন কৰি সেই কাম কৰিব পাৰিব।’

মেহতাই এইদৰেও কয যে শ্বৰীয়ত আইনৰ অধীনত এজন মুছলমানে যদি পাৰ্ছনেল আইনৰ সুবিধা ল’ব বিচাৰে তেতিয়াও তেওঁ যে মুছলমান সেই ঘোষণা পত্ৰৰ প্ৰয়োজন আছে। এই ক্ষেত্রতো একেই ঘোষণা পত্ৰ বিচৰা হৈছে। মেহতাই কয় যে আইনৰ ধাৰা ২৯ অনুসৰি, চিইঅ’জন মুছলমান বা অনুছলমান হ’ব পাৰে। কিয়নো পৃথিৱীখন প্ৰসাৰিত হৈছে আৰু যদি চৰকাৰে ভাবে যে কিছুমান ৱাকফ ব’ৰ্ডত অভিজ্ঞতাপুষ্ট চার্টার্ড একাউনটেন্টৰ প্রয়োজন আছে তেন্তে সেয়া কৰিব পৰা যাব। সেয়েহে এই ধাৰা সংযুক্ত কৰি এনে নিযুক্তিৰ ক্ষেত্ৰত বহল ভেটি দিবলৈ বিচৰা হৈছে। অৱশ্যে কার্যবাহী অধ্যক্ষজন হ’ব মুছলমান। এই কথা উল্লেখ কৰি মেহতাই কয় যে চিইঅ’জন হৈছে ৰাজ্যিক পৰ্যায়ৰ ব’ৰ্ডৰ চিইঅ’ আৰু তেওঁ আঁচনি আদি প্রস্তুতৰ কাম কৰিব।

বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশে শুনানিৰ আৰম্ভণিতে কয় যে সংশোধিত বাকফ আইনৰ ওপৰত স্থগিতাদেশ জাৰি কৰা হ’ব নে নাই আদালতে সেই বিষয়টো বিবেচনা কৰি আছে। স্থগিতাদেশ কিয় জাৰি কৰা নহয় তাকে লৈ প্রশ্ন কৰে মেহতাই। তেওঁ কয় যে কোনো প্রস্তাৱক লৈ আলোচনা কৰাৰ অৰ্থ এইটো নহয় যে কেবল সেই বাবেই সংসদত গৃহীত হোৱা এখন আইনৰ ওপৰত স্থগিতাদেশ দিব পাৰি। বৃহস্পতিবাৰে শুনানিৰ দ্বিতীয় অংশত গুচৰীয়া পক্ষক মুখ্য ন্যায়াধীশে কয় যে এই আইনৰ ওপৰত স্থগিতাদেশ বিচাৰিলে প্রতিষ্ঠা কৰিব লাগি যে আইনখন অতি স্বেচ্ছাচাৰী। ন্যায়ালয়ত ইয়াৰ কাৰণ স্পষ্ট কৰিব লাগিব। তেওঁ কয়, ‘আপোনালোকে এই বিষয়টোত আদালতক সন্তুষ্ট কৰিব লাগিব যে আইনখন ইমানেই (স্বেচ্ছাচাৰী) যে ইয়াক স্থগিত ৰখা উচিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Judgement ReservedSupreme CourtWaqf Bill
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d