Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুনৰ অসুস্থ ছোনিয়া গান্ধী

    পুনৰ অসুস্থ ছোনিয়া গান্ধী

    পুণ্যস্নান কৰি অঘটন ! গোদাবৰী নদীত উটি গ’ল পাঁচ কিশোৰ 

    মর্মান্তিক ! দলং ভাঙি চাৰি জনৰ মৃত্যু, আহত ৩২

    ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথ পথত ভূমিস্খলন, তীৰ্থযাত্ৰীৰ মৃত্যু, বৰ্তমানৰ বাবে বন্ধ তীৰ্থযাত্ৰা

    মাওবাদী বিৰোধী অভিযানত আন এক সফলতা, মধ্যপ্ৰদেশত চাৰি মাওবাদী নেতা নিহত

    মাত্ৰ ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত অন্তত ১২!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Iran counter attacks Israel with 100 drones:খামেইনিৰ সকীয়নিৰ পাছত ৰণশিঙা, এশ ড্ৰ’নৰে ইজৰাইলক প্রত্যাক্ৰমণ

ইৰানত জুম্মাৰ নামাজৰ পাছতে যুদ্ধৰ নিচান উৰুৱালে

publisher by publisher
June 14, 2025
in News, International
Reading Time: 4 mins read
0
Iran counter attacks Israel with 100 drones:খামেইনিৰ সকীয়নিৰ পাছত ৰণশিঙা, এশ ড্ৰ’নৰে ইজৰাইলক প্রত্যাক্ৰমণ
0
SHARES
4
VIEWS
ShareShareShareShare

Iran counter attacks Israel with 100 drones:

ইজৰাইলৰ আকস্মিক আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে ইৰানে। ইহুদী ৰাষ্ট্ৰখনে দুশ যুদ্ধ বিমানৰে কৰা বোমাবর্ষণে বিশ্বজুৰি আলোড়ন তোলাৰ সময়তে ইৰানে ড্ৰ’নৰে প্ৰত্যাক্ৰমণ কৰে ইজৰাইলক। শুকুৰবৰীয়া জুম্মাৰ নামাজৰ পাছতে ইৰানৰ সামৰিক বাহিনীয়ে ইজৰাইললৈ ড্র’ন নিক্ষেপ কৰে। ইয়াৰ পূৰ্বে দেশখনৰ ধৰ্মীয় আৰু সাংস্কৃতিক ৰাজধানীৰূপে পৰিচিত কোম চহৰস্থিত মছজিদত যুদ্ধৰ নিচানৰূপে ৰঙা পতাকা উৰুওৱা হয়। দেশখনৰ চিয়া ধৰ্মাৱলম্বীসকলৰ প্ৰধান মছজিদৰূপে পৰিচিত এই মছজিদত যুদ্ধৰ নিচান উৰুওৱাৰ পাছতে ইৰানৰ সামৰিক বাহিনীয়ে ইজৰাইলক ড্র’নৰে আক্ৰমণ কৰে। ইৰানে প্রত্যাক্ৰমণ কৰাৰ কথা নিশ্চিত কৰিছে ইজৰাইলৰ সামৰিক মুখপাত্র ব্রিগেডিয়াৰ জেনেৰেল এফি ডেফ্রিনে।

ADVERTISEMENT

এই সম্পর্কত সামৰিক মুখপাত্ৰজনে কয়, ‘ইজৰাইলৰ ভূখণ্ডৰ দিশে ইৰানে কমেও এশ ড্র’ন নিক্ষেপ কৰে। আমি এইসমূহ ধৰা পেলাবলৈ চেষ্ট কৰো। সমগ্র ইৰানৰ এশ স্থানত আমি দুশ যুদ্ধবিমানৰে আঘাত হানো।’ আনহাতে, ইৰানৰ সামৰিক বাহিনীয়ে কয় যে ইজৰাইলক প্ৰত্যুত্তৰত কোনো সীমা নাই। ইজৰাইলৰ বোমা আক্ৰমণত ইৰানৰ শিশু আৰু মহিলাকে ধৰি বহুসংখ্যক সাধাৰণ লোকৰো প্ৰাণহানি ঘটে বুলি দেশখনৰ চৰকাৰে প্ৰকাশ কৰিছে।

RelatedPosts

No Content Available

তদুপৰি এই আক্রমণত কমেও ৯৫ জন লোক আহত হয়। ইয়াৰ পোটক তোলা হ’বই বুলি দেশখনৰ ধৰ্মীয় মুৰব্বী আয়াতোল্লা খামেইনিয়ে হুংকাৰ দিয়াৰ পাছতে ইহুদী ৰাষ্ট্ৰখনলৈ ইৰানৰ সামৰিক বাহিনীয়ে ড্র’ন নিক্ষেপ আৰম্ভ কৰে। এই কথা প্রকাশ কৰি দেশখনৰ সামৰিক বাহিনীয়ে কয়, ‘অল-কুদছ (জেরুজালেম) দখল কৰা সন্ত্রাসবাদী শাসক (ইজৰাইল)-এ এতিয়া সকলো সীমা অতিক্রম কৰিলে। এই অপৰাধৰ প্ৰত্যুত্তৰত কোনো সীমা নাথাকে।’

# আমি নীৰৱ হৈ নাথাকো: ৰাষ্ট্ৰপতি পেজেশকিয়ান

ইজৰাইলক শক্তিশালী প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ দিছে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশকিয়ানে। কৃতকৰ্মৰ বাবে ইজৰাইলে অনুশোচনা কৰিব লাগিব বুলি ৰাষ্ট্ৰপতিজনে মন্তব্য কৰিছে। তেওঁ কয়, ‘এই ইছলামিক গণৰাজ্যই শক্তিশালী প্রত্যুত্তৰ দিব। মূর্খামিৰে ভৰা কামৰ বাবে শত্ৰুৱে অনুশোচনা কৰিব লাগিব।’ ইজৰাইলক প্রত্যাক্ৰমণ কৰাটো বৈধ আৰু ইৰানৰ ন্যায়সংগত অধিকাৰ বুলি দেশখনৰ বৈদেশিক মন্ত্রণালয়ে প্রকাশ কৰিছে।

এই সম্পর্কত বৈদেশিক মন্ত্রণালয়ে আৰু কয়, ‘ৰাষ্ট্ৰসংঘৰ চনদৰ ৫১ অনুচ্ছেদ অনুসৰি আগ্ৰাসনৰ প্ৰত্যুত্তৰ দিয়াটো ইৰানৰ বৈধ আৰু ন্যায়সংগত অধিকাৰ। এই ৰাষ্ট্ৰক প্ৰতিৰক্ষা দিবলৈ ইৰানৰ সশস্ত্র বাহিনীসমূহে পূর্ণ শক্তি প্রয়োগ কৰিবলৈ সংকোচ নকৰে।’ ইজৰাইলে কৰা এই আক্ৰমণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰও দায় বুলি ইৰানৰ বৈদেশিক মন্ত্রণালয়ে অভিযোগ উত্থাপন কৰিছে। বৈদেশিক মন্ত্রণালয়ৰ মতে মার্কিন প্রশাসনৰ বাবে ইহুদী ৰাষ্ট্ৰখন এনে দুঃসাহসী কার্যত লিপ্ত হৈছে।

একেদৰে দেশখনৰ সামৰিক বাহিনীয়ে হুংকাৰ দিছে যে ইজৰাইলৰ আক্ৰমণৰ সমুচিত প্ৰত্যুত্তৰ দিয়াই হ’ব। সামৰিক বাহিনীৰ মুখপাত্র আবুল ফজল শেকার্চিয়ে কয়, ‘ইহুদী আক্ৰমণৰ নিশ্চিতভাৱে ইৰানৰ সামৰিক বাহিনীয়ে প্রত্যুত্তৰ দিব। ইজৰাইলে চৰম মূল্য ভৰিব লাগিব।’ অৱশ্যে ইৰানৰ সামৰিক বাহিনীয়ে দিয়া প্রত্যুত্তৰত ইজৰাইলৰ হোৱা ক্ষয়-ক্ষতি সম্পৰ্কীয় তথ্য পোহৰলৈ অহা নাই। ইজৰাইলী বাহিনীৰ আক্ৰমণত ইৰানৰ ৰিভল্যুচনাৰী গাৰ্ডৰ মুৰব্বী হোছেইন ছালামি নিহত হোৱাৰ ঘটনাৰো প্রতিশোধ লোৱা হ’ব বুলিও বাহিনীটোৱে হুংকাৰ দিছে। বাহিনীটোৱে এক বিবৃতিত কয়, ‘আমি উত্তৰ নিদিয়াকৈ নাথাকো আৰু ইজৰাইলে ৰূঢ় আৰু অনুশোচনা কৰিবলগীয়া প্ৰতিশোধৰ অপেক্ষা কৰি থাকক।

# ইণ্টাৰনেটত প্রতিবন্ধকতা আৰোপ

ইজৰাইলৰ বিধ্বংসী বোমাবর্ষণৰ পাছত ইৰানে দেশখনত ইণ্টাৰনেটত প্রতিবন্ধকতা আৰোপ কৰিছে। এই কথা সদৰী কৰি দেশখনৰ যোগাযোগ মন্ত্রণালয়ে এক বিবৃতিত কয়, ‘ইণ্টাৰনেটত সাময়িক প্রতিবন্ধকতা আৰোপ কৰা হৈছে। স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পাছত প্রতিবন্ধকতা প্রত্যাহাৰ কৰা হ’ব।’

# তেলৰ মূল্য বৃদ্ধিৰ আশংকা

ইৰান-ইজৰাইলৰ মাজত যুদ্ধৰ অৱতাৰণা হোৱাত বিশ্বত তেলৰ দাম বৃদ্ধিৰ আশংকা প্ৰবল হৈছে। ইজৰাইলে পাৰস্য উপসাগৰীয় দেশখনত বোমাবর্ষণ কৰাৰ পাছতে আজি খাৰুৱা তেলৰ মূল্য ১২ শতাংশৰো অধিক বৃদ্ধি পায়। গতিকে ইৰান-ইজৰাইলৰ যুদ্ধই সমগ্ৰ বিশ্বজুৰি শংকাৰ সৃষ্টি কৰিছে। উল্লেখ্য যে দুবছৰ পূৰ্বে ২০২৩ত ইৰান আৰু ছৌদি আৰব সংঘাতত লিপ্ত হোৱাৰ সময়ত চীনে বিষয়টোত হস্তক্ষেপ কৰি দুয়োপক্ষক বুজাবুজি স্তৰত উপনীত কৰায়।

# বিশ্বজুৰি দূতাবাস বন্ধ ঘোষণা ইজৰাইলৰ

ইৰানৰ পাৰমাণৱিক কেন্দ্ৰ আৰু সামৰিক ঘাটিত নিখুঁত আক্রমণ সংঘটিত কৰাৰ পাছত ইজৰাইলে দেশখনৰ বিশ্বৰ বিভিন্ন দেশত থকা দূতাবাসসমূহৰ বন্ধ ঘোষণা কৰিছে। এনেদৰে পূৰ্ণাংগ যুদ্ধৰ বাবে দেশখনে প্রস্তুতি চলোৱা বুলি চর্চিত হৈছে। যুদ্ধ । যুদ্ধ পৰিস্থিতিত দেশখনৰ কূটনৈতিক বিষয়াবৰ্গ আক্ৰমণৰ সম্মুখীন হোৱাৰ আশংকা কৰি তেওঁলোকৰ নিৰাপত্তাৰ স্বার্থত বেঞ্জামিন নেতানিয়াহু চৰকাৰে ইজৰাইলী দূতাবাসসমূহ বন্ধৰ সিদ্ধান্ত গ্রহণ কৰা বুলি সূত্রই ইংগিত দিছে।

এই সম্পৰ্কত ইজৰাইলৰ বিদেশ মন্ত্রণালয়ে এক বিবৃতিত কয়, ‘সাম্প্রতিক পৰিস্থিতিলৈ লক্ষ্য ৰাখি ইজৰাইলৰ দূতাবাসসমূহ সাময়িকভাৱে বন্ধ কৰা হৈছে।’ অৱশ্যে দেশখনৰ বিশ্বৰ বিভিন্ন দেশত থকা দূতাবাসসমূহ কিমানদিনলৈ বন্ধ থাকিব তাৰ তথ্য ইজৰাইলী চৰকাৰে প্ৰকাশ কৰা নাই। আনহাতে, একাংশ সামৰিক আৰু কূটনৈতিক বিশ্লেষকৰ মতে ইৰানৰ প্রতিশোধমূলক আক্ৰমণৰ আশংকাত ইজৰাইলে নিজৰ দূতাবাসসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। কেৱল সেয়াই নহয়, বিশ্বৰ বিভিন্ন দেশত থকা ইজৰাইলী নাগৰিকসকলক সাৱধানতা অৱলম্বন কৰি চলিবলৈ নেতানিয়াহু চৰকাৰে পৰামৰ্শ আগবঢ়াইছে |

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Iran counter attacksiran's Supreme Leader KhameneiIsrael- Iran War
publisher

publisher

Related Posts

পুনৰ অসুস্থ ছোনিয়া গান্ধী
India

পুনৰ অসুস্থ ছোনিয়া গান্ধী

June 15, 2025
পুণ্যস্নান কৰি অঘটন ! গোদাবৰী নদীত উটি গ’ল পাঁচ কিশোৰ 
India

পুণ্যস্নান কৰি অঘটন ! গোদাবৰী নদীত উটি গ’ল পাঁচ কিশোৰ 

June 15, 2025
মর্মান্তিক ! দলং ভাঙি চাৰি জনৰ মৃত্যু, আহত ৩২
India

মর্মান্তিক ! দলং ভাঙি চাৰি জনৰ মৃত্যু, আহত ৩২

June 15, 2025
ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথ পথত ভূমিস্খলন, তীৰ্থযাত্ৰীৰ মৃত্যু, বৰ্তমানৰ বাবে বন্ধ তীৰ্থযাত্ৰা
India

ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথ পথত ভূমিস্খলন, তীৰ্থযাত্ৰীৰ মৃত্যু, বৰ্তমানৰ বাবে বন্ধ তীৰ্থযাত্ৰা

June 15, 2025
মাওবাদী বিৰোধী অভিযানত আন এক সফলতা, মধ্যপ্ৰদেশত চাৰি মাওবাদী নেতা নিহত
India

মাওবাদী বিৰোধী অভিযানত আন এক সফলতা, মধ্যপ্ৰদেশত চাৰি মাওবাদী নেতা নিহত

June 15, 2025
মাত্ৰ ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত অন্তত ১২!
India

মাত্ৰ ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত অন্তত ১২!

June 15, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d