Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

প্ৰত্যাক্ৰমণৰ কাৰণে সাজু ভাৰত

publisher by publisher
September 10, 2020
in India, News
Reading Time: 1 min read
0
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

প্ৰত্যাক্ৰমণৰ বাবে সাজু হৈছে ভাৰত ৷ ভাৰত চীন সীমান্তত অহৰহ প্ৰৰোচনামূলক আচৰণ প্ৰদৰ্শন কৰি আহিছে চীনে ৷ চলাইছে স্থিতাৱস্থা ভংগৰ অপচেষ্টা । সষ্টম হৈ থকা ভাৰতে চীনৰ অপচেষ্টা ব্যাহত কৰিবলৈ সক্ষম হৈছে । বিগত দিনবোৰত ভাৰতীয় সেনাই লাডাখ অঞ্চলত উচ্চস্থানত সুবিধাজনক অৱস্থান গ্ৰহণ কৰি প্ৰতিৰোধ গঢ়ি তোলাৰ পাছত অধিক অস্থিৰ হৈ পৰিছে চীন ।

ADVERTISEMENT

এই অঞ্চল দখললৈ নিবলৈ চীনে বাৰম্বাৰ চেষ্টা চলোৱাৰ পাছত পৰহি আনকি গুলিচালনাও কৰে ৷ ইয়াৰ পাছতে ভাৰতে সকীয়াই দিয়ে যে উচ্চস্থানৰ প্ৰতিৰক্ষা যদি অনুপ্ৰবেশকাৰী চীনে ভংগ কৰে তেন্তে ভাৰতে তাৰ যোগ্য প্ৰত্যুত্তৰ দিব ৷ প্ৰতিৰক্ষা শীৰ্ষ সূত্ৰই এই কথা প্ৰকাশ কৰে । পূব লাডাখৰ পাংগং হ্ৰদৰ উচ্চ স্থানত নটা সৰু সৰু শৈলশিৰা অথবা ফিংগাৰ আছে ৷

চীনা সেনা এই অঞ্চলৰ ফিংগাৰসমূহ দখল কৰি আছিল আৰু সৰু সৰু নদীৰ পাৰত চীনা শিবিৰ দেখা গৈছিল । কিন্তু ভাৰতে সম্প্ৰতি চীনা সেনাবাহিনীক প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ভাৰতৰ দিশৰ পৰা বাহিৰ কৰি পুনৰ পূৰ্বৰ কৌশলী অৱস্থান গ্ৰহণ কৰিবলৈ সক্ষম হৈছে ।

সূত্ৰটোৱে কয় যে চীনে হেৰুৱা মাটি পুনৰ হেৰুৱাব বুলি পূৰ্বানুমান আছিল ৷আৰু চীনৰ কাৰ্যকলাপ শীৰ্ষ মহলে নিয়ন্ত্ৰণ কৰি আছে । চীনা বাহিনীৰ কামাণ্ডাৰৰ দ্বাৰা এইসমূহ কাৰ্যকলাপ নিয়ন্ত্ৰণ হোৱা নাই । সম্প্ৰতি ভাৰতীয় সেনাই এনে অৱস্থানত কাঁটা তাঁৰৰ বেৰ নিৰ্মাণ কৰিছে  ৷ “যদি চীনা সৈন্যই এয়া অতিক্ৰম কৰিবলৈ চেষ্টা কৰে তেন্তে ৰেডলাইন অতিক্ৰম কৰা হ’ব।”

ইপিনে উপগ্ৰহৰ পৰা সংগৃহীত ছবি অনুসৰি পাংগং হ্ৰদৰ উত্তৰপাৰত চীনে নতুনকৈ নিৰ্মাণ কাৰ্য চলাই আছে ৷ আৰু সংঘৰ্ষ অব্যাহত থকা দক্ষিণ পাৰত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সীমান্ত চকী বহুৱাইছে ৷ পাংগং হ্ৰদৰ উত্তৰপাৰত ফিংগাৰ৫ অঞ্চলত চীনে ব্যাপক নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে ।

আনহাতে ২৯ আৰু ৩০ আগষ্টত ভাৰতীয় সেনাই চীনক দিয়া উচিত প্ৰত্যুত্তৰৰ পিছত চীনে এতিয়া সীমান্তত সেনা নিয়োগ কৰিছে ৷ ইপিনে ভাৰত-চীন সীমান্তত প্ৰতি বাৰেই চীনে সকলো চুক্তি উলংঘা কৰি আহিছে ৷ তাৰ মাজতে সাত ছেপ্তেম্বৰটো ভাৰতীয় সেনা বাহিনীয়ে চীনা সৈন্যক সীমান্তৰ পৰা পিছুৱাবলৈ সক্ষম হয় । আনহাতে স্পানগুৰ হ্ৰদৰ আশে পাশে চীনে দুটা সেনা বাহিনীৰ দল নিয়োগ কৰে ৷

এইসকলো সেনা বাহিনী শিখৱানত থকা ৬২ কামাণ্ড আৰ্ম ফৰ্চ ব্ৰিগ্ৰডৰ অংশ । ভাৰতীয় সেনাৰ মতে যোৱা ২৯-৩০ আগষ্টত পাংগঙৰ হ্ৰদৰ ১৪ হেজাৰ ফুট উচ্চতাত চীনা বাহিনীয়ে দুবাৰকৈ অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল ।এক নতুন অঞ্চলেৰে চীনে একপক্ষীয়ভাৱে স্থিতাৱস্থা সলনি কৰিবলৈ চেষ্টা চলোৱা বুলি ভাৰতে অভিযোগ কৰি আহিছে ৷

ভাৰত চৰকাৰৰ স’তে পাংগং হ্ৰদৰ দক্ষিণ পাৰেৰে চীনৰ এই অনুপ্ৰবেশৰ প্ৰচেষ্টা পূৰ্বৰে পৰা সস্ত্ৰম হৈ থকা বাবে প্ৰতিৰোধ কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনাই । ৩১ আগষ্টৰ ঘটনাটো দিনৰ ভাগতে সংঘটিত হৈছিল ৷ এক অভিযানকালীন ভাৰতীয় সেনাক চীনা সেনা বাহিনীয়ে ঘেৰি ধৰি উচ্চস্থানৰ অঞ্চল দখল কৰিবলৈ চেষ্টা কৰিছে ৷

সূত্ৰত প্ৰকাশ যে চীনা সেনাক অধিক অগ্ৰসৰ নহ’বলৈ সকীয়নি দিয়া হয় আৰু চীনা সামৰিক কমাণ্ডাৰসকলক উত্তেজনা প্ৰতিৰোধৰ বাবে ব্যৱস্থা ল’বলৈ কোৱা হয় । ইপিনে ভাৰতীয় সেনাই প্ৰকাশ কৰা চিত্ৰ অনুসৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ মুখপৰিত থকা ভাৰতীয় সেনাৰ অৱস্থানৰ দিশলৈ সশস্ত্ৰ চীনা পদাতিক বাহিনী আগুৱাই অহাত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰমৰ চেষ্টা কৰিলে পৰিণাম ভূগিব লাগিব বুলি ভাৰতে সকীয়াই দিয়ে ৷

আগ্ৰাসী বাহিনীটো উভতি যোৱাৰ সময়তে চীনা সেনাই শূন্যত সকীয়নিমূলক গুলিচালনা কৰে । মে’ত পূব লাডাখত আৰম্ভ হোৱা সংঘৰ্ষৰ পাছত দুয়ো দেশৰ মাজত কূটনৈতিক, ৰাজনৈতিক আৰু সামৰিক পৰ্যায়ত বহুলানি আলোচনা হৈছে যদিও সেয়া ফলপ্ৰসূ হোৱা নাই। চীনা সেনাই অনুপ্ৰবেশ কৰা ভাৰতীয় অঞ্চলবোৰ এই পৰ্যন্ত পৰিত্যাগ কৰা নাই আৰু পূৰ্বৰ প্ৰকৃত স্থানলৈ উভতি যোৱা নাই । লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক লৈ ভাৰত আৰু চীনৰ মাজত মত পাৰ্থক্য আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d