Book Release:
নগাঁও জিলা সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী সভা | ‘নূপুৰ মোমাইদেউ’ খ্যাত শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যৰ ‘শিশু সাহিত্য সমগ্ৰ’ উন্মোচন | বৃহস্পতিবাৰে সাহিত্যিক গৰাকীৰ ৭৫ সংখ্যক ওপজা দিনটোতে গ্ৰন্থখন উন্মোচন কৰে জিলা আয়ুক্ত দেৱাশিস শৰ্মাই | নগাঁৱৰ কমলাদেৱী তোদী ভৱনত জিলা সাহিত্য সভাৰ সভাপতি ড: শৰৎ বৰকটকীৰ পৌৰহিত্যত অনুষ্ঠিত হয় এই গ্ৰন্থ উন্মোচনী সভা |
ADVERTISEMENT






























