Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Matriculation Will be held twice a year: বছৰটোত দুবাৰ মেট্রিক অনুষ্ঠিত কৰাক লৈ পৰীক্ষা-নিৰীক্ষা চলি আছে

publisher by publisher
July 7, 2025
in News, Assam
Reading Time: 2 mins read
0
Matriculation Will be held twice a year: বছৰটোত দুবাৰ মেট্রিক অনুষ্ঠিত কৰাক লৈ পৰীক্ষা-নিৰীক্ষা চলি আছে
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

Education Minister Dr Ranoj Pegu:প্ৰণালীবদ্ধভাৱে শিক্ষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগ বদ্ধপৰিকৰ- শিক্ষামন্ত্ৰী ডাঃ পেগু

Education Minister Dr Ranoj Pegu:মন্ত্ৰী গোটৰ প্ৰতিবেদন সংশোধন হ’ব, বিলম্ব হ’ব দিল্লীলৈ প্ৰেৰণ

Matriculation Will be held twice a year:

কেন্দ্রীয় মাধ্যমিক শিক্ষা ব’র্ড (চিবিএছই)ৰ দৰে অসমৰ ৰাজ্যিক শিক্ষা ব’ৰ্ডৰ অধীনতো বছৰটোত দুবাৰ মেট্রিক পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা চলি আছে। দেওবাৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ইয়াত এই কথা সদৰী কৰে।

ADVERTISEMENT

শোণিতপুৰৰ ডুমডুমাস্থিত আদর্শ স্নাতক মহাবিদ্যালয়ৰ আন্তঃগাঁথনি আৰু শিক্ষা ব্যৱস্থাৰ বুজ লয় মন্ত্রীজনে। পাছত তেওঁ সাংবাদিকৰ আগত কয় যে অসমত প্ৰকৃতাৰ্থত বছৰত দুবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হয়। যিসকল ছাত্র-ছাত্রী মূল পৰীক্ষাত কৃতকাৰ্য নহয়, সেইসকলৰ বাবে আকৌ এটা পৰীক্ষা অনুষ্ঠিত কৰা হয়। এই পৰীক্ষাক ‘কম্পার্টমেন্টেল’ বুলি কোৱা হয়।

শেহতীয়াভাৱে চিবিএহইয়ে বছৰত দুবাৰ দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি কৰা ঘোষণা সন্দর্ভত তেওঁ কয়, ‘আমিও বিষয়টো পৰীক্ষা কৰি আছো। আমাৰ মুক্ত স্কুল আছে, এনআইঅ’এছ আছে। তাতো দুবাৰ পৰীক্ষা পতাৰ ব্যৱস্থা আছে। গতিকে আমিও বিষয়টো পৰীক্ষা কৰি চাম।’ অৱশ্যে শৈক্ষিক বৰ্ষৰ সময়সূচীক লৈ কোনো সিদ্ধান্ত গ্রহণ কৰা নাই বুলি শিক্ষামন্ত্রী ডাঃ পেগুৱে সদৰী কৰে।

এই সম্পর্কত তেওঁ কয়, ‘ৰাজ্যত শৈক্ষিক বৰ্ষৰ সময়সূচী নির্ধাৰণৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে বিভাগীয়ভাৱে এখন সমিতি গঠন কৰা হৈছে বিষয়টো জটিল। শিক্ষাবিদসকলৰ পৰা আৰু জ্যেষ্ঠ নাগৰিকসকলৰ পৰা আমালৈ বহু পৰামৰ্শ আহিছে। ‘অৱশ্যে কেৱল অসমে শিক্ষাবৰ্ষৰ সময়সূচী সলনি কৰিলে নহ’ব বুলিও উল্লেখ কৰি তেওঁ আৰু কয়, ‘অসমৰ পৰা বহু ল’ৰা-ছোৱালীয়ে উচ্চ শিক্ষা গ্রহণ কৰিবলৈ দেশৰ বিভিন্ন ৰাজ্যলৈ যায়। তাত যদি সময়সূচীৰ পৰিৱৰ্তন নহয় আৰু যদি অসমত পৰিৱৰ্তন হয় তেন্তে মাজত দুই-তিনি মাহ অসমৰ ল’ৰা-ছোৱালীয়ে অপেক্ষা কৰি থাকিব লাগিব।

তদুপৰি আমাৰ বহু ছাত্র-ছাত্রী বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাতো অবতীর্ণ হয়। অসম বহুক্ষেত্রত আগবঢ়া। আমাৰ এইবাৰ মেট্রিক পৰীক্ষাৰ ফলাফল আগতে ওলাইছে আৰু চিবিএছইৰ পাছত ওলাইছে। আমি মহাবিদ্যালয়সমূহত নামভৰ্তি পৰীক্ষা শেষ কৰিলো। চিইউইটিৰ ফলাফল ঘোষণাত পলম হ’ল। তেওঁলোকৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হৈছে।’ অহা পহিলা আগষ্টৰ পৰাহে মহাবিদ্যালয়সমূহত পাঠদান আৰম্ভ হ’ব বুলি তেওঁ সদৰী কৰে এই সমগ্ৰ দিশ পৰীক্ষা-নিৰীক্ষা কৰিবলৈ বিভাগীয়ভাৱে সমিতিখন গঠন কৰা হৈছে বুলি ডাঃ পেগুৱে কয়।

আনহাতে, অলপতে ধেমাজিত কৰ্তব্যৰত অৱস্থাতে এজন সাংবাদিকক টিএমপিকেৰ কৰ্মীয়ে প্ৰহাৰ কৰা বুলি উত্থাপন হোৱা অভিযোগ সম্পর্কত আজি ডাঃ পেগুৱে কয়, ‘এই সম্পর্কত স্থানীয়ভাবে টিএমপিকেই এটা বিবৃতি দিছে। দুটা পক্ষৰ মাজত এখন কাজিয়া হৈছিল বুলি উল্লেখ কৰি মোক কোৱা হৈছে যে কাজিয়াখনৰ মাজত সাংবাদিকজন সোমাই পৰে।’

অৱশ্যে এনেধৰণে হাতত লাঠি লৈ সাংবাদিক বুলিয়ে নহয়, কাৰোবাক আক্রমণ কৰাটো এটা গর্হিত কাম বুলি মন্ত্রীজনে মন্তব্য কৰে ঘটনাটো নিন্দা কৰি তেওঁ কয়, ‘এই ঘটনাৰ মই নিন্দা কৰিছো। কোনেও আইন হাতত তুলি ল’ব নালাগে। আৰক্ষী-প্রশাসন আছে। তেওঁলোকে ব্যৱস্থা গ্রহণ কৰিবই। মই জনাত তেওঁলোকে ব্যৱস্থা গ্রহণ কৰিছে |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Education minister Dr. Ranoj PeguMatriculation ExaminationTwice A year
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d