Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    Nitish Kumar  :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !

    ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

    FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    শৰীৰৰ বৰণৰ বাবে হলিউদত হাঁহিয়াতৰ পাত্ৰ হৈছিল প্রিয়ংকা

    চর্তসাপেক্ষে ‘ডন’ ফ্রেঞ্চাইজিলৈ উভতিব শ্বাহৰুখ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    ভাল কন্টেন্ট থকাৰ পাছতো ইনষ্টাগ্রামত ফ’ল’ৱাৰ লাভ কৰা নাই?

    ভাগৰ দূৰ কৰিবলৈ আপুনি প্রায়ে এনার্জি ড্রিংকছ খায়? সাৱধান!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home science

মহাশূন্যত খাদ্য হজমৰ নেপথ্যৰ বিজ্ঞান কি?

ব্যাখ্যা কৰিলে ভাৰতীয় মহাকাশচৰী শুভাংশুৱে

publisher by publisher
August 10, 2025
in science
Reading Time: 1 min read
0
মহাশূন্যত খাদ্য হজমৰ নেপথ্যৰ বিজ্ঞান কি?
0
SHARES
4
VIEWS
ShareShareShareShare

✒️পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিক পাৰ হ’ব পাৰিলেই অনন্ত মহাশূন্য। সেই মহাশূন্যত বিজ্ঞানো পৃথক। মাধ্যাকর্ষণ শক্তি নথকাৰ বাবে খোজকঢ়াৰ পৰা আৰম্ভ কৰি খোৱাবোৱা, নিদ্রা আদি সকলোবোৰেই পৃথক।

ADVERTISEMENT

সেইবাবেই মহাকাশ অভিযানৰ পূৰ্বে মহাকাশচাৰীকলৰ বিশেষ প্রশিক্ষণ হয়। মহাকাশত ভ্ৰমণৰ পূৰ্বে আৰু পাছৰ সময়খিনি পৃথক হৈ পৰে। পৃথিৱীৰ সকলোবোৰ দৈনন্দিন কামৰ ধৰণ মহাশূন্যত একেবাৰে সলনি হৈ পৰে।

RelatedPosts

অন্তৰীক্ষত সঘন টহল চীনা স্পেচপ্লেনৰ

মাস্কৰ পৰিকল্পনা সলনি : মঙলৰ পৰিৱৰ্তে চন্দ্ৰত বসতি স্থাপনৰ প্ৰস্তুতি

নাছাৰে যোগাযোগ বিচ্ছিন্ন মহাকাশযানৰ

কিদৰে মহাশূন্যত খোৱাবোৱা হয়? নিদ্রাযাপন কৰে কিদৰে? আন্তর্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা ঘূৰি আহি সম্প্রতি সেইবোৰৰে ব্যাখ্যা দিলে ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই।

আচলতে মাধ্যাকর্ষণ শক্তি শূন্য থকাৰ ফলত মহাকাশত ভাসমান অৱস্থাত থাকিব লাগে। দৈনন্দিন জীৱন-যাপন, খোৱা-নিদ্রা আদি সকলোবোৰৰ ধৰণেই ভিন্ন হৈ পৰে।

সেই পৰিৱেশৰ স’তে খাপ খুৱাই ল’বলৈ মহাকাশচাৰীসকলে সাধাৰণতে তৰল জাতীয় খাদ্য গ্রহণ কৰে। মাজে-মধ্যে কঠিন খাদ্যও খায়।

অৱশ্যে সেয়া নিশ্চিতভাৱে সহজে হজম হোৱা হ’ব লাগিব। সেয়ে গ্রিলড্ চিকেন, টুনা মাছৰ দৰে খাদ্য থাকে তেওঁলোকৰ লগত। এতিয়া প্রশ্ন হৈছে, মাধ্যাকৰ্ষণৰ বাহিৰলৈ ওলাই যোৱাৰ বাবে স্বাভাৱিকতেই শৰীৰৰ পেশীবোৰ শিথিল হৈ পৰে, হ্রাস পায় হাড়ৰ ওজন।

সমগ্ৰ শৰীৰ বিজ্ঞানেই সলনি হৈ পৰে। এনে পৰিস্থিতিত খাদ্য কিদৰে হজম হয়? সম্প্ৰতি ইছৰ’ৰ লেবত নির্মাণ হোৱা এটা ভিডিঅ’ দেখুৱাই শুভাংশুৱে কয় যে মাইক্র’গ্রেভিটিত হজমৰ তেনে কোনো সমস্যা নহয়।

শুভাংশুৱে ব্যাখ্যা দি কয় যে মহাকাশত পেশীৰ শিথিলতাৰ কাৰণে সংকোচন-প্ৰসাৰণত যথেষ্ট সময় লাগে। ফলত খাদ্য হজম হোৱাও বহু সময়ৰ বিষয়।

তৰল আৰু অন্যান্য পুষ্টিকৰ খাদ্য আবৰ্জনাত পৰিণত হোৱাৰ আগলৈকে হজম হৈ থাকে। কাৰণ খাদ্যকণাসমূহ অন্ত্ৰৰ ভিতৰত লাহে লাহে ভাঙি থাকে।

সেই বিজ্ঞান অনুসৰি, মহাকাশচাৰীসকলৰ শৰীৰ শুকান হোৱাৰ সুযোগ অতি কম। অধিকাংশ সময়তে আর্দ্রতা অব্যাহত থাকে।

শুভাংশুৰ মতে,খাদ্য হজমৰ এই প্রক্রিয়াটোও মহাকাশচাৰীসকলে অভ্যাস কৰিব লাগে। তাত গোলমাল হ’লে মহাশূন্যত বৰ বেছি সময় কাম কৰিব নোৱাৰি। এক্সিয়ম-৪ মিচনৰ অন্যতম মহাকাশচাৰী হৈ শুভাংশুৱে প্ৰায় ১৪ দিন মহাকাশ কেন্দ্রত কটাই আহিছে।

তাত তেওঁৰ গৱেষণাৰ মূল বিষয়বস্তু আছিল মানুহৰ শাৰীৰিক প্ৰক্ৰিয়াই কিদৰে সঁহাৰি দিয়ে, সেই বিষয়টো। এই পৰীক্ষা-নিৰীক্ষাৰ পৰাই শুভাংশুৱে নিজৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Shubhanshu ShuklaSpace
publisher

publisher

Related Posts

পুৰণি ৰকেটৰেই সম্ভৱ হ’ল মঙল অভিযান
News

পুৰণি ৰকেটৰেই সম্ভৱ হ’ল মঙল অভিযান

November 15, 2025
বিৰল মহাজাগতিক ঘটনাত ৮২ মিনিট দৃশ্যমান হ’ব ‘ৰঙা জোন’
science

বিৰল মহাজাগতিক ঘটনাত ৮২ মিনিট দৃশ্যমান হ’ব ‘ৰঙা জোন’

September 6, 2025
এনে ঠাই য’ত জুই নাই, তথাপি তাপমাত্রা ৫০ হেজাৰ ডিগ্রী চেলছিয়াছ

August 12, 2025
হঠাৎ দ্রুতগতিৰে ঘূৰিছে পৃথিৱী, সৰু হৈছে দিন

August 3, 2025
নৱেম্বৰতে পৃথিৱী আক্ৰমণ কৰিব ভিন গ্ৰহৰ প্রাণীয়ে?

July 30, 2025
মহাকাশত প্রথমবাৰলৈ নতুন গ্ৰহৰ সন্ধান দিলে জেমছ ৱেব দূৰবীণে

June 27, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d