Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

    কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home science

মহাশূন্যত খাদ্য হজমৰ নেপথ্যৰ বিজ্ঞান কি?

ব্যাখ্যা কৰিলে ভাৰতীয় মহাকাশচৰী শুভাংশুৱে

publisher by publisher
August 10, 2025
in science
Reading Time: 1 min read
0
মহাশূন্যত খাদ্য হজমৰ নেপথ্যৰ বিজ্ঞান কি?
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

অন্তৰীক্ষত সঘন টহল চীনা স্পেচপ্লেনৰ

মাস্কৰ পৰিকল্পনা সলনি : মঙলৰ পৰিৱৰ্তে চন্দ্ৰত বসতি স্থাপনৰ প্ৰস্তুতি

নাছাৰে যোগাযোগ বিচ্ছিন্ন মহাকাশযানৰ

✒️পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিক পাৰ হ’ব পাৰিলেই অনন্ত মহাশূন্য। সেই মহাশূন্যত বিজ্ঞানো পৃথক। মাধ্যাকর্ষণ শক্তি নথকাৰ বাবে খোজকঢ়াৰ পৰা আৰম্ভ কৰি খোৱাবোৱা, নিদ্রা আদি সকলোবোৰেই পৃথক।

ADVERTISEMENT

সেইবাবেই মহাকাশ অভিযানৰ পূৰ্বে মহাকাশচাৰীকলৰ বিশেষ প্রশিক্ষণ হয়। মহাকাশত ভ্ৰমণৰ পূৰ্বে আৰু পাছৰ সময়খিনি পৃথক হৈ পৰে। পৃথিৱীৰ সকলোবোৰ দৈনন্দিন কামৰ ধৰণ মহাশূন্যত একেবাৰে সলনি হৈ পৰে।

কিদৰে মহাশূন্যত খোৱাবোৱা হয়? নিদ্রাযাপন কৰে কিদৰে? আন্তর্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা ঘূৰি আহি সম্প্রতি সেইবোৰৰে ব্যাখ্যা দিলে ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই।

আচলতে মাধ্যাকর্ষণ শক্তি শূন্য থকাৰ ফলত মহাকাশত ভাসমান অৱস্থাত থাকিব লাগে। দৈনন্দিন জীৱন-যাপন, খোৱা-নিদ্রা আদি সকলোবোৰৰ ধৰণেই ভিন্ন হৈ পৰে।

সেই পৰিৱেশৰ স’তে খাপ খুৱাই ল’বলৈ মহাকাশচাৰীসকলে সাধাৰণতে তৰল জাতীয় খাদ্য গ্রহণ কৰে। মাজে-মধ্যে কঠিন খাদ্যও খায়।

অৱশ্যে সেয়া নিশ্চিতভাৱে সহজে হজম হোৱা হ’ব লাগিব। সেয়ে গ্রিলড্ চিকেন, টুনা মাছৰ দৰে খাদ্য থাকে তেওঁলোকৰ লগত। এতিয়া প্রশ্ন হৈছে, মাধ্যাকৰ্ষণৰ বাহিৰলৈ ওলাই যোৱাৰ বাবে স্বাভাৱিকতেই শৰীৰৰ পেশীবোৰ শিথিল হৈ পৰে, হ্রাস পায় হাড়ৰ ওজন।

সমগ্ৰ শৰীৰ বিজ্ঞানেই সলনি হৈ পৰে। এনে পৰিস্থিতিত খাদ্য কিদৰে হজম হয়? সম্প্ৰতি ইছৰ’ৰ লেবত নির্মাণ হোৱা এটা ভিডিঅ’ দেখুৱাই শুভাংশুৱে কয় যে মাইক্র’গ্রেভিটিত হজমৰ তেনে কোনো সমস্যা নহয়।

শুভাংশুৱে ব্যাখ্যা দি কয় যে মহাকাশত পেশীৰ শিথিলতাৰ কাৰণে সংকোচন-প্ৰসাৰণত যথেষ্ট সময় লাগে। ফলত খাদ্য হজম হোৱাও বহু সময়ৰ বিষয়।

তৰল আৰু অন্যান্য পুষ্টিকৰ খাদ্য আবৰ্জনাত পৰিণত হোৱাৰ আগলৈকে হজম হৈ থাকে। কাৰণ খাদ্যকণাসমূহ অন্ত্ৰৰ ভিতৰত লাহে লাহে ভাঙি থাকে।

সেই বিজ্ঞান অনুসৰি, মহাকাশচাৰীসকলৰ শৰীৰ শুকান হোৱাৰ সুযোগ অতি কম। অধিকাংশ সময়তে আর্দ্রতা অব্যাহত থাকে।

শুভাংশুৰ মতে,খাদ্য হজমৰ এই প্রক্রিয়াটোও মহাকাশচাৰীসকলে অভ্যাস কৰিব লাগে। তাত গোলমাল হ’লে মহাশূন্যত বৰ বেছি সময় কাম কৰিব নোৱাৰি। এক্সিয়ম-৪ মিচনৰ অন্যতম মহাকাশচাৰী হৈ শুভাংশুৱে প্ৰায় ১৪ দিন মহাকাশ কেন্দ্রত কটাই আহিছে।

তাত তেওঁৰ গৱেষণাৰ মূল বিষয়বস্তু আছিল মানুহৰ শাৰীৰিক প্ৰক্ৰিয়াই কিদৰে সঁহাৰি দিয়ে, সেই বিষয়টো। এই পৰীক্ষা-নিৰীক্ষাৰ পৰাই শুভাংশুৱে নিজৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Shubhanshu ShuklaSpace
publisher

publisher

Related Posts

এইবাৰ শীততো পুৰিব পৃথিৱী!
News

এইবাৰ শীততো পুৰিব পৃথিৱী!

October 9, 2026
বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

October 6, 2026
সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

October 5, 2026
প্ৰথমবাৰ দেখা গ’ল চন্দ্ৰৰ বিপৰীত পিঠি
News

প্ৰথমবাৰ দেখা গ’ল চন্দ্ৰৰ বিপৰীত পিঠি

April 8, 2026
গগনযান অভিযানৰ অংশৰূপে আৰম্ভ ‘মিছন মিত্র’

April 6, 2026
জলবায়ু স্থিৰতা সন্দৰ্ভত থকা ধাৰণাকে প্রত্যাহ্বান জনালে মণিপুৰত উদ্ধাৰ হোৱা জীৱাশ্মই

March 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d