Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

হঠাৎ দ্রুতগতিৰে ঘূৰিছে পৃথিৱী, সৰু হৈছে দিন

এক ভয়ানক বিপদৰ ইংগিত দিলে বিজ্ঞানীয়ে

publisher by publisher
August 3, 2025
in News, science
Reading Time: 1 min read
0
হঠাৎ দ্রুতগতিৰে ঘূৰিছে পৃথিৱী, সৰু হৈছে দিন
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

তামিলনাডুত নতুন যুগৰ সূচনা! 

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

দিনটোৰ ৰাশিফল

Earth:✒️দিনক দিনে সৰু হৈ আহিছে দিনবোৰ। কোনো কাব্যিক কথা নহয়, এই কথা জনাইছে বিজ্ঞানীয়ে। পৃথিৱীয়ে নিজৰ মেৰুদণ্ডৰ ওপৰত এটা পাক ঘূৰিলে এটা দিন সম্পন্ন হয়। অৰ্থাৎ পৃথিৱীক ঘূৰিবলৈ সময় লাগে ২৪ ঘণ্টা।

ADVERTISEMENT

অথচ সাম্প্রতিক এক তথ্যই জনাইছে যে পৃথিৱীয়ে এতিয়া নিজৰ স্বাভাৱিক গতিৰ তুলনাত সামান্য দ্রুতগতিৰে ঘূৰি আছে। ফলত একো একোটা দিন কে’বা মিলি ছেকেণ্ড (হেজাৰ ভাগৰ এক ছেকেণ্ড) কৈ সৰু হৈ গৈ আছে।

এই পৰিৱৰ্তন ইমানেই সূক্ষ্ম যে সাধাৰণ মানুহে ইয়াৰ উমান পোৱা নাই; কিন্তু বিজ্ঞানীসকলৰ চকুৰ পৰা সাৰি যোৱাটো কঠিন। এই বিষয়টো ধৰা পৰাল লগে লগে একাংশ বিজ্ঞানীৰ মাজত উদ্বেগ বিয়পি পৰিছে।

স্বাভাৱিক দৃষ্টিত সামান্য যেন ধাৰণা হ’লেও সময়ৰ এই সূক্ষ্ম তাৰতম্যই ভৱিষ্যতে প্ৰযুক্তিৰ জগতত বিৰাট জটিলতাৰ সৃষ্টি কৰিব পাৰে বুলি একাংশ বিজ্ঞানীয়ে আশংকা ব্যক্ত কৰিছে।

২০২০ত প্ৰথমবাৰলৈ এদল বিজ্ঞানীয়ে আৱিষ্কাৰ কৰে যে পৃথিৱীখনে আগৰ তুলনাত কিছু দ্রুতগতিৰে ঘূৰি আছে। ২০২০ৰ ২৯ জুলাই আছিল বিগত অর্ধশতিকাৰ ভিতৰত সবাতোকৈ সৰু দিন।

সেই দিনা পৃথিৱীয়ে ২৪ ঘণ্টাতকৈ ১.৪৬ মিলি ছেকেণ্ড কম সময়তে নিজৰ অক্ষত এপাক ঘুৰে। আনহাতে, ২০২২ৰ ২৯ জুলাইত আৰু এটা অভিলেখ সৃষ্টি হয়। সেইদিনা পৃথিৱীয়ে পুৰণি অভিলেখ ভাঙি ১.৫৯ মিলি ছেকেণ্ড কম সময়তে টো দিন সম্পন্ন কৰে। অৰ্থাৎ, পৃথিৱীৰ ঘূর্ণনৰ গতি ক্ৰমাৎ বাঢ়ি আছে।

এই তথ্য উঠি আহিছে ইণ্টাৰনেচনেল আর্থ ৰোটেচন এণ্ড ৰেফাৰেন্স ছিষ্টেমছ ছার্ভিচ বা ‘আইইআৰএছ’ৰ গৱেষণাত। তদুপৰি, ব্রিটেইনৰ ৰাষ্ট্ৰীয় সময় পৰিমাপক প্রতিষ্ঠান আৰু ফেচবুকৰ মূল কোম্পানী ‘মেটা’ৰ বিজ্ঞানীসকলেও বিষয়টোৰ পর্যবেক্ষণ কৰিছে।

এতিয়া প্রশ্ন উঠিছে যে কিয় এনেকুৱা হৈছে? বিজ্ঞানীসকলৰ মতে, ইয়াৰ অন্তৰালত একাধিক কাৰণ থাকিব পাৰে।

(এক) ভূপৃষ্ঠৰ গাঁথনিগত পৰিৱৰ্তন: ভূমিকম্প বা আগ্নেয়গিৰিৰ উদ্‌দ্গীৰণৰ ফলত পৃথিৱীৰ ভৰৰ ভাৰসাম্য সলনি হৈছে। সেই বাবেই এই দ্রুত ঘূর্ণন ঘটিব পাৰে।

(দুই) হিমবাহ গলন:গোলকীয় উষ্ণতাৰ ফলত ক্ৰমাৎ মেৰু অঞ্চলৰ বৰফ গলি সাগৰৰ পানীলৈ ৰূপান্তৰিত হৈছে। ফলত পৃথিৱী পৃষ্ঠৰ ওজনত পুনর্বণ্টন ঘটিছে।

(তিনি) বায়ুমণ্ডল আৰু সাগৰৰ সোঁতৰ পৰিৱৰ্তন:একেদৰে গোলকীয় উষ্ণতাৰ প্ৰভাৱত পৰিৱৰ্তন হৈছে এই বিষয়সমূহৰ। এই পৰিৱৰ্তনে পৃথিৱীৰ ঘূৰ্ণনক প্ৰভাৱিত কৰিব পাৰে।

কি প্ৰভাৱ পৰিব দৈনন্দিন জীৱনত?

এই সূক্ষ্ম পৰিৱৰ্তনে আমাৰ দৈনন্দিন জীৱনত বিশেষ কোনো সমস্যাৰ সৃষ্টি নকৰিলেও স্থান নির্ণয় ব্যৱস্থাপনা (জিপিএছ ষ্টিষ্টেম), উপগ্ৰহ নিৰ্ভৰ প্ৰযুক্তি, ইণ্টাৰনেট ছাৰ্ভাৰ তথা বেংকিং ছফ্টৱেৰৰ দৰে অত্যন্ত সূক্ষ্ম সময়নিৰ্ভৰ প্ৰযুক্তিৰ ক্ষেত্ৰত বিৰাট প্রভান পেলাব পাৰে।

এই পৰিস্থিতি যদি স্থায়ীভাবে অব্যাহত থাকে, তেন্তে বিজ্ঞানীসকলে ‘নিগেটিভ লিপ ছেকেণ্ড’ অর্থাৎ ২৪ ঘণ্টাৰ পৰা এক ছেকেণ্ড বাদ দিয়াৰ দৰে পদক্ষেপো ল’বলগীয়া হ’ব পাৰে। এই পর্যন্ত এনে কোনো ঘটনা ঘটা নাই। সেয়ে ২৪ ঘণ্টাৰ পৰা এক ছেকেণ্ড বাদ দিলে প্ৰযুক্তিৰ জগতত একেবাৰে নতুন আৰু জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

পৃথিৱীৰ ঘূৰ্ণনৰ এই সূক্ষ্ম পৰিৱৰ্তন সাধাৰণ দৃষ্টিত তেনে বিপজ্জনক নহ’লেও বিজ্ঞানীসকলে সকলোকে সতৰ্ক কৰিছে। কাৰণ এই প্ৰৱণতা যদি দীর্ঘস্থায়ী হয়, তেনেহ’লে সময়ৰ হিচাপ-নিকাচত বৃহৎ পৰিৱৰ্তন আহিব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d