Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Cherrapunji:চলিত বর্ষত ইতিহাসৰে সবাতোকৈ কম বৰষুণ চেৰাপুঞ্জীত , সৰ্বাধিক বৰষুণ হ’ল মহাৰাষ্ট্ৰৰ টামিহিনিত

বিশ্বৰ অন্যতম সৰ্বাধিক বৰষুণ হোৱা স্থানৰ স্বীকৃতি হেৰুওৱাৰ উপক্ৰম !

publisher by publisher
August 28, 2025
in India, News
Reading Time: 1 min read
0
Cherrapunji:চলিত বর্ষত ইতিহাসৰে সবাতোকৈ কম বৰষুণ চেৰাপুঞ্জীত , সৰ্বাধিক বৰষুণ হ’ল মহাৰাষ্ট্ৰৰ টামিহিনিত
0
SHARES
2
VIEWS
ShareShareShareShare

RelatedPosts

মালেগাঁও বিস্ফোৰণ কাণ্ডত সকলো অভিযুক্ত দোষমুক্তি

ইঞ্জেকশনৰ ভয়তেই মৃত্যু! কুকুৰৰ আঁচোৰক অৱহেলা

Ajit Pawar’s Funeral:বাৰামতীত পঞ্চভূতত বিলীন অজিত পাৱাৰৰ নশ্বৰদেহ

Cherrapunji:

বিশ্বৰে অন্যতম ভিজা বা সর্বাধিক হোৱা বৰষুণ স্থানৰ স্বীকৃতি হেৰুওৱাৰ উপক্রম ঘটিছে মেঘালয়ৰ চেৰাপুঞ্জীৰ। এইবাৰৰ বাৰিষাত একপ্রকাৰ ইতিহাসৰ ভিতৰতে কম বৰষুণ হয় চেৰাপুঞ্জীত। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, চলিত বর্ষব পহিলা জুনৰ পৰা ২০ আগষ্টৰ ভিতৰত চেৰাপুঞ্জীত হোৱা বৰষুণৰ পৰিমাণ আছিল প্রায় ৩,৫০০ মিলিমিটাৰ। অর্থাৎ স্বাভাৱিকতকৈ এইবাৰ প্রায় ৫০ শতাংশ কম বৰষুণ হয় চেৰাপুঞ্জীত। ইয়াৰ বিপৰীতে চলিত বর্ষত কর্ণাটক আৰু মহাৰাষ্ট্ৰৰ কেতবোৰ স্থানত চেৰাপুঞ্জীতকৈ অধিক পৰিমাণৰ বৰষুণ হয়। উদাহৰণ স্বৰূপে যোৱা ১৮ আগলৈকে কর্ণাটকৰ কড়াগু জিলাৰ সোমাৰপেটৰ ছুর্লাব্বিত প্রায় ৭,৩০০ মিলিমিটাৰ বৰষুণ হয় ।
এই অঞ্চলত সাধাৰণতে বাৰিষা ৫,৯১৫ মিলিমিটাবহে বৰষুণ হয়। এই তথ্য প্রকাশ কৰিছে ববি কীর্তি নামৰ এজন স্বতন্ত্র বতৰ বিশ্লেষকে। আনহাতে, তামিলনাডুৰ আৰ প্রদীপ জ’ন নামৰ এজন স্বতন্ত্র বতৰ বিশ্লেষকে সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা অনুসৰি, যোৱা পহিলা জুনৰ পৰা ৩১ জুলাইলৈ চেৰাপুঞ্জীত ২,০৪৭ মিলিমিটাৰ বৰষুণ হয়। ইয়াৰ বিপৰীতে উক্ত সময়ছেৱাত ছুর্লাব্বিত হোৱা বৰষুণৰ পৰিমাণ আছিল ৪,৯৩১ মিলিমিটাৰ। একেদৰে চলিত বর্ষাৰ প্রথম দুটা মাহত মহাৰাষ্ট্ৰৰ টামহিনিত দেশৰ ভিতৰতে সর্বাধিক ৫.৭৮৮ মিলিমিটাৰ বৰষুণ হয়।
CHERA 1
একাংশই বিশ্লেষণ কৰা তথ্য অনুসবি, চলিত বাৰিষাত পহিলা জুনৰ পৰা ৩১ জুলাইৰ ভিতৰত চেৰাপুঞ্জীতকৈ দেশৰ কমেও ৩২টা স্থানত অধিক পৰিমাণৰ বৰষুণ হয়। গতিকে প্রশ্নৰ উদয় হৈছে যে মেঘালয় তথা উত্তৰ-পূবৰ অন্যতম পর্যটকৰ আকর্ষণস্থলী চেৰাপুঞ্জীয়ে বিশ্বৰ অন্যতম সিক্ত স্থানৰ স্বীকৃতি হেৰুৱাব নেকি?
উল্লেখ্য যে ইয়াৰ পূর্বে ১৯৬২ৰ বর্ষত চেৰাপুঞ্জীত সবাতোতকৈ কম বৰষুণ হৈছিল। উক্ত বছৰ জুন-ছেপ্টেম্বৰৰ সময়ছোৱাত চেৰাপুঞ্জীত হোৱা বৰষুণৰ পৰিমাণ ৫.৪০১ মিলিমিটাৰ আছিল বুলি শুভম নামৰ এজন স্বতন্ত্র বতৰ বিশ্লেষকে প্রকাশ কৰিছে। যদি এইবাৰৰ ২০ আগষ্ট পৰা অহা ৩০ ছেপ্টেম্বৰলৈ চেৰাপুঞ্জীত ১,৯০০ মিলিমিটাৰতকৈ কম বৰষুণ হয়, তেতিয়া সেইবাৰৰ বর্ষত অঞ্চলটেৰ বাবে সবাতোতকৈ শুকান বর্ষত পৰিণত হ’ব।
উল্লেখ্য যে চেৰাপুঞ্জীত বাৰিষাত স্বাভাৱিক বৰষুণৰ পৰিমাণ হৈছে ৮.১৩১.৯ মিলিমিটাৰ। অৱশ্যে কেৱল চেৰাপুঞ্জীয়েই নহয়, এইবাৰৰ বাৰিষাত মেঘালয়ৰ আন অঞ্চলসমূহতো উদ্বেগজনকভাৱে কম বৰষুণ হয়। মুঠতে ৰাজ্যখনত এইবাৰ ৪৩ শতাংশ বৰষুণৰ ঘাটিয়ে দেখা দিয়ে। এই ঘাটিৰ পৰিমাণ দেশৰ ভিতৰতে সর্বাধিক। পাহাৰীয়া ৰাজ্যখনৰ ১১ খন জিলাৰ দুখনত এইবাৰৰ বাৰিষাত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ ২০ৰ পৰা ৫৯ শতাংশ কম হয় ইয়াৰে দুখন জিলাত বৰষুণৰ পৰিমাণ ৬০ৰ পৰা ৯৯ শতাংশ পর্যন্ত কম হয়। এই ক্ষেত্রত সবাতোতকৈ ক্ষতিগ্রস্ত হোৱা জিলাখন হৈছে পশ্চিম জয়ন্তীয়া পাহাৰ জিলা। ২৬ আগষ্টলৈকে জিলাখনত বৰষুণৰ ঘাটিৰ পৰিমাণ ৭৫ শতাংশ আছিল। চেৰাপুঞ্জী আৰু মৌচিনৰামক সামৰি গঠিত পূৱ খাচী পাহাৰ জিলাতো এইবাৰৰ বাৰিষাত স্বাভাৱিকতকৈ ২৯ শতাংশ কম বৰষুণ হয়।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cherrapunjihighest rainMaharashtraRecorded raintamhini
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d