Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ

    হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল

    দিল্লীকো চেৰ পেলাই প্ৰদূষণত শীৰ্ষত মুম্বাই!

    মধ্যৱৰ্তী নিৰ্বাচনৰ পিছতে ইৰানত পুনৰ বৃহৎ আক্ৰমণ চলাব পাৰে আমেৰিকাই! ট্ৰাম্পৰ হুংকাৰ

    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Cherrapunji:চলিত বর্ষত ইতিহাসৰে সবাতোকৈ কম বৰষুণ চেৰাপুঞ্জীত , সৰ্বাধিক বৰষুণ হ’ল মহাৰাষ্ট্ৰৰ টামিহিনিত

বিশ্বৰ অন্যতম সৰ্বাধিক বৰষুণ হোৱা স্থানৰ স্বীকৃতি হেৰুওৱাৰ উপক্ৰম !

publisher by publisher
August 28, 2025
in India, News
Reading Time: 1 min read
0
Cherrapunji:চলিত বর্ষত ইতিহাসৰে সবাতোকৈ কম বৰষুণ চেৰাপুঞ্জীত , সৰ্বাধিক বৰষুণ হ’ল মহাৰাষ্ট্ৰৰ টামিহিনিত
0
SHARES
2
VIEWS
ShareShareShareShare

RelatedPosts

মালেগাঁও বিস্ফোৰণ কাণ্ডত সকলো অভিযুক্ত দোষমুক্তি

ইঞ্জেকশনৰ ভয়তেই মৃত্যু! কুকুৰৰ আঁচোৰক অৱহেলা

Ajit Pawar’s Funeral:বাৰামতীত পঞ্চভূতত বিলীন অজিত পাৱাৰৰ নশ্বৰদেহ

Cherrapunji:

বিশ্বৰে অন্যতম ভিজা বা সর্বাধিক হোৱা বৰষুণ স্থানৰ স্বীকৃতি হেৰুওৱাৰ উপক্রম ঘটিছে মেঘালয়ৰ চেৰাপুঞ্জীৰ। এইবাৰৰ বাৰিষাত একপ্রকাৰ ইতিহাসৰ ভিতৰতে কম বৰষুণ হয় চেৰাপুঞ্জীত। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, চলিত বর্ষব পহিলা জুনৰ পৰা ২০ আগষ্টৰ ভিতৰত চেৰাপুঞ্জীত হোৱা বৰষুণৰ পৰিমাণ আছিল প্রায় ৩,৫০০ মিলিমিটাৰ। অর্থাৎ স্বাভাৱিকতকৈ এইবাৰ প্রায় ৫০ শতাংশ কম বৰষুণ হয় চেৰাপুঞ্জীত। ইয়াৰ বিপৰীতে চলিত বর্ষত কর্ণাটক আৰু মহাৰাষ্ট্ৰৰ কেতবোৰ স্থানত চেৰাপুঞ্জীতকৈ অধিক পৰিমাণৰ বৰষুণ হয়। উদাহৰণ স্বৰূপে যোৱা ১৮ আগলৈকে কর্ণাটকৰ কড়াগু জিলাৰ সোমাৰপেটৰ ছুর্লাব্বিত প্রায় ৭,৩০০ মিলিমিটাৰ বৰষুণ হয় ।
এই অঞ্চলত সাধাৰণতে বাৰিষা ৫,৯১৫ মিলিমিটাবহে বৰষুণ হয়। এই তথ্য প্রকাশ কৰিছে ববি কীর্তি নামৰ এজন স্বতন্ত্র বতৰ বিশ্লেষকে। আনহাতে, তামিলনাডুৰ আৰ প্রদীপ জ’ন নামৰ এজন স্বতন্ত্র বতৰ বিশ্লেষকে সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা অনুসৰি, যোৱা পহিলা জুনৰ পৰা ৩১ জুলাইলৈ চেৰাপুঞ্জীত ২,০৪৭ মিলিমিটাৰ বৰষুণ হয়। ইয়াৰ বিপৰীতে উক্ত সময়ছেৱাত ছুর্লাব্বিত হোৱা বৰষুণৰ পৰিমাণ আছিল ৪,৯৩১ মিলিমিটাৰ। একেদৰে চলিত বর্ষাৰ প্রথম দুটা মাহত মহাৰাষ্ট্ৰৰ টামহিনিত দেশৰ ভিতৰতে সর্বাধিক ৫.৭৮৮ মিলিমিটাৰ বৰষুণ হয়।
একাংশই বিশ্লেষণ কৰা তথ্য অনুসবি, চলিত বাৰিষাত পহিলা জুনৰ পৰা ৩১ জুলাইৰ ভিতৰত চেৰাপুঞ্জীতকৈ দেশৰ কমেও ৩২টা স্থানত অধিক পৰিমাণৰ বৰষুণ হয়। গতিকে প্রশ্নৰ উদয় হৈছে যে মেঘালয় তথা উত্তৰ-পূবৰ অন্যতম পর্যটকৰ আকর্ষণস্থলী চেৰাপুঞ্জীয়ে বিশ্বৰ অন্যতম সিক্ত স্থানৰ স্বীকৃতি হেৰুৱাব নেকি?
উল্লেখ্য যে ইয়াৰ পূর্বে ১৯৬২ৰ বর্ষত চেৰাপুঞ্জীত সবাতোতকৈ কম বৰষুণ হৈছিল। উক্ত বছৰ জুন-ছেপ্টেম্বৰৰ সময়ছোৱাত চেৰাপুঞ্জীত হোৱা বৰষুণৰ পৰিমাণ ৫.৪০১ মিলিমিটাৰ আছিল বুলি শুভম নামৰ এজন স্বতন্ত্র বতৰ বিশ্লেষকে প্রকাশ কৰিছে। যদি এইবাৰৰ ২০ আগষ্ট পৰা অহা ৩০ ছেপ্টেম্বৰলৈ চেৰাপুঞ্জীত ১,৯০০ মিলিমিটাৰতকৈ কম বৰষুণ হয়, তেতিয়া সেইবাৰৰ বর্ষত অঞ্চলটেৰ বাবে সবাতোতকৈ শুকান বর্ষত পৰিণত হ’ব।
উল্লেখ্য যে চেৰাপুঞ্জীত বাৰিষাত স্বাভাৱিক বৰষুণৰ পৰিমাণ হৈছে ৮.১৩১.৯ মিলিমিটাৰ। অৱশ্যে কেৱল চেৰাপুঞ্জীয়েই নহয়, এইবাৰৰ বাৰিষাত মেঘালয়ৰ আন অঞ্চলসমূহতো উদ্বেগজনকভাৱে কম বৰষুণ হয়। মুঠতে ৰাজ্যখনত এইবাৰ ৪৩ শতাংশ বৰষুণৰ ঘাটিয়ে দেখা দিয়ে। এই ঘাটিৰ পৰিমাণ দেশৰ ভিতৰতে সর্বাধিক। পাহাৰীয়া ৰাজ্যখনৰ ১১ খন জিলাৰ দুখনত এইবাৰৰ বাৰিষাত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ ২০ৰ পৰা ৫৯ শতাংশ কম হয় ইয়াৰে দুখন জিলাত বৰষুণৰ পৰিমাণ ৬০ৰ পৰা ৯৯ শতাংশ পর্যন্ত কম হয়। এই ক্ষেত্রত সবাতোতকৈ ক্ষতিগ্রস্ত হোৱা জিলাখন হৈছে পশ্চিম জয়ন্তীয়া পাহাৰ জিলা। ২৬ আগষ্টলৈকে জিলাখনত বৰষুণৰ ঘাটিৰ পৰিমাণ ৭৫ শতাংশ আছিল। চেৰাপুঞ্জী আৰু মৌচিনৰামক সামৰি গঠিত পূৱ খাচী পাহাৰ জিলাতো এইবাৰৰ বাৰিষাত স্বাভাৱিকতকৈ ২৯ শতাংশ কম বৰষুণ হয়।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cherrapunjihighest rainMaharashtraRecorded raintamhini
publisher

publisher

Related Posts

‘ফ্ৰী কাশ্মীৰ’ শ্লোগানক লৈ উত্তপ্ত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়, অনলাইনযোগে চলিব পাঠদান
India

October 24, 2026
মণিপুৰৰ পাঁচখন জিলাত অভিনৱ প্ৰতিবাদ
India

মণিপুৰৰ পাঁচখন জিলাত অভিনৱ প্ৰতিবাদ

October 24, 2026
প্ৰশিক্ষণৰ সময়তে মাজ আকাশত ভয়ংকৰ দুৰ্ঘটনা! সংঘৰ্ষৰ পাছত ভূপতিত দুই সামৰিক বিমান
International

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত ভূমিকা নথকাৰ দাবী নেহা বৰাৰ, তথাপি দিব লাগিব শান্তিৰক্ষাৰ মুচলেকা

মাস্কৰ বাবে ডাঙৰ বিপৰ্যয়, এদিনতে ৯০ বিলিয়ন ডলাৰৰ সম্পত্তি হ্রাস
International

মাস্কৰ বাবে ডাঙৰ বিপৰ্যয়, এদিনতে ৯০ বিলিয়ন ডলাৰৰ সম্পত্তি হ্রাস

October 24, 2026
মুম্বাইত জইশ-ই-মহম্মদৰে জড়িত থকাৰ সন্দেহত যুৱক গ্ৰেপ্তাৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d