Paddlar arrested with smuggled cattle Seized:
চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰস্থিতি গ্ৰহণ কৰাৰ মাজতে নগাঁও জিলাৰ ধিঙৰ ডুমডুমীয়াত আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই জব্দ কৰে চোৰাং গৰুভর্তি ট্রাক ৷ জব্দকৃত ট্ৰাক খনত আছিল প্ৰায় ২০টা চোৰাং গৰু ৷ এই সংক্ৰান্তত আটক হয় জলিল নামৰ সৰবৰাহকাৰীজনক ৷
ADVERTISEMENT
উল্লেখ্য যে,নগাঁও জিলাৰ জুৰিয়া ,ধিং আৰু বটদ্ৰৱা অঞ্চলত একাংশ চোৰাং গৰু সৰবৰাহকাৰীয়ে সংগোপনে অব্যাহত ৰাখিছে গৰু সৰবৰাহ ৷



































