Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home insurance

নতুন চাকৰিৰ স’তে দৰমহাৰ একাউন্টো সলনি কৰিছে নেকি?

কি কয় বিশেষজ্ঞই ?

publisher by publisher
September 16, 2025
in insurance
Reading Time: 1 min read
0
নতুন চাকৰিৰ স’তে দৰমহাৰ একাউন্টো সলনি কৰিছে নেকি?
1
SHARES
5
VIEWS
ShareShareShareShare

Salary account:✒️আপুনি এটাৰ পাছত আনটো ভাল চাকৰিৰ সুযোগ পাইছে নেকি? নতুন চাকৰিৰ স’তে দৰমহাৰ একাউণ্টো সলনি কৰিছে নেকি? প্রকৃততে ইয়াৰ প্রয়োজন আছেনে বাৰু? বিত্তীয় পৰামর্শদাতা তথা বিনিয়োগ বিশেষজ্ঞই অৱশ্যে এনে কৰাৰ কোনো প্রয়োজন নাই বুলি পৰামৰ্শ দিয়ে। বৰঞ্চ নতুন চাকৰিৰ স’তে দৰমহাৰ একাউণ্ট সলনি কৰিলে আপুনি জৰিমনা পৰিশোধ কৰিব লগাহে হ’ব পাৰে।

ADVERTISEMENT

সঘনাই চাকৰি সলনি কৰি একাধিক বেংক একাউন্ট খুলিলে অধিক সতর্কতা অৱলম্বন কৰিব লাগে। নিয়ম অনুসৰি, যদি এজন ব্যক্তিৰ কোনো এটা বেংকত একাউন্ট এটা আগৰে পৰাই থাকেই, তেন্তে তেওঁক সেইটো বেংকত দ্বিতীয়টো একাউন্ট খুলিবলৈ অনুমতি দিয়া নহয়।

RelatedPosts

No Content Available

তদুপৰি, যদি দৰমহা একাউণ্টত নিয়মীয়াকৈ টকা জমা কৰা নহয়, আপুনি একাউন্টটো পুনৰ আৰম্ভ কৰিবলৈ এক বৃহৎ পৰিমাণৰ জৰিমনাও পৰিশোধ কৰিব লগা হয়। সকলো দৰমহা একাউন্ট হৈছে ‘শূন্য বেলেন্স একাউন্ট’।

একেৰাহে তিনি মাহ ধৰি যদি সেই একাউন্টত টকা নোসোমায়, তেন্তে তেনে একাউন্ট জমা একাউন্টলৈ ৰূপান্তৰিত হয়। প্রতিটো জমা একাউন্টত যিহেতুকে ন্যূনতম বেলেন্স জমা ৰখাৰ নিয়ম, গতিকে এনে পৰিস্থিতিত উপভোক্তাৰ সমস্যা বাঢ়িব পাৰে।

একাউন্টৰ ধৰণ অনুযায়ী ন্যূনতম ৫০০ টকাৰ পৰা ১০ হেজাৰ টকা পর্যন্ত ন্যূনতম বেলেন্স ৰাখিবলগীয়া হ’ব পাৰে উপভোক্তাই। যদিহে একাউণ্টত সিমান পৰিমাণৰ নিম্নতম বেলেন্স নাথাকে, তেন্তে জৰিমনা হিচাপে একাউণ্টৰ পৰা প্ৰতি মাহে এক নিৰ্দিষ্ট পৰিমাণৰ ধন কৰ্তন কৰা হয়।

ইয়াৰ বাহিৰেও, একাউন্টটো খুলিবলৈ বেংকে গ্ৰাহকৰ পৰা অতিৰিক্ত একো মাচুল নল’লেও, ডেবিট কার্ড-চেকবুককে ধৰি একাধিক সেৱাৰ বাবে বছৰি কিছু টকা কর্তন কৰে।

গতিকে চাকৰি সলনিৰ লগে লগে পৰাপক্ষত ছেলাৰী একাউন্ট সলনি নকৰিবলৈ পৰামৰ্শ দিয়ে বিশেষজ্ঞসকলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Salary account
publisher

publisher

Related Posts

মাহে ২০০ টকাকৈ বিনিয়োগ কৰি বছৰি ৭২ হেজাৰ টকাৰ পেন্সন
insurance

March 30, 2026
ৰাষ্ট্ৰীয় পেন্সন আঁচনিত বিনিয়োগৰ সুবিধা
insurance

ৰাষ্ট্ৰীয় পেন্সন আঁচনিত বিনিয়োগৰ সুবিধা

February 10, 2026
দীর্ঘম্যাদী এই আঁচনিত লাভসুনিশ্চিত
insurance

দীর্ঘম্যাদী এই আঁচনিত লাভসুনিশ্চিত

February 1, 2026
ঋণৰ বোজা কম কৰিব পৰাকৈ কেইটামান জৰুৰী দিহা…
insurance

ঋণৰ বোজা কম কৰিব পৰাকৈ কেইটামান জৰুৰী দিহা…

January 25, 2026
ইপিএফঅ’ক দৰমহাৰ সীমা সংশোধনৰ সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ
insurance

ইপিএফঅ’ক দৰমহাৰ সীমা সংশোধনৰ সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ

January 11, 2026
আধাৰৰ স’তে সংযোগ নকৰিলে নতুন বর্ষত নিষ্ক্রিয় হ’ব পেন
insurance

আধাৰৰ স’তে সংযোগ নকৰিলে নতুন বর্ষত নিষ্ক্রিয় হ’ব পেন

December 28, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d