Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

হিয়াৰ আমঠু শিল্পীগৰাকীৰ মৃত্যুৰ লগত উচ্ছেদক একাকাৰ কৰা বুলি সমালোচনা

'পলিটিক্স নকৰিবা বন্ধু'-দাবী মুখ্যমন্ত্রীক

publisher by publisher
October 5, 2025
in Assam, News
Reading Time: 1 min read
0
1
SHARES
5
VIEWS
ShareShareShareShare

Zubeen Garg:✒️জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ৰাজনীতি কৰা বুলি শনিবাৰে সমালোচনা কৰে অসম জাতীয় পৰিষদ আৰু আমছুৱে। শনিবাৰে জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰে।

ADVERTISEMENT

বসুমতাৰীয়ে কয়, ‘জুবিন গার্গে কেনে অসম বিচাৰিছিল, সেয়া মৃত্যুৰ পাছতে তেওঁ দেখুৱাই গৈছে। জুবিন গাৰ্গৰ আদৰ্শক জীয়াই ৰাখিবলৈ হ’লে তেওঁ বিচৰা ধৰণৰ সমাজ সকলোৱে মিলি গঢ়িব লাগিব। ইয়াৰ বিপৰীতে জুবিনৰ অনুৰাগী বুলি দাবী কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ প্রিয় শিল্পীগৰাকীক লৈ ৰাজনৈতিক টনা-আঁজোৰা আৰম্ভ কৰিছে। বিজেপিৰ নেতা-পালিনেতাও এই টনা-আঁজোৰাত লিপ্ত হৈছে। ৰাজনীতিৰ অংশ হিচাপে মুখ্যমন্ত্রীয়ে দুর্ভাগ্যজনকভাৱে ৰাজ্যত চলা উচ্ছেদ আৰু জুবিন গাৰ্গৰ হত্যাৰ ঘটনাক একাকাৰ কৰিব বিচাৰিছে বুলিও বসুমতাৰী সৰব হয়।

RelatedPosts

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

জুবিন বিহীন গৰু বিহুৰ দিনাই জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ,পামী বৰঠাকুৰ

আজি গৰু বিহু উপাৰ্জনৰ সীমাবদ্ধতাৰ প্ৰভাৱত স্থবিৰতা বিৰাজ কৰিছে বজাৰত

তেওঁ কয় যে উচ্ছেদৰ কিছু মানুহে সমর্থন আৰু কিছুৱে বিৰোধিতা কৰে। ইয়াৰ বিপৰীতে জুবিন গাৰ্গ সকলোৰে আদৰৰ। সকলোৱে তেওঁক ভাল পায়। উচ্ছেদৰ লগত জুবিন গাৰ্গৰ মৃত্যুৰ কি সম্পর্ক বুলি প্রশ্ন কৰি তেওঁ কয় যে শিল্পীগৰাকীৰ হত্যাৰ তদন্ত সকলোৱে বিচাৰিছে।

বসুমতাৰীয়ে পুনৰ কয়, ‘আমি মুখ্যমন্ত্ৰীৰ বক্তব্যক নিন্দা কৰিছো। ৰাজধর্ম পালনত ব্যর্থ হৈছে মুখ্যমন্ত্রী। নিকৃষ্ট ৰাজনীতিত লিপ্ত হৈ আমাৰ প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাবে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সমৰ্থন আদায়তহে লিপ্ত হৈছে; অথচ জুবিনৰ নশ্বৰদেহ আনিবলৈ চৰকাৰে এখন এয়াৰ এম্বুলেন্স, এখন চার্টার্ড বিমানৰ ব্যৱস্থা কৰিব নোৱাৰিলে ।সেই কাৰণে নশ্বৰদেহ কঢ়িওৱা কফিন অসমলৈ অনাত যথেষ্ট খেলিমেলিৰ সৃষ্টি হয়। এয়া দুর্ভাগ্যজনক। জুবিনৰ নামতে মুখ্যমন্ত্ৰীয়ে এতিয়া ন্যায় দিব নোৱাৰিলে ভোট নালাগে বুলি কিয় বাৰে বাৰে ক’বলৈ ধৰিছে।’

বর্তমান চলা তদন্ত সম্পূর্ণ পৰিকল্পিতভাৱে আগবঢ়াৰো সন্দেহ কৰে জাতীয় পৰিষদৰ নেতাজনে। তেওঁ কয়, ‘আমি গভীৰভাৱে সন্দেহ কৰো যে তদন্ত প্রক্রিয়াও চিত্রনাট্য অনুসৰিহে আগবাঢ়িছে। সেইকাৰণে উচ্চতম ন্যায়ালয়ৰ তদাৰকত সমগ্ৰ ঘটনাৰ তদন্ত আমি দাবী কৰিছো।’

ইপিনে, জুবিন গাৰ্গৰ লগত সংঘটিত ঘটনাক লৈ মুখ্যমন্ত্রীয়ে কেবিনেট বৈঠক, সর্বদলীয় বৈঠক অনুষ্ঠিত কৰিব লাগিছিল বুলিও মতপোষণ কৰে বসুমতাৰীয়ে। জুবিনৰ নশ্বৰদেহত শ্রদ্ধাঞ্জলি জনোৱা অনুষ্ঠান চূড়ান্ত অব্যৱস্থাৰে সম্পন্ন কৰা বুলিও তেওঁ সমালোচনা কৰে।

ইয়াৰ বিপৰীতে জুবিন গাৰ্গৰ হকে ন্যায় বিচৰা বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি চৰকাৰৰ বিৰুদ্ধে সৰৰ হৈ বসুমতাৰীয়ে কয়, ‘যিসকল অভিযুক্ত তেওঁলোকহে মুকলি আকাশৰ তলত বহুদিন থাকিল। দিল্লীত সিদ্ধার্থ শর্মাক লগ পায়ো কিয় কৰায়ত্ত কৰাৰ ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে নকৰিলে? সিদ্ধার্থ শৰ্মাক অসমলৈ আহিবলৈ দিব লাগে বুলি গৰিমা শইকীয়া গার্গে কাৰ হেঁচাত কৈছিল? সিদ্ধার্থ শর্মাক অসমলৈ আহিবলৈ দিব লাগে বুলি তাৰচেম মিট্রালে গৰিমা গাৰ্গক হেঁচা দিছিল। মুখ্যমন্ত্রীয়ে আবেগিক মুহূৰ্তত বাৰে বাৰে নেপালৰ কথা কৈ থকাৰ অৰ্থ কি? আচলতে নেপালৰ কথা কৈ মানুহক ভয়-ভাবুকি দিয়াহে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে। এছআইটি গঠন কৰিছে ভাল কথা; কিন্তু এছআইটিয়ে অভিযুক্তৰ ঘৰত সামগ্রী জব্দ কৰাৰ সময়ত সাক্ষী কোন আছিল? তাত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত থকা নথি আছিল। সেই তথ্য লুকুৱাবলৈ এছআইটিক ব্যৱহাৰ কৰিছে নেকি? ৰিণিকি ভূঞা শৰ্মাৰ গ’ল্ডেন থ্রেড আৰু নৰ্থ-ইষ্ট ফেষ্টিভেলৰ মাজত কি সম্পর্ক আছে? এইবোৰৰ উত্তৰ আমাক লাগিব। এছআইটিয়ে জব্দ কৰা তথ্য মুখ্যমন্ত্ৰীৰ ওচৰলৈ নিয়া হৈছে। আমাক এই উত্তৰ লাগিব, কাৰ আশীৰ্বাদত শ্যামকানু মহন্তই চৰকাৰৰ পৰা বিভিন্ন সা-সুবিধা পাইছিল।’

ৰাজনীতি নকৰিবলৈ সকীয়নি আমছুৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্রীয়ে বাজনীতি কৰা বুলি সমালোচনা কৰে আমছুবে। আজি সংগঠনটোৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদে এক বিবৃতিত মুখ্যমন্ত্রীক এই ৰাজনীতি নকৰিবলৈ সকীয়াই দি কয়, ‘আমাৰ অসমৰ সম্পদ, জনগণৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলোরে শোক প্রকাশ কৰিছে, সকলোৱে ন্যায় বিচাৰিছে। তাত আপোনাৰ কি অসুবিধা হৈছে?

মুখ্যমন্ত্ৰীৰ দায়িত্ব হৈছে অপৰাধীক কঠোৰ শাস্তি নিশ্চিত কৰাৰ বাবে বাস্তৱ পদক্ষেপ গ্রহণ কৰা। জুবিন গাৰ্গক ন্যায় দিয়াটো সকলোৱে কামনা কৰিছে; কিন্তু মুখ্যমন্ত্রীয়ে তাকেই কৰিবলৈ গৈ ৰাজনীতিত নামিছে। সেই কাৰণে উচ্ছেদৰ প্ৰসংগ টানি অনা হৈছে।’ ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে নিজক বচাব বিচাৰিছে নেকি বুলি প্রশ্ন কৰি আহমেদে কয় যে অসমৰ মুখ্যমন্ত্রী এজন হিটলাৰী শাসক বুলি আমছুৱে অনুভৱ কৰে। অমানবীয় চিন্তাৰে মুখ্যমন্ত্রীয়ে চৰকাৰ চলাই থকাটো আমছুৰ দৃষ্টিগোচৰ হৈছে। তেওঁ লগতে কয়, ‘আমি মুখ্যমন্ত্ৰীক জুবিন গাৰ্গৰ অনুভৱ আৰু বিশ্বাসক বাস্তৱ ৰূপ দিয়াৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছো। মুখ্যমন্ত্রীক প্রয়াত শিল্পীগৰাকীৰ ‘পলিটিক্স নকৰিবা বন্ধু’ গীতটোক সম্মান জনাবলৈয়ো আমছুরে আহ্বান জনাইছো।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Zubeen Garg
publisher

publisher

Related Posts

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d