Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

    প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

    দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

হিয়াৰ আমঠু শিল্পীগৰাকীৰ মৃত্যুৰ লগত উচ্ছেদক একাকাৰ কৰা বুলি সমালোচনা

'পলিটিক্স নকৰিবা বন্ধু'-দাবী মুখ্যমন্ত্রীক

publisher by publisher
October 5, 2025
in Assam, News
Reading Time: 1 min read
0
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

Zubeen Garg:✒️জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ৰাজনীতি কৰা বুলি শনিবাৰে সমালোচনা কৰে অসম জাতীয় পৰিষদ আৰু আমছুৱে। শনিবাৰে জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰে।

ADVERTISEMENT

বসুমতাৰীয়ে কয়, ‘জুবিন গার্গে কেনে অসম বিচাৰিছিল, সেয়া মৃত্যুৰ পাছতে তেওঁ দেখুৱাই গৈছে। জুবিন গাৰ্গৰ আদৰ্শক জীয়াই ৰাখিবলৈ হ’লে তেওঁ বিচৰা ধৰণৰ সমাজ সকলোৱে মিলি গঢ়িব লাগিব। ইয়াৰ বিপৰীতে জুবিনৰ অনুৰাগী বুলি দাবী কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ প্রিয় শিল্পীগৰাকীক লৈ ৰাজনৈতিক টনা-আঁজোৰা আৰম্ভ কৰিছে। বিজেপিৰ নেতা-পালিনেতাও এই টনা-আঁজোৰাত লিপ্ত হৈছে। ৰাজনীতিৰ অংশ হিচাপে মুখ্যমন্ত্রীয়ে দুর্ভাগ্যজনকভাৱে ৰাজ্যত চলা উচ্ছেদ আৰু জুবিন গাৰ্গৰ হত্যাৰ ঘটনাক একাকাৰ কৰিব বিচাৰিছে বুলিও বসুমতাৰী সৰব হয়।

তেওঁ কয় যে উচ্ছেদৰ কিছু মানুহে সমর্থন আৰু কিছুৱে বিৰোধিতা কৰে। ইয়াৰ বিপৰীতে জুবিন গাৰ্গ সকলোৰে আদৰৰ। সকলোৱে তেওঁক ভাল পায়। উচ্ছেদৰ লগত জুবিন গাৰ্গৰ মৃত্যুৰ কি সম্পর্ক বুলি প্রশ্ন কৰি তেওঁ কয় যে শিল্পীগৰাকীৰ হত্যাৰ তদন্ত সকলোৱে বিচাৰিছে।

বসুমতাৰীয়ে পুনৰ কয়, ‘আমি মুখ্যমন্ত্ৰীৰ বক্তব্যক নিন্দা কৰিছো। ৰাজধর্ম পালনত ব্যর্থ হৈছে মুখ্যমন্ত্রী। নিকৃষ্ট ৰাজনীতিত লিপ্ত হৈ আমাৰ প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাবে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সমৰ্থন আদায়তহে লিপ্ত হৈছে; অথচ জুবিনৰ নশ্বৰদেহ আনিবলৈ চৰকাৰে এখন এয়াৰ এম্বুলেন্স, এখন চার্টার্ড বিমানৰ ব্যৱস্থা কৰিব নোৱাৰিলে ।সেই কাৰণে নশ্বৰদেহ কঢ়িওৱা কফিন অসমলৈ অনাত যথেষ্ট খেলিমেলিৰ সৃষ্টি হয়। এয়া দুর্ভাগ্যজনক। জুবিনৰ নামতে মুখ্যমন্ত্ৰীয়ে এতিয়া ন্যায় দিব নোৱাৰিলে ভোট নালাগে বুলি কিয় বাৰে বাৰে ক’বলৈ ধৰিছে।’

বর্তমান চলা তদন্ত সম্পূর্ণ পৰিকল্পিতভাৱে আগবঢ়াৰো সন্দেহ কৰে জাতীয় পৰিষদৰ নেতাজনে। তেওঁ কয়, ‘আমি গভীৰভাৱে সন্দেহ কৰো যে তদন্ত প্রক্রিয়াও চিত্রনাট্য অনুসৰিহে আগবাঢ়িছে। সেইকাৰণে উচ্চতম ন্যায়ালয়ৰ তদাৰকত সমগ্ৰ ঘটনাৰ তদন্ত আমি দাবী কৰিছো।’

ইপিনে, জুবিন গাৰ্গৰ লগত সংঘটিত ঘটনাক লৈ মুখ্যমন্ত্রীয়ে কেবিনেট বৈঠক, সর্বদলীয় বৈঠক অনুষ্ঠিত কৰিব লাগিছিল বুলিও মতপোষণ কৰে বসুমতাৰীয়ে। জুবিনৰ নশ্বৰদেহত শ্রদ্ধাঞ্জলি জনোৱা অনুষ্ঠান চূড়ান্ত অব্যৱস্থাৰে সম্পন্ন কৰা বুলিও তেওঁ সমালোচনা কৰে।

ইয়াৰ বিপৰীতে জুবিন গাৰ্গৰ হকে ন্যায় বিচৰা বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি চৰকাৰৰ বিৰুদ্ধে সৰৰ হৈ বসুমতাৰীয়ে কয়, ‘যিসকল অভিযুক্ত তেওঁলোকহে মুকলি আকাশৰ তলত বহুদিন থাকিল। দিল্লীত সিদ্ধার্থ শর্মাক লগ পায়ো কিয় কৰায়ত্ত কৰাৰ ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে নকৰিলে? সিদ্ধার্থ শৰ্মাক অসমলৈ আহিবলৈ দিব লাগে বুলি গৰিমা শইকীয়া গার্গে কাৰ হেঁচাত কৈছিল? সিদ্ধার্থ শর্মাক অসমলৈ আহিবলৈ দিব লাগে বুলি তাৰচেম মিট্রালে গৰিমা গাৰ্গক হেঁচা দিছিল। মুখ্যমন্ত্রীয়ে আবেগিক মুহূৰ্তত বাৰে বাৰে নেপালৰ কথা কৈ থকাৰ অৰ্থ কি? আচলতে নেপালৰ কথা কৈ মানুহক ভয়-ভাবুকি দিয়াহে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে। এছআইটি গঠন কৰিছে ভাল কথা; কিন্তু এছআইটিয়ে অভিযুক্তৰ ঘৰত সামগ্রী জব্দ কৰাৰ সময়ত সাক্ষী কোন আছিল? তাত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত থকা নথি আছিল। সেই তথ্য লুকুৱাবলৈ এছআইটিক ব্যৱহাৰ কৰিছে নেকি? ৰিণিকি ভূঞা শৰ্মাৰ গ’ল্ডেন থ্রেড আৰু নৰ্থ-ইষ্ট ফেষ্টিভেলৰ মাজত কি সম্পর্ক আছে? এইবোৰৰ উত্তৰ আমাক লাগিব। এছআইটিয়ে জব্দ কৰা তথ্য মুখ্যমন্ত্ৰীৰ ওচৰলৈ নিয়া হৈছে। আমাক এই উত্তৰ লাগিব, কাৰ আশীৰ্বাদত শ্যামকানু মহন্তই চৰকাৰৰ পৰা বিভিন্ন সা-সুবিধা পাইছিল।’

ৰাজনীতি নকৰিবলৈ সকীয়নি আমছুৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্রীয়ে বাজনীতি কৰা বুলি সমালোচনা কৰে আমছুবে। আজি সংগঠনটোৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদে এক বিবৃতিত মুখ্যমন্ত্রীক এই ৰাজনীতি নকৰিবলৈ সকীয়াই দি কয়, ‘আমাৰ অসমৰ সম্পদ, জনগণৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলোরে শোক প্রকাশ কৰিছে, সকলোৱে ন্যায় বিচাৰিছে। তাত আপোনাৰ কি অসুবিধা হৈছে?

মুখ্যমন্ত্ৰীৰ দায়িত্ব হৈছে অপৰাধীক কঠোৰ শাস্তি নিশ্চিত কৰাৰ বাবে বাস্তৱ পদক্ষেপ গ্রহণ কৰা। জুবিন গাৰ্গক ন্যায় দিয়াটো সকলোৱে কামনা কৰিছে; কিন্তু মুখ্যমন্ত্রীয়ে তাকেই কৰিবলৈ গৈ ৰাজনীতিত নামিছে। সেই কাৰণে উচ্ছেদৰ প্ৰসংগ টানি অনা হৈছে।’ ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে নিজক বচাব বিচাৰিছে নেকি বুলি প্রশ্ন কৰি আহমেদে কয় যে অসমৰ মুখ্যমন্ত্রী এজন হিটলাৰী শাসক বুলি আমছুৱে অনুভৱ কৰে। অমানবীয় চিন্তাৰে মুখ্যমন্ত্রীয়ে চৰকাৰ চলাই থকাটো আমছুৰ দৃষ্টিগোচৰ হৈছে। তেওঁ লগতে কয়, ‘আমি মুখ্যমন্ত্ৰীক জুবিন গাৰ্গৰ অনুভৱ আৰু বিশ্বাসক বাস্তৱ ৰূপ দিয়াৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছো। মুখ্যমন্ত্রীক প্রয়াত শিল্পীগৰাকীৰ ‘পলিটিক্স নকৰিবা বন্ধু’ গীতটোক সম্মান জনাবলৈয়ো আমছুরে আহ্বান জনাইছো।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Zubeen Garg
publisher

publisher

Related Posts

এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা
India

এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

October 25, 2026
ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী
International

ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

October 25, 2026
প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ
News

প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

October 25, 2026
দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি
India

দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

October 25, 2026
ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ
Assam

ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

October 25, 2026
ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী
Assam

ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

October 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d