Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Meghalaya:মেঘালয়ত উদ্ধাৰ খ্ৰীষ্টপূর্ব দ্বিতীয় শতিকাৰ চহৰৰ ধ্বংসাৱশেষ

ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ সফলতা: হিন্দু-বৌদ্ধ ধর্মীয় লোকৰ মিলনভূমি আছিল

publisher by publisher
October 31, 2025
in Assam
Reading Time: 1 min read
0
Meghalaya:মেঘালয়ত উদ্ধাৰ খ্ৰীষ্টপূর্ব দ্বিতীয় শতিকাৰ চহৰৰ ধ্বংসাৱশেষ
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Lanslide in shillong -Dawaki Road:মেঘালয়ৰ শ্বিলং-ডাউকী ঘাইপথত ভয়ংকৰ ভূমিস্খলন

Dry day declared in Ribhoi districtমেঘালয়ৰ ৰিভৈ জিলাত ৮ আৰু ৯ এপ্ৰিলত ড্রাই ডে’ ঘোষণা

মেঘালয়ৰ পূব জয়ন্তীয়া হিলছত ৫১ কোটি টকাৰ ড্রাগছ সহ মহিলা আটক

Meghalaya:

প্রাচীন কালতো উত্তৰ-পূবৰ সভ্যতা যে বহুগুণে আগবঢ়া আছিল শেহতীয়াভাৱে তাৰ এক স্পষ্ট প্রমাণ পোৱা গৈছে। ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)-এ মেঘালয়ত খ্রীষ্টপূর্ব দ্বিতীয় শতিকাৰ এক চহৰৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিছে। এই প্রাচীন চহৰৰ অস্তিত্ব গাৰো পাহাৰৰ ভড়াগ’কুগিৰিত উদ্ধাৰ হৈছে। উক্ত স্থানত পুৰাতাত্ত্বিক জৰীপে ১৯৯১-৯২ত এক অনুসন্ধান চলায়।
এই খননত প্রাচীন চহৰখনৰ অস্তিত্ব উদ্ধাৰ হয়। পৰৱৰ্তী সময়ত তথ্য বিশ্লেষণৰ জৰিয়তে এই কথা প্রতিপন্ন হৈছে। সেই সম্পর্কত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে কয়, ‘ব্ৰহ্মপুত্ৰৰ পূব দিশত ৰঙা পলসুৱা মাটি আৰু লৌহ পদার্থ আৰু এলুমিনিয়াম অক্সাইডযুক্ত মাটিৰে গঠিত পাহাৰৰ চূড়াত অৱস্থিত ভড়াগ’কুগিৰিত সুসংগঠিত নগৰীয়া বসতি আছিল। এই নগৰে বৌদ্ধ আৰু হিন্দুত্ববাদৰ সংহতিও প্রতিফলিত কৰে। এই নগৰত প্ৰৱেশদ্বাৰ, মন্দিৰ, জলউৎস আৰু বসতিস্থলক শত্ৰুৰ পৰা সুৰক্ষা দিয়াৰ বহল নলা আছিল। নগৰৰ সুৰক্ষা দেৱালো আছিল।
এই দেৱাল আৰম্ভণিতে বোকা মাটি আৰু পাছত পকী ইটাৰে নিৰ্মাণ কৰা হৈছিল।’ পুৰাতাত্ত্বিক জৰীপে লগতে প্ৰকাশ কৰা মতে প্রাচীন নগৰখনত মেঘালয়ৰ প্ৰথমটো বৌদ্ধস্তূপ উদ্ধাৰ হৈছে। এই স্তূপ তিনি তৰপীয়া ইটাৰে নিৰ্মাণ কৰা হৈছিল। স্তূপৰ খটখটি আকর্ষণীয়কৈ নির্মিত। এই স্তূপত মুঠতে ২৬ টা খটখটি আছে। স্বাভাৱিকতে ইয়ে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। এই স্তূপৰ তলত পুৰাতাত্ত্বিকবিদসকলে মৃৎশিল্প, প্ৰাণীৰ হাড়, নাৰিকলৰ এঙাৰ আদি উদ্ধাৰ কৰিছে। গতিকে এই নগৰ খ্রীষ্টপূর্ব দ্বিতীয় শতিকাৰ বুলি পুৰাতত্ত্ববিদসকল পতিয়ন হৈছে।
এই প্রাচীন নগৰৰ ধ্বংসাৱশেষৰ মাজত পুৰাতাত্ত্বিকবিদসকলে পকী ইটাৰে নিৰ্মাণ কৰা কমেও ২০ টা মন্দিৰ উদ্ধাৰ কৰিছে। এই মন্দিৰসমূহে উন্নত স্থাপত্য কলাৰ নিদর্শন দাঙি ধৰে। এই মন্দিৰসমূহত গর্ভগৃহ, মণ্ডপ, অন্তৰাল আছে। এই মন্দিৰসমূহত ভগৱান গণেশ, দেৱী দুর্গা, সৰস্বতী আৰু কালীৰ চিত্ৰ আকর্ষণীয়কৈ অংকন কৰা আছে।
ইয়াৰ আটাইতকৈ আকর্ষণীয় মন্দিৰটো হৈছে এটা অষ্টভুজাকাৰ শিৱ মন্দিৰ। হিন্দু আৰু বৌদ্ধ ধর্মীয় এই ধর্মীয় স্থানসমূহে প্রাচীন চহৰখনৰ ভিন্ন ধর্মীয় লোকৰ বসতিস্থল হোৱাটো প্রতিপন্ন কৰিছে। তদুপৰি এই প্রাচীন নগৰ সুপৰিকল্পিতভাৱে গঢ়ি তোলাৰ আভাসো স্পষ্ট হৈছে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: MEGHALAYArecovery of debrissecond centary
publisher

publisher

Related Posts

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
তীব্র গতিত খহিবলৈ ধৰিছে ব্ৰহ্মপুত্ৰসহ বিশ্বৰ ৪০ নৈৰ অৱবাহিকা

অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা
Assam

অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা

April 23, 2026
খেল’ ইণ্ডিয়া ট্ৰাইবেল গেমছত পদকপ্ৰাপ্ত ৰেষ্টলাৰৰ বুধবাৰে নগাঁৱত অভিনন্দন অনুষ্ঠানৰ আয়োজন

April 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d