Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Bihar Election Letest Updates:বৃহত্‍ ব্যৱধানেৰে বিহাৰৰ ৰাজপাট দখলৰ দিশে অগ্ৰসৰ এনডিএ

নীতিশ কুমাৰ মন্ত্ৰীসভাৰ আটাই কেইগৰাকী মন্ত্ৰী নিশ্চিত জয়ৰ দিশে, মুখ্যমন্ত্ৰী বিজেপিৰ নে,জেডিইউৰ

publisher by publisher
November 14, 2025
in National
Reading Time: 1 min read
0
Bihar Election Letest Updates:বৃহত্‍ ব্যৱধানেৰে বিহাৰৰ ৰাজপাট দখলৰ দিশে অগ্ৰসৰ এনডিএ
2
SHARES
19
VIEWS
ShareShareShareShare

Bihar Election Letest Updates:

বিভিন্ন এগজিট প’লৰ ভৱিষ্যত বাণী ভূল প্ৰমাণিত কৰি ভোট গণনাত এন ডিএ বৃহৎ জয়ৰ দিশে অগ্ৰসৰ হৈছে ৷২০২০ তকৈ বেছি আসনৰে এনডিএয়ে পাটনাৰ মছনদ দখল কৰাটো নিশ্চিত হৈ পৰে ৷ শেহতীয়া খবৰ অনুসৰি নীতিশ কুমাৰ মন্ত্ৰীসভাৰ আটাই কেই গৰাকী মন্ত্ৰী নিশ্চিত জয়ৰ দিশে আগবাঢ়িছে ৷ সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকা প্ৰাক্তন আই পিএছ বিষয়া আনন্দ মিশ্ৰই কংগ্ৰেছ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীক ২৫ হেজাৰ ব্যৱধানত পৰাস্ত কৰে ৷ নিৰ্বাচনৰ কেইটামাহ পূৰ্বে প্ৰশান্ত কুমাৰ নেতৃত্বাধীন জন সুৰক্ষা পাৰ্টি ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল মিশ্ৰই ৷ একেদৰে ভোজপুৰী গায়িকা মৈথিলী ঠাকুৰ আলীনগৰ সমষ্টিৰ পৰা বিজয়ী হয় ৷

ADVERTISEMENT

বৰ্তমানলৈকে অব্যাহত থকা ভোটগণনাত এনডিএ বৃহৎ অগ্ৰগতি লাভ কৰাৰ বিপৰীতে মহাজোঁটবন্ধন
শোচনীয় পৰাজয় হোৱাটো নিশ্চিত হৈ পৰে ৷

RelatedPosts

UPPL -BJP Conflict:নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিচতে এনডিএৰে মধুচন্দ্ৰিকা অন্ত পৰাৰ সম্ভাৱনা ইউপিপিএলৰ

90 per cent of the newly elected MLAs in Bihar are crorepatis:বিহাৰৰ নৱনিৰ্বাচিত ৯০ শতাংশ বিধায়কেই কোটিপতি

Bihar :বিহাৰত ৪০ হেজাৰ কোটিৰে ভোট ক্রয় !

শেহতীয়া খবৰ মতে এনডিএৰ অংশীদাৰ বিজেপি ৯৫,জেডিইউ ৮৪,লোক জনশক্তি( ৰামবিলাস)১৯,হাম ৫,আৰএলএম ৪ আৰু মহাজোঁটবন্ধনৰ অংশীদাৰ আৰজেডি ২৫,কংগ্ৰেছ ১,বাওঁমৰ্চা ৪ আৰু অনান্যই ৬ খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

আনহাতে এনডিএ চৰকাৰ গঠন কৰাটো নিশ্চিত হোৱাৰ লগে লগে তীব্ৰ উৎকণ্ঠা বাঢ়িছে এনডিএ অংশীদাৰ দল সমূহৰ ৷ কিয়নো নিৰ্বাচনৰ পূৰ্বে এনডিএ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে কাকো প্ৰক্ষেপ কৰা নাছিল ৷ উল্লেখ্য যে বিগত সময়ছোৱাত বিজেপিয়ে অধিক আসন লাভ কৰিলেও মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰকে অধিষ্ঠিত কৰিছিল ৷ কিন্তু এইবাৰ বিজেপিয়ে এনে কোনো পদক্ষেপ নোলোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ মহাৰাষ্ট্ৰৰ দৰে ফৰ্মুলা হয়তো বিজেপিয়ে বিহাৰত কৰিব পাৰে ৷ মহাৰাষ্ট্ৰত দেবেন্দ্ৰ ফাৰ্ণাবিছক মুখ্যমন্ত্ৰী পাতি একনাথ সিণ্ডেক উপ- মুখ্যমন্ত্ৰী পতাৰ লেখিয়াকৈ বিহাৰতো বিজেপিৰ প্ৰক্ষেপিত কোনো এজন বিধায়কক মুখ্যমন্ত্ৰী পাতি নীতিশ কুমাৰক মুখ্যমন্ত্ৰী পতাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিভিন্ন ৰাজনৈতিক বিশ্লেষকে ৷

উল্লেখ কৰিব পাৰি যে পূৰ্বতে বিজেপিৰ স’তে এনডিএত থাকি কম সময়ৰ ভিতৰত এনডিএ ত্যাগ কৰি আৰজেডি লগত চৰকাৰ গঠন কৰিছিল নীতিশ কুমাৰ ৷ মুখ্যমন্ত্ৰীক চকী খন খামুচি থকা নীতিশে এইবাৰ পুনৰ মুখ্যমন্ত্ৰী চকী খন এৰি দিবনে বিজেপিক ৷ এইয়া এতিয়া অন্য এক চৰ্চাৰ বিষয় হৈ পৰিছে ৷ অৱশ্যে সংখ্যাৰ জোৰত এইবাৰ এনডিএ ত্যাগ কৰি মহাজোঁটবন্ধনৰ লগলাগি চৰকাৰ কৰিব নোৱাৰে নীতিশ কুমাৰে ৷

কাৰণ এইবাৰ পৰিবেশ সুকীয়া ৷ এই পৰ্যন্ত ফলাফলত জেডিইউয়ে ৮৪ খন অগ্ৰগতিৰ বিপৰীতে বিজেপি ৯৫,লোক জনশক্তি( ৰামবিলাস)১৯,হাম ৫,আৰএলএম ৪ ৷ জেডিইউ গুচি গ’লেই বিজেপি ৯৫ ,লোক জনশক্তি( ৰামবিলাস)১৯,হাম ৫,আৰএলএম ৪ ৰ মিলিত শক্তি হয়গৈ ১২৩ খন ৷

আনহাতে জেডিইউয়ে ৮৪ খন, আৰজেডি ২৫,কংগ্ৰেছ ১,বাওঁমৰ্চা ৪ আৰু অনান্যই ৬ খন সহ মুঠ হয়গৈ ১২০ খন ৷ এনেক্ষেত্ৰত মেজিক নম্বৰ ১২২ ৰ অধিক হোৱা সূত্ৰে বিজেপি,৯৫ ,লোক জনশক্তি ( ৰামবিলাস),হাম আৰু আৰএলএমে চৰকাৰ গঠন কৰিব পাৰে ৷ এনেবোৰ বিষয়বস্তু অনুভৱ কৰি হয়তো চতুৰ ৰাজনীতিক হিচাপে পৰিচিত নীতিশ কুমাৰে সাম্প্ৰতিক সময়ত এনডিএ এৰি নগৈ প্ৰধানমন্ত্ৰী মোদীয়ে যি সিদ্ধান্ত লয় তাকে হয়তো মানি লোৱাৰ সম্ভাৱনা বেছি ৷ অৱশ্যে ভোটগণনাৰ চুড়ান্ত ফলাফলে সকলো দিশ স্পষ্ট কৰিব I

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bihar Election 2025Cm Nitish KumerNDAResults Updates
publisher

publisher

Related Posts

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

April 23, 2026

Uttar Pradesh Accident:উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত ভয়ংকৰ দুৰ্ঘটনা

Maharasta By Election:আজি মহাৰাষ্ট্ৰৰ বাৰামতী আৰু ৰাহুৰী বিধানসভাৰ আসনৰ বাবে উপ-নিৰ্বাচন
National

Keralam:কেৰালামত আতচবাজি গুদামত ভয়ংকৰ বিস্ফোৰণ, কমেও ১৩ জন নিহত

April 22, 2026
Mumbai:মুম্বাইৰ ৰাজপথত মহিলা সংৰক্ষণ বিধেয়কক লৈ আয়োজিত প্ৰতিবাদৰ মাজতে এগৰাকী মহিলাৰ ৰণচণ্ডী ৰূপ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d