Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Bihar :বিহাৰত ৪০ হেজাৰ কোটিৰে ভোট ক্রয় !

বিশ্ববেংকে দিয়া ঋণৰ ১৪ হেজাৰ কোটি টকাও ১.২ কোটি মহিলাৰ মাজত বিলাই দিলে, নির্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ এঘণ্টা আগলৈকে একাউণ্টত সোমাল ধন

publisher by publisher
November 17, 2025
in National
Reading Time: 1 min read
0
Bihar :বিহাৰত ৪০ হেজাৰ কোটিৰে ভোট ক্রয় !
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

90 per cent of the newly elected MLAs in Bihar are crorepatis:বিহাৰৰ নৱনিৰ্বাচিত ৯০ শতাংশ বিধায়কেই কোটিপতি

Bihar Election Letest Updates:বৃহত্‍ ব্যৱধানেৰে বিহাৰৰ ৰাজপাট দখলৰ দিশে অগ্ৰসৰ এনডিএ

Bihar Election Result Updates:পুনৰ বাৰ চৰকাৰ গঠন কৰটো নিশ্চিত হৈ পৰিছে এনডিএ

Bihar :

বিগত কিছু বছৰৰ পৰা সমগ্র দেশত চৰকাৰী বিনামূলীয়া আঁচনিৰ জোৱাৰ উঠাক লৈ বহুতে সংশ্লিষ্ট চৰকাৰসমূহক সমালোচনা কৰি আহিছে। সমালোচকসকলৰ দৃষ্টিত বিভিন্ন দলৰ চৰকাৰে নিৰ্বাচনী ৰণজয়ৰ অংকৰেহে ধাৰ-ঋণ কৰি হ’লেও বিনামূলীয়া আঁচনিৰ জোৱাৰৰ সৃষ্টি কৰিছে। ইয়াৰ বলত নির্বাচনী বৈতৰণী পাৰ হৈ ক্ষমতাত অধিষ্ঠিত হোৱা চৰকাৰে পৰৱৰ্তী সময়ত ৰাজহুৱা সমস্যালৈ কৰ্ণপাত নকৰে বুলিও সততে অভিযোগ উত্থাপন হৈ আহিছে।

ADVERTISEMENT

আনকি প্রতিবাদলৈও ভ্রূক্ষেপ নকৰে এনে চৰকাৰে। এনে কাৰণতে একাংশ ৰাজ্যত শিক্ষা তথা স্বাস্থ্যৰ লেখীয়া প্রাথমিক প্রয়োজনসমূহৰ অৱস্থাও শোচনীয় হ’বলৈ ধৰিছে। এনেদৰে ক্ষমতালৈ অহা চৰকাৰে জনতাৰ প্ৰতি কেনে দায়বদ্ধতা প্ৰদৰ্শন কৰে তাক লৈয়ো সন্দিহান হৈ আছে বিভিন্নজন। এনে চর্চা অব্যাহত থকাৰ সময়তে বিহাৰৰ সদ্যসমাপ্ত বিধানসভা নির্বাচনক লৈ এক সর্বত্রে চর্চিত অভিযোগ উত্থাপন কৰিছে নির্বাচনী ৰণনীতিবিদ প্রশান্ত কিশোৰ নৱগঠিত জন সুৰাজ পার্টিয়ে। সকলো দিশৰ পৰা দেশৰ ভিতৰতে দৰিদ্ৰ ৰাজ্যৰূপে চিহ্নিত বিহাৰলৈ বিগত সময়ত বিশ্ববেংকে উন্নয়নৰ বাবে দিয়া ১৪ হেজাৰ কোটি টকা ঋণৰ ধনো নীতিশ কুমাৰ চৰকাৰে সদ্যসমাপ্ত নির্বাচনত ব্যয় কৰা বুলি সৰৱ হৈ উঠিছে নৱগঠিত দলটো।

এই নির্বাচনত প্ৰথমবাৰৰ বাবে প্রতিদ্বন্দ্বিতা কৰি ধৰাশায়ী হোৱা জন সুৰাজৰ ৰাষ্ট্ৰীয় সভাপতি তথা প্রাক্তন বিজেপি সাংসদ উদয় সিঙে এক সংবাদমেলত কয়, ‘উন্নয়নৰ বাবে অহা ধন আন শিতানলৈ নি বিনামূলীয়া আঁচনিত ব্যয় কৰিলে। আনকি বিশ্ববেংকে ঋণ হিচাপে দিয়া ১৪ হেজাৰ কোটি টকাও বিনামূলীয়া আঁচনিত বিতৰণ কৰিলে।’ জন সুৰাজ পার্টিয়ে লগতে অভিযোগ উত্থাপন কৰে যে চলিত বৰ্ষৰ জুনৰ পৰা সদ্যসমাপ্ত নিৰ্বাচনৰ দিন ঘোষণা হোৱালৈকে নীতিশ কুমাৰ চৰকাৰে ভোট ক্ৰয়ত ৪০ হেজাৰ কোটি টকা ৰাজহুৱা ধন ব্যৱহাৰ কৰে। যোৱা ছয় আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্রহণ সম্পন্ন হোৱা বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত মুখ্যমন্ত্রী মহিলা ৰোজগাৰ যোজনাৰ অধীনত মহিলাসকলৰ বেংক একাউন্টলৈ ১০ হেজাৰকৈ টকা হস্তান্তৰক লৈয়ো প্রশ্ন উত্থাপন কৰি জন সুৰাজ পাৰ্টিৰ নেতাজনে লগতে কয়, ‘নির্বাচনী আচৰণবিধি বলবৎ থকা সত্ত্বেও ভোটগ্রহণৰ আগদিনালৈকে মানুহে চৰকাৰৰ পৰা নগদ ধন লাভ কৰি থকাৰ ঘটনা এইবাৰেই প্রথম হ’ব।

দুবেলা দুসাঁজ কোনোমতে খাই জীৱন প্রৱৰ্তাই থকা মহিলাসকলৰ মন জয়ৰ বাবে ইয়েই যথেষ্ট।’ নৱগঠিত হ’লেও বা নিৰ্বাচনত ধৰাশায়ী হ’লেও দলটোৰ এই অভিযোগে যথেষ্ট গুৰুত্ব লাভ কৰিছে। কাৰণ বিগত কিছু বছৰৰ পৰা বিভিন্ন ৰাজ্যত বিভিন্ন দলৰ চৰকাৰে বিনামূলীয়া আঁচনিৰ জোৱাৰ তুলিছে। ইয়াক লৈ বহুতে উদ্বেগ প্ৰকাশ কৰি আহিছে। কাৰণ দেশৰ বহু ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰৰো ঋণৰ বোজা বৃদ্ধি পাই অহাৰ তথ্যও চৰকাৰীভাৱেই প্রকাশ পাই আহিছে। তদুপৰি বিহাৰৰ নিজা আয়ৰ উৎস সীমিত। গতিকে ৰাজ্যখনৰ পৰা দেশৰ বিভিন্ন ৰাজ্যলৈ সাধাৰণ শ্রমিকৰ কাম কৰিবলৈ আজিও কর্মঠ মানুহৰ সোঁত বৈ আছে। জন সুৰাজ পার্টিৰ সভাপতি সিঙে লগতে দাবী কৰে যে ভোট ক্রয়ত ৰাজহুৱা পুঁজিৰ ধন পানীৰ দৰে খৰচ নকৰা হ’লে এনডিএ নিশ্চিতভাৱে এই নির্বাচনত পৰাস্ত হ’লহেঁতেন।

জন সুৰাজ পার্টিয়ে বৃদ্ধ পেন্সন দুহেজাৰ টকাকৈ প্ৰদান কৰাৰ প্রতিশ্রুতি দিয়াৰ পাছতহে নীতিশ চৰকাৰে বৃদ্ধ পোপনৰ পৰিমাণ মাহিলি সাতশ টকাৰ পৰা ১১০০ টকালৈ বৃদ্ধি কৰে বুলিও সিঙে মন্তব্য কৰে। একেদৰে তেওঁৰ দলীয় সতীর্থ পৱান বার্মায়ো অনুৰূপ অভিযোগ উত্থাপন কৰে। অৱশ্যে নীতিশ কুমাৰ চৰকাৰে ১৪ হেজাৰ কোটি নহয়, বিশ্ববেংকৰ পৰা ঋণৰূপে পোৱা ২১ হেজাৰ কোটি টকা বিনামূলীয়া আঁচনিলৈ হস্তান্তৰ কৰে বুলি বার্মাই অভিযোগ উত্থাপন কাৰে। তেওঁ কয়, ‘বর্তমানে বিহাৰৰ ৰাজহুৱা ধাৰৰ পৰিমাণ চাৰি লাখ ছহেজাৰ কোটি টকা। ঋণৰ বাবদ প্রতিদিনে ৬৩ কোটি টকাকৈ সুত প্রদান কৰিবলগীয়া হৈছে। কোষাগাৰ খালী হ’ল। কিছু সংখ্যক প্ৰকল্পৰ বাবে বিশ্ববেংকৰ পৰা অহা ২১ হেজাৰ কোটি টকাৰ পৰাই মহিলাসকলক ১০ হেজাৰ টকাকৈ দিয়াৰ তথ্য আমি পাইছো।’

নির্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ মাথোঁ এঘণ্টাৰ আগত ১৪ হেজাৰ কোটি টকা উলিয়াই আনি ৰাজ্যখনৰ এক কোটি ২৫ লাখ মহিলাক চৰকাৰে বিলাই দিলে বুলিও জন সুৰাজ পাৰ্টিৰ নেতাজনে অভিযোগ উত্থাপন কৰে। তেওঁ কয়, ‘এয়া হৈছে আমাৰ তথ্য। চৰকাৰে কৰা এই কাৰ্য কিমানদূৰ নীতিসংগত? আইনগতভারে এইটো সম্ভর যে আপুনি একো কৰিব নোৱাৰে। চৰকাৰে পুঁজি আন শিতানলৈ সলনি কৰিব পাৰে আৰু পাছত নিজৰ সুবিধা হোৱাকৈ ব্যাখ্যা আগবঢ়াব পাৰে।’ লক্ষ্যণীয়ভারে জন সুৰাজ পার্টিয়ে উত্থাপন কৰা এই অভিযোগ সম্পৰ্কত বিহাৰ চৰকাৰ অথবা এনডিএৰ কোনো নেতাই তাৎক্ষণিক প্রতিক্রিয়া প্রকাশ কৰা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bihar Election 2025jan suraaj partyPrashant Kishor
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

September 29, 2026
Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

September 24, 2026
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d