Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Bihar New Govt:নীতিশৰ মন্ত্ৰীসভাত বিজেপিৰ বিধায়কে লাভ কৰিব অগ্ৰাধিকাৰ

বিহাৰৰ মুখ্যমন্ত্ৰী জেডি(ইউ)ৰ মুৰব্বীয়ে : এনডিএৰ সভাত চূড়ান্ত

publisher by publisher
November 17, 2025
in National
Reading Time: 1 min read
0
Bihar New Govt:নীতিশৰ মন্ত্ৰীসভাত বিজেপিৰ বিধায়কে লাভ কৰিব অগ্ৰাধিকাৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Nitish Kumer:ৰাজ্যসভাৰ সদস্যৰূপে শপত ল’লে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে

জাতীয় পতাকাত ঘাম মচিলে বিজেপি বিধায়কে !ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই বিতৰ্ক

CM met with BJP MPs and MLAs:অসম লোকসেৱা ভৱনত বিজেপি দলৰ বিধায়ক, সাংসদৰে মিলিত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Bihar New Govt:

বিহাৰৰ সদ্যসমাপ্ত নির্বাচনত সর্বাধিক আসন লাভ কৰিলেও বিজেপিয়ে পুনৰ সহযোগী দল জনতা দল (ইউ)ৰ মুৰব্বী নীতিশ কুমাৰকে মুখ্যমন্ত্ৰীৰ পদ এৰি দিবলৈ সন্মত হোৱা বুলি ব্যাপক চর্চা চলিছে। অৱশ্যে এইবাৰ মন্ত্ৰিত্বৰ ক্ষেত্ৰত বিজেপিৰ বিধায়কে বিদায়ী চৰকাৰতকৈ অধিক অগ্ৰাধিকাৰ লাভ কৰিব। যোৱা ১৪ নৱেম্বৰত ঘোষিত ৰাজ্যখনৰ নিৰ্বাচনী ফলাফলে এনডিএৰ অংশীদাৰ দলসমূহক উৎফুল্লিত কৰি ৰখাৰ সময়তে আগন্তুক চৰকাৰ গঠনক লৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত এনডিএৰ এখন সভা সম্পন্ন হৈছে। এই সভাত মুখ্যমন্ত্রীৰূপে কুমাৰকে বাহাল ৰখাৰ সিদ্ধান্ত গৃহীত হোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে।

ADVERTISEMENT

সূত্রই লগতে জনোৱা মতে, এইবাৰ বিহাৰৰ এনডিএ চৰকাৰৰ মন্ত্রীসভাত সৰ্বাধিক সদস্য থাকিব বিজেপিৰ। শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এনডিএৰ অংশীদাৰ দলসমূহৰ উক্ত সভাত এই সিদ্ধান্ত গৃহীত হয় বুলি সূত্রই জানিবলৈ দিছে। সেই অনুসৰি এনডিএৰ মূল অংশীদাৰ দলটোৰ ১৫-১৬ জনে মন্ত্রিত্ব লাভৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে জেডিইউৰ ১৪ জন বিধায়কে কুমাৰৰ মন্ত্রীসভাত স্থান পাব পাৰে।

উল্লেখ্য যে ২৪৩ জনীয়া বিহাৰ বিধানসভাৰ সদ্যসমাপ্ত নির্বাচনত বিজেপিয়ে ৮৯ খন আসনত জয়লাভ কৰি সংখ্যাগৰিষ্ঠ দলত পৰিণত হয়। দ্বিতীয় সংখ্যাগৰিষ্ঠ দলত পৰিণত হোৱা কুমাৰৰ জেডিইউ জয়যুক্ত হয় ৮৫ টা সমষ্টিত। এনডিএৰ আন এক অংশীদাৰ কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱান নেতৃত্বাধীন লোক জনশক্তি পার্টি (ৰামবিলাস)য়ে ১৯ খন আসনত জয়ধ্বজা উৰুৱায়। তদুপৰি এনডিএৰ আন দুই ক্ষুদ্ৰ অংশীদাৰ জিতন ৰাম মাঝিৰ হিন্দুস্তানী আৱাম মৰ্চা (ছেকুলাৰ)ই পাঁচখনত আৰু উপেন্দ্ৰ কুশৱাহাৰ ৰাষ্ট্ৰীয় লোকমৰ্চাই চাৰিখন আসনত জয়লাভ কৰে।

সূত্ৰই জনোৱা মতে এনডিএৰ সভাত গৃহীত এক সিদ্ধান্ত অনুসৰি এইবাৰ বিহাৰৰ মন্ত্রীসভাত সদস্যভুক্তিৰ ক্ষেত্ৰত এক নিয়ম অনুসৰণ কৰা হ’ব। সেয়া হ’ল প্ৰতি ছজন বিধায়কৰ মাজৰ পৰা এজনক মন্ত্রীসভাত অন্তর্ভুক্ত কৰা হ’ব। গতিকে এলজেপি (ৰামবিলাস)ৰ তিনিজন বিধায়কে মন্ত্রিত্ব লাভ কৰাৰ সম্ভাৱনা আছে। একেদৰে হিন্দুস্তানী আৱাম মৰ্চা (ছেকুলাৰ) আৰু ৰাষ্ট্ৰীয় লোকমৰ্চাই মন্ত্রীসভাৰ এটাকৈ পদ লাভ কৰাৰ সম্ভাৱনা আছে।

আনহাতে, নতুন মন্ত্রীসভাৰ শপতগ্ৰহণ অহা ১৯ বা ২০ নৱেম্বৰত সম্পন্ন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে সূত্রই। স্বাভাৱিকতে ৰাষ্ট্ৰীয় ৰাজনীতিতো প্ৰচুৰ প্ৰভাৱ থকা বিহাৰৰ নতুন মন্ত্রীসভা গঠনক লৈ সমগ্র দেশবাসীৰ দৃষ্টি নিবদ্ধ আছে।

লক্ষ্যণীয়ভাবে বিগত সময়ত দেখা গ’ল যে কেন্দ্ৰকে ধৰি কোনো ৰাজ্যৰ নিৰ্বাচনত এনডিএই জয়লাভ কৰিলে বিজেপিয়ে যিদৰে চৰকাৰ গঠন কৰিবলৈ বিচাৰে সেই অনুসৰিয়ে চৰকাৰ গঠন হয়। মৰ্চাৰ মূল অংশীদাৰ দলটোৰ সিদ্ধান্তক বিনাবাক্য ব্যয়ৰে সহযোগী দলসমূহে গ্ৰহণ কৰে। এইবাৰ বিহাৰৰ ক্ষেত্ৰতো আন এক লক্ষ্যণীয় দিশ হ’ল বিৰোধী একপ্ৰকাৰ নিশ্চিহ্ন হ’ল। সদ্যসমাপ্ত নির্বাচনত মাথোঁ ৩৫ খন আসনত জয়লাভ কৰি বিৰোধীয়ে কোনোমতে অস্তিত্ব জীয়াই ৰাখিছে।

ৰাজনৈতিক পৰ্যবেক্ষক মহলৰ মতে,হয়তো এইবাৰ বিধানসভাত নাথাকিব পাৰে কেবিনেট মৰ্যাদা সম্পন্ন বিৰোধী দলপতি পদৱী। বিৰোধী হিচাপে প্ৰয়োজনীয় আসন লাভ নকৰাৰ বাবে বিৰোধী দলপতি নাপাব ৰাষ্ট্ৰীয় জনতা দল( আৰজেডি)এ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJP MLANDA WINNERNitish Kumer
publisher

publisher

Related Posts

Suvendu Adhikari will be the new CM of WB:শুভেন্দূ অধিকাৰী হ’ব বংগৰ মুখ্যমন্ত্ৰী
News

May 8, 2026
Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Tamilnadu:তামিলনাডুত টিভিকেক চৰকাৰ গঠনত ৰাজ্যপালে বিধিপথালি দি থকাত ক্ষোভ প্ৰকাশ ডিএমকেৰ

Bengal BJP legislature Party Meeting: আজি দিনৰ দুই বজাত অনুষ্ঠিত পশ্চিমবংগত হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক

Bihar cabinet expansion:আজি বিহাৰত সম্প্ৰসাৰণ হ’ল সম্রাট চৌধুৰী মন্ত্ৰীসভাৰ

May 7, 2026
 Firing Incident In West bengal:নির্বাচনোত্তৰ হিংসাত জ্বলিছে পশ্চিমবংগ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d