Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু

    ‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

    স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

    প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

    স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

    শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Bihar New Govt:নীতিশৰ মন্ত্ৰীসভাত বিজেপিৰ বিধায়কে লাভ কৰিব অগ্ৰাধিকাৰ

বিহাৰৰ মুখ্যমন্ত্ৰী জেডি(ইউ)ৰ মুৰব্বীয়ে : এনডিএৰ সভাত চূড়ান্ত

publisher by publisher
November 17, 2025
in National
Reading Time: 1 min read
0
Bihar New Govt:নীতিশৰ মন্ত্ৰীসভাত বিজেপিৰ বিধায়কে লাভ কৰিব অগ্ৰাধিকাৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Nitish Kumer:ৰাজ্যসভাৰ সদস্যৰূপে শপত ল’লে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে

জাতীয় পতাকাত ঘাম মচিলে বিজেপি বিধায়কে !ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই বিতৰ্ক

CM met with BJP MPs and MLAs:অসম লোকসেৱা ভৱনত বিজেপি দলৰ বিধায়ক, সাংসদৰে মিলিত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Bihar New Govt:

বিহাৰৰ সদ্যসমাপ্ত নির্বাচনত সর্বাধিক আসন লাভ কৰিলেও বিজেপিয়ে পুনৰ সহযোগী দল জনতা দল (ইউ)ৰ মুৰব্বী নীতিশ কুমাৰকে মুখ্যমন্ত্ৰীৰ পদ এৰি দিবলৈ সন্মত হোৱা বুলি ব্যাপক চর্চা চলিছে। অৱশ্যে এইবাৰ মন্ত্ৰিত্বৰ ক্ষেত্ৰত বিজেপিৰ বিধায়কে বিদায়ী চৰকাৰতকৈ অধিক অগ্ৰাধিকাৰ লাভ কৰিব। যোৱা ১৪ নৱেম্বৰত ঘোষিত ৰাজ্যখনৰ নিৰ্বাচনী ফলাফলে এনডিএৰ অংশীদাৰ দলসমূহক উৎফুল্লিত কৰি ৰখাৰ সময়তে আগন্তুক চৰকাৰ গঠনক লৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত এনডিএৰ এখন সভা সম্পন্ন হৈছে। এই সভাত মুখ্যমন্ত্রীৰূপে কুমাৰকে বাহাল ৰখাৰ সিদ্ধান্ত গৃহীত হোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে।

ADVERTISEMENT

সূত্রই লগতে জনোৱা মতে, এইবাৰ বিহাৰৰ এনডিএ চৰকাৰৰ মন্ত্রীসভাত সৰ্বাধিক সদস্য থাকিব বিজেপিৰ। শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এনডিএৰ অংশীদাৰ দলসমূহৰ উক্ত সভাত এই সিদ্ধান্ত গৃহীত হয় বুলি সূত্রই জানিবলৈ দিছে। সেই অনুসৰি এনডিএৰ মূল অংশীদাৰ দলটোৰ ১৫-১৬ জনে মন্ত্রিত্ব লাভৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে জেডিইউৰ ১৪ জন বিধায়কে কুমাৰৰ মন্ত্রীসভাত স্থান পাব পাৰে।

উল্লেখ্য যে ২৪৩ জনীয়া বিহাৰ বিধানসভাৰ সদ্যসমাপ্ত নির্বাচনত বিজেপিয়ে ৮৯ খন আসনত জয়লাভ কৰি সংখ্যাগৰিষ্ঠ দলত পৰিণত হয়। দ্বিতীয় সংখ্যাগৰিষ্ঠ দলত পৰিণত হোৱা কুমাৰৰ জেডিইউ জয়যুক্ত হয় ৮৫ টা সমষ্টিত। এনডিএৰ আন এক অংশীদাৰ কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱান নেতৃত্বাধীন লোক জনশক্তি পার্টি (ৰামবিলাস)য়ে ১৯ খন আসনত জয়ধ্বজা উৰুৱায়। তদুপৰি এনডিএৰ আন দুই ক্ষুদ্ৰ অংশীদাৰ জিতন ৰাম মাঝিৰ হিন্দুস্তানী আৱাম মৰ্চা (ছেকুলাৰ)ই পাঁচখনত আৰু উপেন্দ্ৰ কুশৱাহাৰ ৰাষ্ট্ৰীয় লোকমৰ্চাই চাৰিখন আসনত জয়লাভ কৰে।

সূত্ৰই জনোৱা মতে এনডিএৰ সভাত গৃহীত এক সিদ্ধান্ত অনুসৰি এইবাৰ বিহাৰৰ মন্ত্রীসভাত সদস্যভুক্তিৰ ক্ষেত্ৰত এক নিয়ম অনুসৰণ কৰা হ’ব। সেয়া হ’ল প্ৰতি ছজন বিধায়কৰ মাজৰ পৰা এজনক মন্ত্রীসভাত অন্তর্ভুক্ত কৰা হ’ব। গতিকে এলজেপি (ৰামবিলাস)ৰ তিনিজন বিধায়কে মন্ত্রিত্ব লাভ কৰাৰ সম্ভাৱনা আছে। একেদৰে হিন্দুস্তানী আৱাম মৰ্চা (ছেকুলাৰ) আৰু ৰাষ্ট্ৰীয় লোকমৰ্চাই মন্ত্রীসভাৰ এটাকৈ পদ লাভ কৰাৰ সম্ভাৱনা আছে।

আনহাতে, নতুন মন্ত্রীসভাৰ শপতগ্ৰহণ অহা ১৯ বা ২০ নৱেম্বৰত সম্পন্ন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে সূত্রই। স্বাভাৱিকতে ৰাষ্ট্ৰীয় ৰাজনীতিতো প্ৰচুৰ প্ৰভাৱ থকা বিহাৰৰ নতুন মন্ত্রীসভা গঠনক লৈ সমগ্র দেশবাসীৰ দৃষ্টি নিবদ্ধ আছে।

লক্ষ্যণীয়ভাবে বিগত সময়ত দেখা গ’ল যে কেন্দ্ৰকে ধৰি কোনো ৰাজ্যৰ নিৰ্বাচনত এনডিএই জয়লাভ কৰিলে বিজেপিয়ে যিদৰে চৰকাৰ গঠন কৰিবলৈ বিচাৰে সেই অনুসৰিয়ে চৰকাৰ গঠন হয়। মৰ্চাৰ মূল অংশীদাৰ দলটোৰ সিদ্ধান্তক বিনাবাক্য ব্যয়ৰে সহযোগী দলসমূহে গ্ৰহণ কৰে। এইবাৰ বিহাৰৰ ক্ষেত্ৰতো আন এক লক্ষ্যণীয় দিশ হ’ল বিৰোধী একপ্ৰকাৰ নিশ্চিহ্ন হ’ল। সদ্যসমাপ্ত নির্বাচনত মাথোঁ ৩৫ খন আসনত জয়লাভ কৰি বিৰোধীয়ে কোনোমতে অস্তিত্ব জীয়াই ৰাখিছে।

ৰাজনৈতিক পৰ্যবেক্ষক মহলৰ মতে,হয়তো এইবাৰ বিধানসভাত নাথাকিব পাৰে কেবিনেট মৰ্যাদা সম্পন্ন বিৰোধী দলপতি পদৱী। বিৰোধী হিচাপে প্ৰয়োজনীয় আসন লাভ নকৰাৰ বাবে বিৰোধী দলপতি নাপাব ৰাষ্ট্ৰীয় জনতা দল( আৰজেডি)এ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJP MLANDA WINNERNitish Kumer
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

September 29, 2026
Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

September 24, 2026
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d