Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

একেৰাহে দশমবাৰৰ বাবে মুখ্যমন্ত্ৰিত্বৰ চৰ্চাত নীতিশ কুমাৰ

publisher by publisher
November 16, 2025
in India, News
Reading Time: 1 min read
0
একেৰাহে দশমবাৰৰ বাবে মুখ্যমন্ত্ৰিত্বৰ চৰ্চাত নীতিশ কুমাৰ
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নীতিশ কুমাৰে

চৰকাৰে ডেৰ কোটি মহিলাক দুই লাখকৈ দিব পাৰিলে ৰাজনীতি এৰিম

বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত দলীয় সমন্বয়ৰ অভাৱো বিপৰ্যয়ৰ অন্যতম কাৰণ

Bihar Election:✒️বিৰোধীক ধূলিসাৎ কৰি বিহাৰত জয়ধ্বজা উৰোৱা বিজেপি নেতৃত্বাধীন এনডিএৰ মুখ্যমন্ত্রীৰ পদ নীতিশ কুমাৰে পুনৰ পাব নে তাৰ প্রতি সম্প্রতি সমগ্র দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈছে। যদি এইবাবো জনতা দল (ইউ)ৰ নেতা কুমাৰে মুখ্যমন্ত্রীৰূপে শপত গ্রহণ কৰে তেন্তে তেওঁ দশমবাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্রী হ’ব।

ADVERTISEMENT

বর্তমানলৈ কুমাৰে ১৯ বছৰ মুখ্যমন্ত্রীৰূপে কার্যনির্বাহ কৰিছে। উল্লেখ্য যে কুমাৰে এবাৰ মাথোঁ সাতদিনৰ বাবে মুখ্যমন্ত্রীরূপে কার্যনির্বাহ কৰিছিল। ২০০০ত এই ঘটনা সংঘটিত হৈছিল। সংখ্যাগৰিষ্ঠতাৰ অভাৱত তেতিয়া তেওঁৰ চৰকাৰৰ অকাল পতন ঘটে। সম্প্রতি যিহেতু কুমাৰৰ নাম পুনৰ মুখ্যমন্ত্রীৰূপে চর্চিত হৈছে, গতিকে দেশৰ বিভিন্ন ৰাজ্যত সর্বাধিক কার্যকাল মুখ্যমন্ত্রীৰূপে কার্যনির্বাহ কৰা ১০ জন ৰাজনীতিকৰ নাম বহুতৰে মনলৈ আহিছে।

এইসকলৰ তালিকাৰ প্রথমতে আছে ছিকিমৰ প্রাক্তন মুখ্যমন্ত্রী পরন কুমাৰ চামলিঙৰ নাম।চামলিঙে সুদীর্ঘ ২৪ বছৰ কাল (১৯৯৪ৰ ১২ ডিচেম্বৰৰ পৰা ২০১৯ৰ ২৬ মে’লৈ) মুখ্যমন্ত্ৰীৰূপে কার্যনির্বাহ কৰি ইতিহাস সৃষ্টি কৰে।

তেওঁৰ দলে একেৰাহে পাঁচটা বিধানসভা নির্বাচনত জয়লাভ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁ এই সুযোগ লাভ কৰিছিল। দেশৰ সৰ্বাধিক কার্যকালৰ আন নজন মুখ্যমন্ত্রী হ’ল-নবীন পাটনায়ক: ওড়িছাৰ প্ৰাক্তন মুখ্যমন্ত্রী নবীন পাটনায়কেও ২৪ বছৰ (২০০০ৰ পাঁচ মাৰ্চৰ পৰা ২০২৪ৰ ১২ জুনলৈ) মুখ্যমন্ত্রীৰূপে কাৰ্যনিৰ্বাহ কৰে।

যোৱা বছৰৰ বিধানসভা নির্বাচনত বিজেপিয়ে জয়লাভ কৰাত পাটনায়কৰ দুই দশকৰো অধিক সময়জোৰা শাসনৰ অন্ত পৰে।

জ্যোতি বসু: পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্রী জ্যোতি বসুরে একেৰাহে ২৩ বছৰ (১৯৭৭ৰ ২১ জুনৰ পৰা ২০০০ৰ পাঁচ নৱেম্বৰলৈ) মুখ্যমন্ত্রীৰূপে কার্যনির্বাহ কৰে। একালৰ বিচক্ষণ ৰাজনীতিকৰূপে দেশজুৰি চর্চা লাভ কৰা বসুৱে দেশৰ প্রধানমন্ত্রীৰ দায়িত্ব গ্রহণ কৰিবলৈও এবাৰ অস্বীকাৰ কৰিছিল।

গেগং আপাং: অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী গেগং আপাঙে দুটা পৰ্যায়ত ২৩ বছৰ মুখ্যমন্ত্ৰীৰূপে কার্যনির্বাহ কৰিছিল। ইয়াৰে প্ৰথম পর্যায়ত তেওঁ ১৯৮০ৰ ১৮ জানুৱাৰীৰ পৰা ১৯৯৯ৰ ১৯ জানুৱাৰীলৈ মুখ্যমন্ত্রীৰূপে কার্যনির্বাহ কৰে। পৰৱৰ্তী সময়ত তেওঁ ২০০৩ৰ তিনি আগষ্টৰ পৰা ২০০৭ৰ ন এপ্ৰিললৈ মুখ্যমন্ত্ৰীৰ দায়িত্বত থাকে।

লাল থানৱালা: মিজোৰামৰ মুখ্যমন্ত্ৰীৰূপে লাল থানৱালাই ২২ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ৰ পাঁচ মে’ৰ পৰা ২০১৮ৰ ১৫ মে’লৈ ৰাজ্যখনৰ মুখ্যমন্ত্রী পদত থাকে।

বীৰভদ্র সিংঃ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্রী বীৰৰ্ভদ্র সিঙে সুদীর্ঘ ২১ বছৰ কাল মুখ্যমন্ত্ৰীৰূপে কার্যনির্বাহ কৰিছিল। তেওঁৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল আৰম্ভ হয় ১৯৮৩ৰ আঠ এপ্ৰিলত। ২০১৭ৰ ১৭ ডিচেম্বৰত তেওঁৰ কাৰ্যকাল অন্ত পৰে।

মাণিক সৰকাৰ : ত্ৰিপুৰাৰ বর্ষীয়ান বাঁওপন্থী ৰাজনীতিক মাণিক সৰকাৰে একেৰাহে ১৯ বছৰ মুখ্যমন্ত্ৰীৰূপে কার্যনির্বাহ কৰে। ১৯৯৮ৰ ১১ মাৰ্চত তেওঁ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্রীৰূপে শপতগ্ৰহণ কৰে। তেওঁৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল অন্ত পৰে ২০১৮ৰ ন মাৰ্চত।

এম কৰুণানিধি: তামিলনাডুৰ একালৰ প্ৰতাপী ৰাজনীতিক মুথুভেল কৰুণানিধিয়ে সুদীর্ঘ ১৮ বছৰ কাল মুখ্যমন্ত্রীৰূপে কার্যনির্বাহ কৰিছিল। তেওঁৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল ১৯৬৯ৰ ১০ ফেব্ৰুৱাৰীত আৰম্ভ হয়। অৱশ্যে তেওঁ একেৰাহে ১৮ বছৰ কাল মুখ্যমন্ত্রীৰূপে কাৰ্যনিৰ্বাহ কৰা নাছিল। কৰুণানিধিৰ মুখ্যমন্ত্ৰিত্বৰ কাৰ্যকাল অন্ত পৰে ২০১১ৰ ১৬ মে’ত।

প্রকাশ সিং বাদল: পঞ্জাৱৰ একালৰ প্ৰভাৱশালী ৰাজনীতিক প্রকাশ সিং বাদলে ১৮ বছৰ মুখ্যমন্ত্রীৰূপে কার্যনির্বাহ কৰিছিল। তেওঁৰ মুখ্যমন্ত্ৰিত্বৰ কাৰ্যকাল আৰম্ভ হয় ১৯৭০ৰ ২৭ মাৰ্চত আৰু অন্ত পৰে ২০১৭ৰ ১৬ মাৰ্চত। তদুপৰি তেওঁ আছিল দেশৰ সৰ্বকনিষ্ঠ মুখ্যমন্ত্রী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bihar Election
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d