Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Nitish Kumer:ৰাজ্যসভাৰ সদস্যৰূপে শপত ল’লে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে

শপত বাক্য পাঠ কৰোৱালে ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণনে, ১৪ এপ্ৰিলত নীতিশ কুমাৰে বিহাৰৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব পদত্যাগ ১৪ এপ্ৰিলত

publisher by publisher
April 10, 2026
in News
Reading Time: 1 min read
0
Nitish Kumer:ৰাজ্যসভাৰ সদস্যৰূপে শপত ল’লে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে
1
SHARES
11
VIEWS
ShareShareShareShare

Nitish Kumer:

শুকুৰবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। শপত বাক্য পাঠ কৰোৱালে ৰাজ্যসভাৰ উপ-সভাপতি চি.পি. ৰাধাকৃষ্ণনে ।

ADVERTISEMENT

উল্লেখ্য যে চাৰিওটা সদনৰ সদস্য হৈ অভিলেখ গঢ়িলে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। ইয়াৰ পূৰ্বে দুবাৰকৈ লোকসভা, বিহাৰ বিধান পৰিষদ, বিহাৰ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি ৰাজ্যসভাত এইবাৰ প্ৰথমবাৰৰ বাবে স্থান লাভ কৰিছে।

RelatedPosts

Bihar New Govt:নীতিশৰ মন্ত্ৰীসভাত বিজেপিৰ বিধায়কে লাভ কৰিব অগ্ৰাধিকাৰ

Jailed J&K MP Engineer Rashid Can Take Oath:কাৰাগাৰত বন্দী কাশ্মীৰৰ নেতা ইঞ্জিনিয়াৰ ৰাছিদক শপত গ্ৰহণৰ অনুমতি

সংসদৰ পৰা আঠজন সাংসদক নিলম্বন কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

শপতগ্ৰহণৰ পিছতে নীতিশ কুমাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকৰ সময়ত বিহাৰত এন ডি এ চৰকাৰৰ নতুন ৰূপ আৰু ভৱিষ্যতৰ ৰাজনৈতিক কাঠামোৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ’ব বুলি আশা কৰা হৈছে। এনডিএ এক সূত্ৰই জানিব দিয়া মতে নিতীশ কুমাৰ মোদী মন্ত্ৰীসভাৰ সদস্য হোৱাৰ সম্ভাৱনা আছে ৷

ইয়াৰ পূৰ্বে জেডিইউৰ কাৰ্যকৰী সভাপতি সঞ্জয় ঝা, ৰাজ্যসভাৰ সাংসদ ৰামনাথ ঠাকুৰ, বিহাৰৰ উপ- মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, মন্ত্ৰী অশোক চৌধাৰী আৰু মদন সাহনীয়েও শুকুৰবাৰে পুৱা দিল্লীত তেওঁক সৌজন্যতামূলক সাক্ষাৎ কৰে।

মনকৰিবলগীয়া যে বিহাৰত অতি সোনকালে নতুন চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ ১৪ এপ্ৰিলত নিতীশ কুমাৰে মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি লোৱাৰ চৰ্চা চলিছে।

শুকুৰবাৰে শপত গ্ৰহণ কৰি সন্ধিয়া পাটনালৈ উভতি আহিব নীতিশ কুমাৰ। ১৪ এপ্ৰিলত নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব পাৰে বুলি চৰ্চা চলিছে।

উল্লেখ্য যে বৃহস্পতিবাৰে দিল্লীত উপস্থিত হোৱাৰ লগে লগে নীতিশ কুমাৰে স্পষ্ট কৰি দিয়ে যে এতিয়া তেওঁৰ মূল গুৰুত্ব ৰাষ্ট্ৰীয় ৰাজধানীত হ’ব। তেওঁ কয়, “মই ২০ বছৰ ধৰি বিহাৰত ব্যাপকভাৱে কাম কৰিছো আৰু কৰি যাম। কিন্তু এতিয়া ইয়াৰ পৰা (দিল্লী) কাম কৰিম।” অৱশ্যে পাটনা ভ্ৰমণ সঘনাই অব্যাহত থাকিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

আনহাতে নীতিশৰ উত্তৰসুৰী কোন হ’ব বুলি ব্যাপক চৰ্চা চলি থকাৰ মাজতে বিহাৰত বিজেপিৰে মুখ্যমন্ত্ৰী হোৱাটো ইতিমধ্যেই খাটাং হৈছে ৷অৱশ্যে নিতীশ কুমাৰৰ তনয় নিশান্ত কুমাৰক জেডিইউৰ কোটাৰ পৰা উপ-মুখ্যমন্ত্ৰী দুজনৰ ভিতৰত এজন হিচাপে প্ৰায় নিশ্চিত বুলি গণ্য কৰা হৈছে। এনে পৰিস্থিতিত আগন্তুক সময়ত বিহাৰত জেডিইউৰ সমগ্ৰ নেতৃত্ব নিশান্ত কুমাৰৰ হাততে থাকিব সেয়া স্পষ্ট হৈ পৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Can Take OathNitish KumerRajya Sabha MP
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d