Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Jungle:জংঘলত ৩৫ দিনত ৫০টা এন্দুৰ খাই ওজন কমালে যুৱতীয়ে

publisher by publisher
November 22, 2025
in International
Reading Time: 1 min read
0
Jungle:জংঘলত ৩৫ দিনত ৫০টা এন্দুৰ খাই ওজন কমালে যুৱতীয়ে
1
SHARES
9
VIEWS
ShareShareShareShare

Jungle:

সুদীর্ঘ ৩৫ দিন জংঘলত আৱদ্ধ হৈ আছিল। জীয়াই থাকিবলৈ ভক্ষণ কৰিছিল ৫০টা এন্দুৰ। সেই খাদ্য খায়েই ১৪ কেজি ওজন কমাই লাহী শৰীৰৰ অধিকাৰী হ’ল এগৰাকী যুৱতী। এই ঘটনাটো চীনৰ। কিদৰে জংঘলত ইমানদিন ধৰি বৰ্তি আছিল, সেই অভিজ্ঞতা ইতিমধ্যেই সামাজিক মাধ্যমত ভাগ কৰিছে যুৱতীয়ে।

ADVERTISEMENT

মজাৰ কথা যে ৫০টা এন্দূৰ তেওঁ ভোক নিবাৰণৰ বাবে নহয়, বৰঞ্চ খাইছিল শৰীৰৰ ওজন কমাবৰ বাবেহে।চীনৰ সংবাদ মাধ্যম ‘ছাউথ চাইনা মর্ণিং প’ষ্ট’ৰ প্ৰতিবেদন অনুসৰি, চীনৰ নিৱাসী সেই যুৱতীৰ নাম ঝাও টিঝু। যুৱতীগৰাকীয়ে জনাইছে যে সম্প্রতি তেওঁ এক প্রতিযোগিতাত যোগদান কৰিছিল।

RelatedPosts

৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

পিতৃৰ স’তে ১.৫ কোটিটকীয়া মার্চিডিজ গাড়ী কৰিলে কবৰস্থ

যিমান বেতন সিমান কাম: পাঁচ ঘণ্টা শুই থাকিল কর্মস্থলীত

তাৰ বাবে তেওঁ দীর্ঘদিন জংঘলত কটাবলগীয়া হৈছিল। বিভিন্ন প্রত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হৈছিল। সাধাৰণতে জংঘলত জীয়াই থকা মানে শক্তি আৰু সহনশীলতাৰ পৰীক্ষা। যদিও সেই সময়খিনিক ঝাওরে ওজন কমোৱাৰ এক উপায়ৰূপে কামত লগোৱাৰ সিদ্ধান্ত লয়।

ঝাওৱে জনাইছে যে পূব চীনৰ ঝেজিয়াং প্রদেশৰ এটা দ্বীপত পহিলা অক্টোবৰৰ পৰা ‘ৱাইল্ডাৰনেছ ছাৰভাইভেল’ নামৰ সেই প্রতিযোগিতা আৰম্ভ হৈছিল।পাঁচ নৱেম্বৰ পৰ্যন্ত মুঠ ৩৫ দিন তেওঁ জংঘলত কটাইছিল।

জংঘলত থকাৰ সময়ত ঝাও অনেক কঠিন পৰিস্থিতিৰ সন্মুখীন হয়। ৪০ ডিগ্রী তাপমাত্রাত তেওঁৰ গাৰ ছাল কঠিন হৈ পৰে। অসংখ্য পোক-পৰুৱাৰ কামোৰ তেওঁ সহ্য কৰিবলগীয়া হৈছিল। ঝাওৱে সেইবোৰ ব্যাখ্যা কৰি কয় যে জংঘলত থকাৰ সময়তে তেওঁৰ মনলৈ ওজন কমোৱাৰ চিন্তা আহে। ওজন কমোৱাৰ বাবে জংঘলৰ ভিতৰত প্ৰ’টিন সমৃদ্ধ খাদ্যৰ প্ৰয়োজন আছিল।

সেই বাবেই তেওঁ ৩৫ দিন ধৰি কেৱল ৫০টা এন্দুৰ চিকাৰ কৰি খাইছিল। প্রতিযোগিতাত যোগ দিয়াৰ সময়ত ঝাওৰ শৰীৰৰ ওজন আছিল ৮৫ কেজি। প্রতিযোগিতাৰ শেষত তেওঁৰ ওজন ৭১ কেজিলৈ হ্রাস পায়। ঝাওৰ দাবী, ‘এন্দুৰ ডায়েট’ৰ বাবেই সেয়া সম্ভৱ হৈছে।

উল্লেখ্য যে যোৱা চাৰি নৱেম্বৰত সেই দ্বীপত ঘূর্ণী বতাহে আঘাত কৰাৰ পাছত ঝাওৱে প্রতিযোগিতা ত্যাগ কৰাৰ সিদ্ধান্ত লয়। দীর্ঘ ৩৫ দিনৰ পাছত তেওঁ জংঘলৰ পৰা ওলাই আহে। ঝাওৱে সদৰী কৰে যে তেওঁ প্রতিযোগিতাত তৃতীয় স্থান অর্জন কৰে।

পুৰস্কাৰ বাবদ তেওঁ লাভকৰে ভাৰতীয় মুদ্রাত প্রায় ৯০ হেজাৰ টকা। ঝাওৰ এই কাহিনী পোহৰলৈ অহাৰ পাছতে চীনত আলোড়ন সৃষ্টি হৈছে। ব্যাপক চর্চা হৈছে সামাজিক মাধ্যমত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ChinaJunglerat eatingYoung Girl
publisher

publisher

Related Posts

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত
News

৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

April 25, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d