Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কে’বাশ বাসগৃহ-প্রকাণ্ড প্রকাণ্ড তামোলৰ বাগান চুৰমাৰ কৰি লুটুমাৰীত উচ্ছেদৰ সামৰণি

publisher by publisher
December 1, 2025
in Assam, News
Reading Time: 1 min read
0
বিজেপিৰ দুটা কার্যকালত ১৪ হেজাৰৰো অধিক পৰিয়ালক উচ্ছেদ
1
SHARES
11
VIEWS
ShareShareShareShare

Eviction:✒️বিভিন্ন আইন উলংঘনৰ অভিযোগৰ মাজতে কালি ক্রমাগত দ্বিতীয় দিনৰ বাবে প্রশাসনে নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলাই বেদখলকাৰীসকলৰ কে’বাশ বাসগৃহ আৰু প্রকাণ্ড প্রকাণ্ড তামোলৰ বাগিচা ভাঙি চুৰমাৰ কৰে। এই দুদিনীয়া উচ্ছেদ অভিযানত মুঠ ৪৩০ টা পকীঘৰ আৰু ৯৯৮ টা কেঁচাঘৰ উচ্ছেদ কৰা হয় বুলি জিলা প্রশাসনে এক বিবৃতিত প্রকাশ কৰিছে। জিলা প্ৰশাসনৰ সূত্ৰৰ মতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নির্দেশৰ ভিত্তিত প্রশাসনে সংৰক্ষিত বনাঞ্চলখনৰ বেদখলীকৃত ভূমিত এই উচ্ছেদ অভিযান চলায়। শনিবাৰৰ দৰে কালিও পুৱা সাত বজাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ হয়। উচ্ছেদিতসকলৰ কান্দোনৰ মাজতে চলা এই উচ্ছেদ অভিযানৰ কালি সামৰণি পৰে। দুয়োদিনৰ উচ্ছেদ অভিযান শান্তিপূর্ণভাবে সম্পন্ন হয়।

ADVERTISEMENT

আনহাতে, উচ্ছেদ অভিযান চলি থকাৰ সময়তে ভাঙি পৰা এজোপা তামোল গছ পৰি উচ্ছেদস্থলীত এজন যুৱক গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক ৰছিদুল ইছলাম (২৬) বুলি চিনাক্ত কৰা হৈছে। ঘটনাটোত তেওঁৰ মূৰ ফটাত প্ৰচুৰ ৰক্তক্ষৰণ ঘটে। পাছত যুৱকজনক সংকটজনক অৱস্থাত নগাঁও চিকিৎসালয়ত ভর্তি কৰা হয়। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে প্ৰশাসনৰ বৃহৎ বাহিনীয়ে বনাঞ্চলখনৰ কান্দাপাৰা, চানখোলা, মাজগাঁও, পদুমণি, বেদেৰীপাৰ, জুৰিৰপাৰ, নিম বাগান আদি অঞ্চলত উচ্ছেদ চলাই বেদখলীকৃত বনভূমি উদ্ধাৰ কৰে। উল্লেখ্য যে সংৰক্ষিত বনাঞ্চলখনৰ ৫,৯৬২ বিঘা ভূমি বেদখলৰ কৱলত থকা বুলি নিৰ্ধাৰণ কৰি প্রশাসনে কালিৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰে।

RelatedPosts

ডবকাত ১০৯৮ টা ঘৰ উচ্ছেদ, ১২টা মছজিদ গৃহও ভাঙিলে প্রশাসনে

ৰূপহীহাটৰ ভকতগাঁৱত ৩৮ বিঘা মাটি উদ্ধাৰ বেদখলকাৰীৰ পৰা

লুটুমাৰীত ৪২৬টা পকী ঘৰ-৯৮৫টা কেঁচা ঘৰসহ ১২টা মছজিদো উৎখাত

অৱশ্যে উচ্ছেদৰ জাননী পায়ে বেদখলকাৰীসকলৰ ৭০ শতাংশতকৈ অধিকে উচ্ছেদৰ পূৰ্বেই স্বেচ্ছাই নিজৰ ঘৰ-দুৱাৰ ভাঙি আঁতৰি গৈছে। বাকী থকা ৩০ শতাংশ বেদখলকাৰীৰ বাসগৃহত শনিবাৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তদাৰকীত উচ্ছেদ অভিযান আৰম্ভ হয়। উচ্ছেদস্থলীত বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদরো উপস্থিত থাকে। স্বেচ্ছাই ঘৰ ভাঙি আঁতৰি যোৱা আৰু উচ্ছেদ কাৰ্যৰ প্ৰতি শান্তিপূর্ণভাৱে সঁহাৰি জনোৱা বেদখলকাৰীসকললৈ জিলা আযুক্ত শর্মাই ধন্যবাদ জনায়। আনহাতে, এই উচ্ছেদ অভিযান সম্পৰ্কত বন বিভাগৰ বিশেষ মুখ্য সচিব যাদবে কয়, ‘এই বনাঞ্চল হাতী-মানুহৰ সংঘাতৰ অঞ্চলৰূপে পৰিচিত। এই অঞ্চল পুনৰ বনাঞ্চলৰূপে গঢ়ি তোলা হ’ব।’

অৱশ্যে বেদখলকাৰীসকলে স্থাপন কৰা তামোলৰ বাগিচা প্ৰশাসনৰ বাহিনীয়ে ধ্বংস কৰাটো বহুতে সহজভাবে ল’ব পৰা নাই। ইপিনে, স্থানীয় এক সূত্রই জনোৱা মতে বান-খহনীয়াত সর্বস্বান্ত হৈ উচ্ছেদিত লোকসকলে এই সংৰক্ষিত বনাঞ্চলৰ ভূমিত বাস কৰি আছিল। তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কোনো ব্যৱস্থা গ্রহণ নকৰিলে বুলি উচ্ছেদিতসকলে অভিযোগ উত্থাপন কৰিছে। ফলত তেওঁলোকে সম্প্রতি এই দুর্যোগ ভোগ কৰিবলগীয়া হৈছে। আনহাতে, ন্যায়ালয়ৰ নিৰ্দেশৰ বাবে শতাধিক বেদখলকাৰী পৰিয়ালক বর্তমানেও প্রশাসনে উচ্ছেদ কৰিব পৰা নাই। অৱশ্যে এই বেদখলকাৰী পৰিয়ালসমূহক শীঘ্ৰে উচ্ছেদ কৰা হ’ব বুলি বন বিভাগে সদৰী কৰিছে।

লংজাপ-মাজগাঁৱত সংজ্ঞাহীন হৈ পৰিল দম্পতী

শনিবাৰে লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ লংজাপ-মাজগাঁৱতো উচ্ছেদ চলে। উচ্ছেদকাৰী বাহিনীয়ে নিজৰ ঘৰখন চকুৰ সম্মুখতে ভাঙি পেলোৱাৰ পাছত নিজৰ ঘৰখনৰ মায়া এৰিব নোৱাৰি ওৰে নিশা অনাহাৰে-অনিদ্রাৰে থকা এক দম্পতী সংজ্ঞাহীন হৈ পৰে। তদুপৰি কালিৰ উচ্ছেদৰ ফলত গৃহহীন হোৱা শ শ উচ্ছেদিত পৰিয়ালে পানী কেঁচুৱাসহ গছৰ তলতে সময় অতিবাহিত কৰিছে। অন্ন-পানী অবিহনে যোৱা নিশাটোও এই পৰিয়ালসমূহে গছৰ তলতে বাস কৰে। লক্ষ্যণীয়ভাবে উচ্ছেদস্থলীত এজনো মানুহ থাকিব নোৱাৰিব বুলি নগাঁও বন সংমণ্ডলে মাইকযোগে নির্দেশ জাৰি কৰিছে যদিও ভূমিহীন উচ্ছেদিত লোকসকলে গছৰ তলে তলে টালি-টোপোলা লৈ আশ্রয় লৈছে। তদুপৰি একাংশ উচ্ছেদিত লোকে নিজাববীয়াকৈ কে’বাটাও আশ্রয় শিবিৰ স্থাপন কৰিছে। কিন্তু আশ্রয় শিবিৰত এটুপি পানীৰ বাবে এইসকলে হাহাকাৰ কৰিবলগীয়া হৈছে।

লাখপতিৰ চেক, অৰুণোদয়, ৰেছন কার্ড দিয়াৰ পাছতো আমাক উচ্ছেদ!

লুটুমাৰী বনাঞ্চলৰ বেদখলকাৰীসকলৰ মাজত চৰকাৰী আঁচনি হিতাধিকাৰীও আছে বুলি কালিৰ পৰা একাংশ সংগঠন সৰৱ হৈ আছে। কোনে, কেনেদৰে এই বেদখলকাৰীসকললৈ চৰকাৰী আঁচনিৰ সুবিধা আগবঢ়ালে বুলি বিভিন্ন সংগঠনে প্রশ্ন উত্থাপন কৰাৰ সময়তে একাংশ বেদখলকাৰীয়েও এনে প্রশ্ন উত্থাপন কৰিছে। দেওবাৰে উচ্ছেদস্থলীত একাংশ উচ্ছেদিত লোকে কান্দি কান্দি সংবাদ মাধ্যমৰ আগত কয়, ‘আমাক চৰকাৰী ঘৰো দিছে, ঘৰত বিদ্যুৎ সংযোগো দিছে। লাখপতিৰ চেকো দিছে। অৰুণোদয় দিছে, বেছন কার্ডো দিছে। তাৰ পাছতো আমাক নির্দয়ভারে উচ্ছেদ কৰা হ’ল। এতিয়া আমি ক’লৈ যাম? কি খাম?’ গতিকে চৰকাৰ-প্রশাসনে উচ্ছেদৰ পূৰ্বে এনেবোৰ দিশৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্রহণ নকৰিলে বুলিও প্রশ্ন উত্থাপন হৈছে। উচ্ছেদিতসকলে লগতে কয়, ‘জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ মামাই আমাৰ ঘৰসমূহ ভাঙি আমাক গৃহহীন কৰিছে। আমাৰ মাটি নাই। ল’ৰা-ছোৱালীৰ পৰীক্ষাৰ সময়। কিতাপ-বহীসমূহ ধ্বংস কৰিলে।’

কৰ্তব্যৰত বিষয়া-কৰ্মচাৰীলৈ নিম্নমানৰ খাদ্য যোগান

লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযানৰ উদ্দেশ্যে যোৱা ২৭ নবেম্বৰৰ পৰা উচ্ছেদস্থলীত নিয়োজিত কৰা বন বিভাগৰ কৰ্মচাৰী, আৰক্ষী বাহিনী, অর্ধ-সামৰিক বাহিনী আৰু স্বাস্থ্য কর্মীৰ বাবে তেনেই নিম্নমানৰ খাদ্য সামগ্রী যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে। অথচ এনে অৱস্থাতে এইসকল চৰকাৰী লোকে বিগত চাৰিদিন অহর্নিশে কর্তব্য পালন কৰিবলগীয়া হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Eviction
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d