Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

লুটুমাৰীত ৪২৬টা পকী ঘৰ-৯৮৫টা কেঁচা ঘৰসহ ১২টা মছজিদো উৎখাত

publisher by publisher
November 30, 2025
in Assam, News
Reading Time: 1 min read
0
বিজেপিৰ দুটা কার্যকালত ১৪ হেজাৰৰো অধিক পৰিয়ালক উচ্ছেদ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

ডবকাত ১০৯৮ টা ঘৰ উচ্ছেদ, ১২টা মছজিদ গৃহও ভাঙিলে প্রশাসনে

ৰূপহীহাটৰ ভকতগাঁৱত ৩৮ বিঘা মাটি উদ্ধাৰ বেদখলকাৰীৰ পৰা

কে’বাশ বাসগৃহ-প্রকাণ্ড প্রকাণ্ড তামোলৰ বাগান চুৰমাৰ কৰি লুটুমাৰীত উচ্ছেদৰ সামৰণি

Eviction:✒️বহু লোকৰ কান্দোনৰ মাজতে শনিবাৰে নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত জিলা প্রশাসনে উচ্ছেদ অভিযান চলায়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তত্ত্বাৱধানত ৫০খন এক্সকেভেটৰৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত কালি পুৱা সাত বজাৰ পৰা প্ৰশাসনে সংৰক্ষিত বনাঞ্চলখনত উচ্ছেদ অভিযান চলায়। এই অভিযানৰ সময়ত ৪২৬টা পকী ঘৰ আৰু ৯৮৫টা কেঁচা ঘৰ ভাঙি পেলোৱা হয়। তদুপৰি ১২টা জামে মছজিদো উচ্ছেদ কৰে প্ৰশাসনৰ বাহিনীয়ে।

ADVERTISEMENT

উল্লেখ্য যে চৰকাৰী হিচাপ অনুসৰি, এই সংৰক্ষিত বনাঞ্চলৰ কমেও ৫,৯৬২ হেক্টৰ ভূমি ১,৫৪৮টা পৰিয়ালে বেদখল কৰি তাত ঘৰ-দুৱাৰ সাজি বাস কৰিবলৈ লয়। আশ্চর্যজনকভাৱে বেদখলকাৰীসকলে জল জীৱনকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰো সুবিধা পায়। এনেদৰে চৰকাৰী আঁচনিৰ সুবিধা দি কোনে দৰদ প্ৰদৰ্শন কৰিছিল বুলি সম্প্রতি প্রশ্ন উত্থাপন হৈছে। বিশেষকৈ জল জীবন আঁচনি ২০১৯ৰ পৰাহে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰে। উল্লেখ্য যে এই বেদখলকাৰীসকললৈ প্রশাসনে তিনি মাহ পূর্বে উচ্ছেদৰ জাননী জাৰি কৰে।

এই জাননী লাভ কৰাৰ পাছতে বেদখলকাৰীসকলৰ ৭০ শতাংশই ইতিমধ্যে নিজৰ ঘৰ-দুৱাৰ ভাঙি-ছিঙি আঁতৰি গৈছে। বাকী ৩০ শতাংশত আজি প্রশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰে। আজি ৯০ শতাংশ বেদখলীকৃত অঞ্চলত উচ্ছেদ অভিযান চলে। বাকী ১০ শতাংশত কাইলৈ উচ্ছেদ চলোৱা হ’ব বুলি প্রশাসনে প্রকাশ কৰিছে। এই উচ্ছেদ অভিযান উপলক্ষে বিগত কিছুদিনৰ পৰা প্রশাসনে প্রস্তুতি আৰম্ভ কৰে।

ইয়াৰ অংশৰূপে পাঁচটাকৈ অর্ধসামৰিক বাহিনীৰ গোটক শিবিৰত সাজু কৰে প্ৰশাসনে। এনে কঠোৰ নিৰাপত্তাৰ মাজত আজি প্রশাসনে জিলা আয়ুক্তৰ উপৰি বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱ, মধ্য অসমৰ আৰক্ষী মহাপৰিদৰ্শক ড° ভি প্রসাদ গঞ্জলা আদিৰ উপস্থিতিত সংৰক্ষিত বনাঞ্চলখনৰ অন্তৰ্গত ডুন জুৰিৰপাৰ, হাতীজুৰ ব্লক, ভেদুৰিপাৰ, মাটিখলা, চামগাঁও, আমডুবি, মাজগাঁও, নিমবাগান আৰু খেৰণিৰ নতুন বজাৰ গাঁৱত উচ্ছেদ চলায়।

চৰকাৰী তথ্য অনুসৰি, শনিবাৰে উচ্ছেদৰ প্ৰথম দিনটোতে ৯০ শতাংশ গৃহ, গছ-গছনি, কৃষিজাত সামগ্রী ভাঙি পেলোৱা হয়। উচ্ছেদ অভিযান শান্তিপূর্ণভারে চলে। কোনো বেদখলকাৰীয়ে অভিযানত বাধা দিয়া নাছিল।

শশ আলিম-উলেমাৰ কান্দোন

শনিবাৰে উচ্ছেদ অভিযানৰ সময়ত কান্দোনত ভাগি পৰে শ শ আলিম-উলেমা। এফালৰ পৰা উচ্ছেদকাৰীয়ে এটাৰ পাছত আনটোকৈ ১২টা মছজিদ ভাঙি পেলোৱাৰ সময়ত আলেম-উলেমাসকলে কান্দি কান্দি হাতযোৰ কৰি কয়, ‘আমাৰ ঘৰ ভাঙক; কিন্তু আল্লাহৰ ঘৰ নাভাঙিব।’ এইসকলৰ কান্দোন তথা কাকুতি-মিনতিয়ে উচ্ছেদস্থলীৰ পৰিৱেশ সেমেকাই তোলে।

দুর্গতিৰ সীমা নোহোৱা হৈছে কণ কণ শিশু-মহিলা-বৃদ্ধ-বৃদ্ধাৰ

লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ শনিবাৰে উচ্ছেদৰ পাছত উচ্ছেদিত পৰিয়ালসমূহৰ কণ কণ শিশু আৰু মহিলাসকলৰ লগতে বৃদ্ধ-বৃদ্ধাসকলৰ দুখ-দুর্গতিৰ সীমা নোহোৱা হৈছে। ঘৰখন হেৰুৱাৰ দুখত বহুতে কান্দোনত ভাগি পৰে। উল্লেখ্য যে ২০০৩ত স্থাপিত লুটুমাৰী এনচি প্রাথমিক বিদ্যালয়, খেৰণি মাজগাঁও (বি) নিউ প্রাথমিক বিদ্যালয় আৰু ২৯৩ নম্বৰ খেৰণি মাজগাঁও অংগনবাড়ী কেন্দ্ৰৰ গৃহসমূহ উচ্ছেদ কৰা নাই যদিও এইসমূহত অধ্যয়নৰত শিশুসকলৰ ভৱিষ্যৎ অন্ধকাৰ হোৱা বুলি চর্চা চলিছে।

কান্দি কান্দি ভাগৰি পৰা একাংশ উচ্ছেদিত লোকে কয়, ‘আমাৰ থাকিবলৈ ঠাই নাই। আমি ইয়াত দশক দশক ধৰি বাস কৰি আছো। আমাক থাকিবলৈ অকণমান মাটিৰ প্রয়োজন।’ এই অঞ্চলত জল জীবন মিছনৰো তিনিখন আঁচনি আছে। আনহাতে, ধর্মীয় সংখ্যালঘু (মুছলমান) লোকক লক্ষ্য কৰি চৰকাৰে উচ্ছেদ অভিযান চলাইছে বুলি সৰৱ হৈ উঠিছে আমছুৰ নগাঁও জিলা সমিতি। আমছুৰ জিলা সমিতিয়ে উচ্ছেদিত ভূমিহীন লোকসকলক পুনৰ সংস্থাপন দিবলৈ চৰকাৰক দাবী জনাইছে।

উচ্ছেদ বন্ধ হোৱাৰ ভুৱা প্ৰচাৰ চলাই গ্ৰেপ্তাৰ দুই

উচ্চ ন্যায়ালয়ে উচ্ছেদ বন্ধ কৰিবলৈ নির্দেশ দিয়া বুলি ভুৱা প্ৰচাৰ চলাই লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীসকলৰ পৰা ধন সংগ্ৰহ কৰা দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই কথা সদৰী কৰি আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জনায় যে ধৃত লোক দুজন হ’ল আব্দুল আৱাল আৰু ইউছুফ আলী। দুয়োৰে বিৰুদ্ধে আইনগত ব্যৱস্থা আৰম্ভ হৈছে বুলি আৰক্ষী অধীক্ষকে সদৰী কৰিছে।

বেদখলকাৰীসকলে কেনেকৈ বিভিন্ন চৰকাৰী আঁচনি ভোগ কৰিলে শ্রমিক সন্থাৰ প্ৰশ্ন

লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীসকলে কেনেদৰে বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা ভোগ কৰিবলৈ পালে বুলি প্রশ্ন উত্থাপন কৰিছে সদৌ অসম গ্রামীণ শ্রমিক সন্থাকে ধৰি একাংশ সংগঠনে। এক বিবৃতিত গ্রামীণ শ্রমিক সন্থাৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্ত, নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক সভাপতি আৰু অসম ৰাজ্যিক কৃষক সভাৰ নগাঁও জিলা সমিতিৰ সভাপতি গোবিন চন্দ্র নাথে কয়, ‘বনাঞ্চল নিশ্চিতভাৱে সুৰক্ষিত আৰু সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু ইয়াৰ অর্থ এইটো নহয় যে সকলো মানবীয় দৃষ্টিকোণ আৰু অধিকাৰ ভংগ কৰা হ’ব। ১৯১৯তে লুটুমাৰী বনাঞ্চলক সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰা হৈছিল। বিগত ৪০ বছৰত উক্ত অঞ্চল কেনেকৈ জনবসতিপূর্ণ অঞ্চললৈ পর্যবসিত হ’ল?’

তদুপৰি উক্ত অঞ্চললৈ চৰকাৰী বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, জল জীৱন মিছনৰ খোৱাপানী যোগান, ঘৰে ঘৰে বিদ্যুৎ যোগান, এমজি এনৰেগাৰ জবকার্ড, পিএম কিষাণ যোজনা, খাদ্য সুৰক্ষা আইনৰ বেছন কার্ড, অৰুণোদয়, প্রধানমন্ত্রী আবাস যোজনাৰ লগতে মহিলা উদ্যমিতা আঁচনিৰ ১০ হেজাৰ টকাৰ কোনে যোগান ধৰিলে বুলিও এই সংগঠনসমূহৰ নেতৃবৃন্দই প্রশ্ন উত্থাপন কৰিছে।

লগতে উক্ত অঞ্চলত পঞ্চায়ত, বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটাৰ তালিকাত কেনেকৈ নাম অন্তর্ভুক্ত হ’ল আৰু কিয় ১৯৮৫ৰ পৰা ২০২৫লৈকে প্রকাশিত ভোটাৰ তালিকাবোৰত লুটুমাৰী মুক্ত বনাঞ্চল বুলি প্রকাশিত হৈ আছে বুলিও বিবৃতিটোত প্রশ্ন কৰা হৈছে। বিবৃতিটোত উক্ত তিনি সংগঠনৰ নেতৃবৃন্দই লগতে কয় যে এই অঞ্চলৰ বাসিন্দাসকলৰ এনআৰচিত জৰীপ নোহোৱা গাঁও বুলি স্বীকৃতি দিয়া হ’ল।

এই প্রশ্নৰ উত্তৰ জিলা প্রশাসনে ৰাজহুৱা কৰাৰ লগতে বন বিভাগৰ স’তে সংশ্লিষ্ট বিভাগসমূহকো দোষী সাব্যস্ত কৰি আইনী বিচাৰৰ আওতালৈ আনিবলৈ সংগঠনকেইটাই দাবী উত্থাপন কৰিছে। বিবৃতিটোত এই বুলিও দাবী জনোৱা হয় যে যদি লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ৰাণীপুখুৰী, বৰপুখুৰী, পদুমপুখুৰী, উলুমগুৰী, লংজাপ আৰু লুটুমাৰী জৰীপ নোহোৱা গাঁৱৰ ১২,৬০৮ বিঘা একঠা মাটি আছে, তেন্তে সেই জৰীপ নোহোৱা গাঁওসমূহত থকা চুবুৰিসমূহৰ নাম চৰকাৰে শীঘ্ৰে প্ৰকাশ কৰা উচিত।

লগতে তিনি এই সংগঠনে একেবাৰে আশ্রয়হীন উচ্ছেদিত পৰিয়ালসমূহৰ বাবে শীঘ্রে আশ্রয় শিবিৰ স্থাপন কৰিবলৈও দাবী জনাইছে। অন্যথা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে সংগঠন তিনিটাই। সংগঠন তিনিটাই লগতে অভিযোগ উত্থাপন কৰে যে উচ্ছেদিত লোকসকলৰ বাবে আগতীয়াকৈ কোনো আশ্ৰয়ৰ ব্যৱস্থা নকৰাটোৱে ভাৰত চৰকাৰে ৰূপায়ণ কৰি থকা মহিলা সম্পর্কীয় বিভিন্ন আইন আৰু আঁচনিক উলংঘা কৰিছে।

তদুপৰি এই তিনি সংগঠনে ক্ষোভ কৰে যে অহা ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ লগতে বছৰেকীয়া পৰীক্ষাৰ এই উচ্ছেদিত অঞ্চলসমূহৰ পৰীক্ষাৰ্থীসকলৰ কোনো ক্ষয়ক্ষতি নোহোৱাৰ নিশ্চিতকৰণ নকৰাটোৱে শিক্ষাৰ অধিকাৰ আইন উলংঘন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Eviction
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d