Accident:
মহানগৰীৰ দিছপুৰৰ চাহ নিলাম কেন্দ্ৰৰ সন্মুখত পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দ্ৰতবেগত অহা এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ড্রিভাইডাৰত ৷ গুৰুতৰভাৱে আহত চালকজনক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ৷ ঘটনাস্থলীত উপস্থিত হোৱা যানবাহন আৰক্ষীয়ে জানিব দিয়া মতে চালকজন নিচাসক্ত অৱস্থাত আছিল ৷
ADVERTISEMENT




































