Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

    মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

    কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

ULFA (I)calls for boycott of Republic Day:গণতন্ত্ৰ দিৱস সৰ্বাত্মক বৰ্জনৰ আহ্বান আলফা স্বাধীন সহ তিনি বিদ্ৰোহী সংগঠনৰ

এন এছ চি এন,জি পি আৰ এন আৰু সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ যৌথ বিবৃতি

publisher by publisher
January 23, 2026
in Uncategorized
Reading Time: 1 min read
0
ULFA (I)calls for boycott of Republic Day:গণতন্ত্ৰ দিৱস সৰ্বাত্মক বৰ্জনৰ আহ্বান আলফা স্বাধীন সহ তিনি বিদ্ৰোহী সংগঠনৰ
3
SHARES
29
VIEWS
ShareShareShareShare

ULFA (I)calls for boycott of Republic Day:

৭৭ সংখ্যক গণতন্ত্ৰ দিৱস সৰ্বাত্মক বৰ্জনৰ আহ্বান আলফা স্বাধীন সহ তিনি বিদ্ৰোহী সংগঠনৰ ৷ এই সন্দৰ্ভত আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সহ:সম্পাদক অনুৰণন অসম স্বাক্ষৰিত এক বিবৃতিত উল্লেখ কৰে যে
বুৰঞ্জী প্ৰসিদ্ধ প্ৰকৃতিৰ বিনন্দীয়া অতুল্য সৃষ্টি ৰূপ-সৌন্দৰ্য আৰু সম্পদেৰে সমৃদ্ধিশালী অসম-নাগালেণ্ডকে ধৰি সমগ্ৰ পশ্চিমা দক্ষিণ-পূব এছিয়া [Western South East Asia] অঞ্চল। কিন্তু ঔপনিৱেশিক তথাকথিত ভাৰতৰাষ্ট্ৰই এই অঞ্চলসমূহ অনৈতিহাসিক, অযুক্তিকৰ তথা ভিত্তিহীনভাৱে ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি আভুৱা ভাঁৰা কথাৰে ভুৱা দি আহিছে। গণতন্ত্ৰৰ অৰ্থ একেবাৰে সাধাৰণ ভাষাত ৰাইজৰ কাৰণে ৰাইজৰ চৰকাৰ। অৰ্থাৎ এখন প্ৰকৃত গণতান্ত্ৰিক দেশৰ সাৰ্বভৌম কৰ্তৃত্বৰ অধিকাৰী হ’ল; সেই দেশৰ জনগণ। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধান সংশোধন, নতুন আইন প্ৰণয়ন, সাৰ্বভৌমত্ব আদি বিষয়ত গণভোটৰ মাধ্যমেৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। ইয়াৰ উদাহৰণ স্বৰূপে আমি যদি কানাডাক লওঁ‌ তেনেহ’লে দেখা পাম যে কানাডাত বৰ্তমানলৈকে ৫ বাৰকৈ গণভোট অনুষ্ঠিত হৈছে, ইয়াৰে ভিতৰত স্বাধীনতাকামী ‘কিউবেক’ৰ সাৰ্বভৌমত্বৰ বিষয়ত দুবাৰকৈ অনুষ্ঠিত হোৱা গণভোট অন্যতম। তদুপৰি শেহতীয়াকৈ কানাডাৰ পৰা স্বাধীনতা বিচাৰি আন এখন ৰাজ্য এলবাৰ্টাইও গণভোটৰ প্ৰস্তাৱ দিছে আৰু সেই অনুসৰি চলিত বৰ্ষৰ মে’ মাহত গণভোট অনুস্থিত কৰিবলৈ দেশখনে যো-জা চলাইছে। এই বিষয় সমূহৰ যোগেদি কানাডাৰ প্ৰকৃত গণতান্ত্ৰিক চৰিত্ৰৰ প্ৰতিফলন ঘটিছে। তেনেদৰে গ্ৰেট ব্ৰিটেইন, ইষ্ট টিম’ৰ, জৰ্জিয়া আদি দেশসমূহেও প্ৰকৃত গণতন্ত্ৰক সন্মান জনাই আহিছে। তাৰ বিপৰীতে যুদ্ধবাজ শত্ৰু ৰাষ্ট্ৰ ভাৰতে কিন্তু প্ৰকৃত গণতন্ত্ৰৰ সংজ্ঞা বিচাৰি নাপায়; বৰঞ্চ ৰাজনৈতিক কু-অভিসন্ধিৰে থলগিৰি জাতিসমূহৰ মৰ্যাদাপূৰ্ণ জীৱন যাপন তথা সুৰক্ষাৰ মৌলিক উপাদান ‘স্বাধীনতা’ক খৰ্ব কৰি আহিছে। আনহাতে গণতন্ত্ৰৰ নামত যদিওবা ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰাই ভাৰতে তথাকথিত সংবিধান কাৰ্যকৰী কৰিলে তথাপি সংবিধানৰ ১৬তম সংশোধনী, ১৯৭১ ৰ যোগেদি গণভোট নিষিদ্ধ কৰি ভুৱা গণতন্ত্ৰৰ স্বৰূপ উদঙাই দিলে।

ADVERTISEMENT

এই কথা অনস্বীকাৰ্য যে, অসম, নাগালেণ্ড, মণিপুৰকে ধৰি পশ্চিমা দক্ষিণ-পূব এছিয়া [WeSEA] অঞ্চলত গঢ়ি উঠা স্বাধীনতা বিপ্লৱ সমূহক ঔপনিৱেশিক ভাৰতৰাষ্ট্ৰই দমন তথা আইন-শৃংখলা ৰক্ষাৰ অজুহাতত আন্তৰ্জাতিক নীতি-নিয়ম নতুবা মানৱ অধিকাৰৰ চৰম উলংঘন কৰি হ’লেও নৃশংসতাৰ ধ্বজাবাহী ৰাষ্ট্ৰসন্ত্ৰাসৰ জৰিয়তে ভাৰতীয় আগ্ৰাসন আৰু সাম্ৰাজ্যবাদ বিয়পাই তুলিছে। আনকি আধিপত্যবাদী মনোভাৱেৰে তথা ভৱিষ্যতৰ শোষণ, শাসনৰ স্বাৰ্থত তথাকথিত ভাৰতৰ শাসকবৰ্গই বলপূৰ্বকভাৱে বিগত ৭৬ বছৰে ভুৱা ‘গণতন্ত্ৰ দিৱস’ উদযাপনৰ নামত এই অঞ্চলৰ থলগিৰি জনগণৰ ন্যায়সংগত অধিকাৰসমূহ অন্যায়ভাৱে ভু-লুণ্ঠিত কৰি আহিছে। প্ৰণিধানযোগ্য যে, প্ৰথমে নগা স্বাধীনতাকামী জনগণক দমন কৰিবলৈ আৰম্ভ কৰা; পিছলৈ সমগ্ৰ পশ্চিমা দক্ষিণ-পূব এছিয়াত প্ৰণয়ন কৰা সামৰিক বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮, নামৰ এই কলা আইন বলৱৎৰ আলমত হত্যা কৰিলে লক্ষাধিক নিৰীহক; নিগৃহীত তথা কাৰাৰুদ্ধ কৰিলে বহুজনক। তাৰোপৰি কাললৈ কলংকৰ স্বাক্ষৰ বহন কৰা কুখ্যাত বজৰং, ৰাইন’, অল iক্লয়াৰ [ভূটান], থানডাৰ [ম্যানমাৰ], ইউনিফাইড কামাণ্ড ষ্ট্ৰাকচাৰ আদি অপাৰেচন সমূহৰ জৰিয়তে এই অঞ্চলৰ জাতি সমূহৰ স্বাধীনতাৰ আকাংক্ষাক ধূলিসাৎ কৰাৰ পৰিকল্পনা অব্যাহত ৰাখিছে। প্ৰকৃত গণতন্ত্ৰৰ চৰ্চা অব্যাহত আছে বুলি সততে ঢাক-ঢোল বজাই ফুৰা ঔপনিৱেশিক ভাৰতৰাষ্ট্ৰৰ দখলদাৰী বাহিনীয়ে শেহতীয়াকৈ এন.এছ.চি.এন, আলফা [আই] আদি বিপ্লৱী সংগঠনসমূহৰ শিবিৰ সমূহৰ ওপৰত চলোৱা ড্ৰ’ণ-মিছাইল আদি আক্ৰমণ তাৰ জ্বলন্ত উদাহৰণ। প্ৰকৃতাৰ্থত এনেবিলাক জিঘাংসাৰূপী অমানৱীয় তথা বৰ্বৰোচিত আক্ৰমণে বাৰে বাৰে উদঙাই দিছে তথাকথিত ভাৰতৰাষ্ট্ৰৰ ভুৱা গণতন্ত্ৰৰ নগ্ন স্বৰূপ। এয়া গণতন্ত্ৰ নহয়, এয়া গণতন্ত্ৰৰ নামত ৰক্ততৃষ্ণাৰ উন্মাদনাহে মাথোঁ‌ন।

RelatedPosts

AASSIKS:অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী তথা জনজাতি সকলক বিজেপিক ভোট নিদিবলৈ আহ্বান সদৌ অসম ভূমিপুত্র খিলজীয়া কছাৰী সমাজৰ

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

All Assam  Sons Of the Soil Indigenous Kachari Somaj:বহাগ বিহুৰ শেষত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজৰ

গতিকে প্ৰতি বছৰে ঔপনিৱেশিক ভাৰতৰ ভুৱা ‘গণতন্ত্ৰ দিৱস’ পালনত আমি বিৰোধিতা কৰি আহিছোঁ‌। এইবাৰো আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্যতম হ’ব ২৬ জানুৱাৰীৰ নিশা এক বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে সৰ্বাত্মক বন্ধ থাকিব ৷ উক্ত বন্ধৰ কালছোৱাত অসম, নাগালেণ্ড আৰু অৰুণাচলৰ সমূহ ৰাজনৈতিক, অৰাজনৈতিক, জাতীয় দল-সংগঠন তথা স্বাধীনতাকামী জনগণক ভুৱা ‘গণতন্ত্ৰ দিৱস’ সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ আৰু বন্ধৰ কালছোৱাত সকলো চৰকাৰী-বেচৰকাৰী অনুস্থান-প্ৰতিষ্ঠান আদিত জনসমাগম পৰিহাৰ কৰিবলৈ আহ্বান জনালোঁ‌। অৱশ্যে উল্লিখিত বন্ধৰ সময়ত স্বাস্থ্য সেৱাৰ দৰে অত্যাৱশ্যকীয় জৰুৰীকালীন সেৱাসমূহৰ লগতে সংবাদ মাধ্যমৰ কাম-কাজ অব্যাহত ৰখাত কোনো বাধা নিষেধ নাথাকিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BoycottPress releaserepublic dayULFAI Announced
publisher

publisher

Related Posts

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d