Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

    Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী

    Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ

    Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

    Guwahati:গুৱাহাটীবাসীয়ে কেতিয়ালৈ পাব বিশুদ্ধ খোৱাপানী ? উত্তৰবিহীন প্রশ্ন

    Rahul Gandhi Announced: পহিলা নৱেম্বৰত দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দান কঁপাব ১০ লক্ষাধিকে !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

ULFA (I)calls for boycott of Republic Day:গণতন্ত্ৰ দিৱস সৰ্বাত্মক বৰ্জনৰ আহ্বান আলফা স্বাধীন সহ তিনি বিদ্ৰোহী সংগঠনৰ

এন এছ চি এন,জি পি আৰ এন আৰু সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ যৌথ বিবৃতি

publisher by publisher
January 23, 2026
in Uncategorized
Reading Time: 1 min read
0
ULFA (I)calls for boycott of Republic Day:গণতন্ত্ৰ দিৱস সৰ্বাত্মক বৰ্জনৰ আহ্বান আলফা স্বাধীন সহ তিনি বিদ্ৰোহী সংগঠনৰ
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

AASSIKS:অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী তথা জনজাতি সকলক বিজেপিক ভোট নিদিবলৈ আহ্বান সদৌ অসম ভূমিপুত্র খিলজীয়া কছাৰী সমাজৰ

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

All Assam  Sons Of the Soil Indigenous Kachari Somaj:বহাগ বিহুৰ শেষত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজৰ

ULFA (I)calls for boycott of Republic Day:

৭৭ সংখ্যক গণতন্ত্ৰ দিৱস সৰ্বাত্মক বৰ্জনৰ আহ্বান আলফা স্বাধীন সহ তিনি বিদ্ৰোহী সংগঠনৰ ৷ এই সন্দৰ্ভত আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সহ:সম্পাদক অনুৰণন অসম স্বাক্ষৰিত এক বিবৃতিত উল্লেখ কৰে যে
বুৰঞ্জী প্ৰসিদ্ধ প্ৰকৃতিৰ বিনন্দীয়া অতুল্য সৃষ্টি ৰূপ-সৌন্দৰ্য আৰু সম্পদেৰে সমৃদ্ধিশালী অসম-নাগালেণ্ডকে ধৰি সমগ্ৰ পশ্চিমা দক্ষিণ-পূব এছিয়া [Western South East Asia] অঞ্চল। কিন্তু ঔপনিৱেশিক তথাকথিত ভাৰতৰাষ্ট্ৰই এই অঞ্চলসমূহ অনৈতিহাসিক, অযুক্তিকৰ তথা ভিত্তিহীনভাৱে ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি আভুৱা ভাঁৰা কথাৰে ভুৱা দি আহিছে। গণতন্ত্ৰৰ অৰ্থ একেবাৰে সাধাৰণ ভাষাত ৰাইজৰ কাৰণে ৰাইজৰ চৰকাৰ। অৰ্থাৎ এখন প্ৰকৃত গণতান্ত্ৰিক দেশৰ সাৰ্বভৌম কৰ্তৃত্বৰ অধিকাৰী হ’ল; সেই দেশৰ জনগণ। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধান সংশোধন, নতুন আইন প্ৰণয়ন, সাৰ্বভৌমত্ব আদি বিষয়ত গণভোটৰ মাধ্যমেৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। ইয়াৰ উদাহৰণ স্বৰূপে আমি যদি কানাডাক লওঁ‌ তেনেহ’লে দেখা পাম যে কানাডাত বৰ্তমানলৈকে ৫ বাৰকৈ গণভোট অনুষ্ঠিত হৈছে, ইয়াৰে ভিতৰত স্বাধীনতাকামী ‘কিউবেক’ৰ সাৰ্বভৌমত্বৰ বিষয়ত দুবাৰকৈ অনুষ্ঠিত হোৱা গণভোট অন্যতম। তদুপৰি শেহতীয়াকৈ কানাডাৰ পৰা স্বাধীনতা বিচাৰি আন এখন ৰাজ্য এলবাৰ্টাইও গণভোটৰ প্ৰস্তাৱ দিছে আৰু সেই অনুসৰি চলিত বৰ্ষৰ মে’ মাহত গণভোট অনুস্থিত কৰিবলৈ দেশখনে যো-জা চলাইছে। এই বিষয় সমূহৰ যোগেদি কানাডাৰ প্ৰকৃত গণতান্ত্ৰিক চৰিত্ৰৰ প্ৰতিফলন ঘটিছে। তেনেদৰে গ্ৰেট ব্ৰিটেইন, ইষ্ট টিম’ৰ, জৰ্জিয়া আদি দেশসমূহেও প্ৰকৃত গণতন্ত্ৰক সন্মান জনাই আহিছে। তাৰ বিপৰীতে যুদ্ধবাজ শত্ৰু ৰাষ্ট্ৰ ভাৰতে কিন্তু প্ৰকৃত গণতন্ত্ৰৰ সংজ্ঞা বিচাৰি নাপায়; বৰঞ্চ ৰাজনৈতিক কু-অভিসন্ধিৰে থলগিৰি জাতিসমূহৰ মৰ্যাদাপূৰ্ণ জীৱন যাপন তথা সুৰক্ষাৰ মৌলিক উপাদান ‘স্বাধীনতা’ক খৰ্ব কৰি আহিছে। আনহাতে গণতন্ত্ৰৰ নামত যদিওবা ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰাই ভাৰতে তথাকথিত সংবিধান কাৰ্যকৰী কৰিলে তথাপি সংবিধানৰ ১৬তম সংশোধনী, ১৯৭১ ৰ যোগেদি গণভোট নিষিদ্ধ কৰি ভুৱা গণতন্ত্ৰৰ স্বৰূপ উদঙাই দিলে।

ADVERTISEMENT

এই কথা অনস্বীকাৰ্য যে, অসম, নাগালেণ্ড, মণিপুৰকে ধৰি পশ্চিমা দক্ষিণ-পূব এছিয়া [WeSEA] অঞ্চলত গঢ়ি উঠা স্বাধীনতা বিপ্লৱ সমূহক ঔপনিৱেশিক ভাৰতৰাষ্ট্ৰই দমন তথা আইন-শৃংখলা ৰক্ষাৰ অজুহাতত আন্তৰ্জাতিক নীতি-নিয়ম নতুবা মানৱ অধিকাৰৰ চৰম উলংঘন কৰি হ’লেও নৃশংসতাৰ ধ্বজাবাহী ৰাষ্ট্ৰসন্ত্ৰাসৰ জৰিয়তে ভাৰতীয় আগ্ৰাসন আৰু সাম্ৰাজ্যবাদ বিয়পাই তুলিছে। আনকি আধিপত্যবাদী মনোভাৱেৰে তথা ভৱিষ্যতৰ শোষণ, শাসনৰ স্বাৰ্থত তথাকথিত ভাৰতৰ শাসকবৰ্গই বলপূৰ্বকভাৱে বিগত ৭৬ বছৰে ভুৱা ‘গণতন্ত্ৰ দিৱস’ উদযাপনৰ নামত এই অঞ্চলৰ থলগিৰি জনগণৰ ন্যায়সংগত অধিকাৰসমূহ অন্যায়ভাৱে ভু-লুণ্ঠিত কৰি আহিছে। প্ৰণিধানযোগ্য যে, প্ৰথমে নগা স্বাধীনতাকামী জনগণক দমন কৰিবলৈ আৰম্ভ কৰা; পিছলৈ সমগ্ৰ পশ্চিমা দক্ষিণ-পূব এছিয়াত প্ৰণয়ন কৰা সামৰিক বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮, নামৰ এই কলা আইন বলৱৎৰ আলমত হত্যা কৰিলে লক্ষাধিক নিৰীহক; নিগৃহীত তথা কাৰাৰুদ্ধ কৰিলে বহুজনক। তাৰোপৰি কাললৈ কলংকৰ স্বাক্ষৰ বহন কৰা কুখ্যাত বজৰং, ৰাইন’, অল iক্লয়াৰ [ভূটান], থানডাৰ [ম্যানমাৰ], ইউনিফাইড কামাণ্ড ষ্ট্ৰাকচাৰ আদি অপাৰেচন সমূহৰ জৰিয়তে এই অঞ্চলৰ জাতি সমূহৰ স্বাধীনতাৰ আকাংক্ষাক ধূলিসাৎ কৰাৰ পৰিকল্পনা অব্যাহত ৰাখিছে। প্ৰকৃত গণতন্ত্ৰৰ চৰ্চা অব্যাহত আছে বুলি সততে ঢাক-ঢোল বজাই ফুৰা ঔপনিৱেশিক ভাৰতৰাষ্ট্ৰৰ দখলদাৰী বাহিনীয়ে শেহতীয়াকৈ এন.এছ.চি.এন, আলফা [আই] আদি বিপ্লৱী সংগঠনসমূহৰ শিবিৰ সমূহৰ ওপৰত চলোৱা ড্ৰ’ণ-মিছাইল আদি আক্ৰমণ তাৰ জ্বলন্ত উদাহৰণ। প্ৰকৃতাৰ্থত এনেবিলাক জিঘাংসাৰূপী অমানৱীয় তথা বৰ্বৰোচিত আক্ৰমণে বাৰে বাৰে উদঙাই দিছে তথাকথিত ভাৰতৰাষ্ট্ৰৰ ভুৱা গণতন্ত্ৰৰ নগ্ন স্বৰূপ। এয়া গণতন্ত্ৰ নহয়, এয়া গণতন্ত্ৰৰ নামত ৰক্ততৃষ্ণাৰ উন্মাদনাহে মাথোঁ‌ন।

গতিকে প্ৰতি বছৰে ঔপনিৱেশিক ভাৰতৰ ভুৱা ‘গণতন্ত্ৰ দিৱস’ পালনত আমি বিৰোধিতা কৰি আহিছোঁ‌। এইবাৰো আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্যতম হ’ব ২৬ জানুৱাৰীৰ নিশা এক বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে সৰ্বাত্মক বন্ধ থাকিব ৷ উক্ত বন্ধৰ কালছোৱাত অসম, নাগালেণ্ড আৰু অৰুণাচলৰ সমূহ ৰাজনৈতিক, অৰাজনৈতিক, জাতীয় দল-সংগঠন তথা স্বাধীনতাকামী জনগণক ভুৱা ‘গণতন্ত্ৰ দিৱস’ সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ আৰু বন্ধৰ কালছোৱাত সকলো চৰকাৰী-বেচৰকাৰী অনুস্থান-প্ৰতিষ্ঠান আদিত জনসমাগম পৰিহাৰ কৰিবলৈ আহ্বান জনালোঁ‌। অৱশ্যে উল্লিখিত বন্ধৰ সময়ত স্বাস্থ্য সেৱাৰ দৰে অত্যাৱশ্যকীয় জৰুৰীকালীন সেৱাসমূহৰ লগতে সংবাদ মাধ্যমৰ কাম-কাজ অব্যাহত ৰখাত কোনো বাধা নিষেধ নাথাকিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BoycottPress releaserepublic dayULFAI Announced
publisher

publisher

Related Posts

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

October 17, 2026
Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d