Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

Two Accused Arrested for Abusing Arunachali Women:অৰুণাচলৰ তিনি যুৱতীক দিল্লীত পুনৰ জাত-পাতত ধৰি অপমান কৰা দুই পুৰুষ-মহিলাক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

পাটিৱালা হাউচ কৰ্টত হাজিৰ কৰায় দুই অভিযুক্তক, উত্তৰ-পূবৰ প্ৰতি ঘৃণা-বৈষম্য আচৰণ গৰজি উঠিল মুখ্যমন্ত্রী খাণ্ডুৰ পৰা গৌৰৱলৈ

publisher by publisher
February 25, 2026
in Crime, National
Reading Time: 1 min read
0
Two Accused Arrested for Abusing Arunachali Women:অৰুণাচলৰ তিনি যুৱতীক দিল্লীত পুনৰ জাত-পাতত ধৰি অপমান কৰা দুই পুৰুষ-মহিলাক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

IYC President Arrested in Delhi:যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু চিবকক গ্ৰেপ্তাৰ

Delhi:দিল্লীত গ্ৰেপ্তাৰ গুৱাহাটীৰ মহিলা

Delhi Bomb blast:দিল্লী বিস্ফোৰণঃ দুই বছৰৰ ধৰি পৰিকল্পিত এই আক্ৰমণ

Two Accused Arrested for Abusing Arunachali Women:

কেতিয়াবা যদি মাৰধৰ, কেতিয়াবা আকৌ তীর্যক তথা অপমানজনক বাক্যবাণ প্রয়োগ! কেন্দ্রীয় চৰকাৰে ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ গঢ়াৰ ধ্বনি আওৰাই থকাৰ মাজতে দেশৰ বিভিন্ন অঞ্চলত উত্তৰ-পূবৰ লোক ঘৃণা-বৈষম্যৰ পাত্ৰ হৈ আছে। নিজকে একপ্ৰকাৰ ‘উন্নত প্রজাতি’ৰ দৰে আচৰণ কৰা দিল্লীৰ দুই পুৰুষ-মহিলাই অলপতে সামান্য কথাতে এজন আৰক্ষী বিষয়াৰ উপস্থিতিতে অৰণাচল প্ৰদেশৰ তিনিগৰাকী যুৱতীক জাত-পাতত ধৰি অপমান কৰাক লৈ চৌদিশে প্রবল প্রতিক্রিয়া অব্যাহত আছে।

ADVERTISEMENT

ঘটনাটোক লৈ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডু,ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেমা সিং টামাং,মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা,কেন্দ্ৰীয় মন্ত্ৰী ক্ষিৰেন ৰিজিজু,উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন (ড’নাৰ) ৰ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ পৰা আৰম্ভ কৰি অসমৰ গৌৰৱ গগৈলৈকে অঞ্চলটোৰ বহু জনপ্রতিনিধি সৰৱ হৈ উঠিছে।

অসম প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱে কয় যে এই ঘটনাক এক গতানুগতিক বিবাদ বুলি আওকাণ কৰিব নোৱাৰি। একেদৰে দুই অভিযুক্তক কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰি মুখ্যমন্ত্রী খাণ্ডুৱে কয়, ‘এনে আচৰণ সম্পূৰ্ণৰূপে অগ্রহণযোগ্য আৰু ইয়াৰ স্থান আমাৰ সমাজত নাই।’ এনেদৰে উত্তৰ-পূবৰ জনপ্রতিনিধিসকল সৰৱ হৈ উঠাত ঘটনাটোক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন (ড’নাৰ) ৰ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই।

এই ঘটনাই গভীৰভাৱে ব্যথিত কৰা বুলি উল্লেখ কৰি সামাজিক মাধ্যমত মন্ত্রীজনে কয়, ‘এক সৰু আৱাসিক ঘটনাই ভ্রান্ত ধাৰণাত প্রোথিত আতিশয্য আৰু ভাবুকিৰ ৰূপ লোৱা এই ঘটনা গভীৰভাৱে লজ্জাজনক। আমাৰ উত্তৰ-পূবৰ ভাই-ভনীসকলৰ প্রতি যিকোনো অন্যায় সহ্য কৰা নহ’ব। তেওঁলোকৰ নিৰাপত্তা আৰু মৰ্যাদা আমাৰ বাবে গুৰুত্বপূৰ্ণ।’ মন্ত্ৰীজনৰ এই মন্তব্যয়ো উত্তৰ-পূবৰ বাহিৰত দিল্লীকে ধৰি দেশৰ আন ঠাইত অঞ্চলটোৰ লোকৰ প্ৰতি ভ্রান্ত ধাৰণা বৰ্তমানেও বর্তি থকাটো প্ৰমাণ কৰিছে। অথচ উত্তৰ-পূবত দেশৰ আন আন অঞ্চলৰ লোক এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ উদাহৰণ নাই।

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ এই তিনি যুৱতী এনে আচৰণৰ ভুক্তভোগী হ’বলগীয়া কাৰণ তেনেই সাধাৰণ আছিল। বিভিন্ন সূত্রে দিল্লীত বাস কৰা এই তিনি যুৱতীয়ে যোৱা ২০ ফেব্ৰুৱাৰীত এজন ইলেক্ট্রিচিয়ানৰ দ্বাৰা তেওঁলোকৰ ফ্লেটত এটা এয়াৰ কণ্ডিচনাৰ স্থাপন কৰায়। যুৱতী তিনিগৰাকীৰ দিহা মতে ইলেক্ট্রিচিয়ানজনে তেওঁলোকৰ এপার্টমেণ্টৰ চতুৰ্থ মহলাৰ ফ্লেটত এয়াৰ কণ্ডিচনাৰটো স্থাপন কৰোতে পকী দেৱালত ফুটা কৰাত কিছু পৰিমাণৰ বালি-চিমেণ্টৰ মিশ্রণ তলৰ মজিয়াত পৰে। ইয়াকে লৈ জাঙুৰ খাই উঠে তলৰ মহলাৰ ফ্লেটত বাস কৰা হৰ্ষ সিং আৰু ৰুবী জৈন নামৰ দুই প্রতিবেশী।

ঘটনাটোত যুৱতী তিনিগৰাকীৰ কোনো ভুল নথকা সত্ত্বেও তেওঁলোকক দুই পুৰুষ-মহিলাই উপর্যুপৰি গালিবৰ্ষণ কৰিবলৈ ধৰে। তাকে কৰোতে তেওঁলোকে যুৱতী তিনিগৰাকীৰ জাত-পাতত ধৰি আপত্তিজনক মন্তব্য কৰে। উত্তৰ-পূবৰ লোকৰ প্ৰতি থকা ভ্রান্ত ধাৰণা উদঙাই দুই পুৰুষ-মহিলাই কৰা এনে আচৰণত বিমূঢ় হৈ পৰে যুৱতী তিনিগৰাকী।

উল্লেখ্য যে এই তিনি যুৱতীৰ এগৰাকীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউপিএছচি)ৰ পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে। বিগত দুবছৰৰো অধিক দিন তেওঁ ৰাজধানী মহানগৰ অঞ্চলত বাস কৰি আছে। উক্ত দিনা এনে অভাৱনীয় তথা অপমানজনক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পাছতে ভুক্তভোগী তিনিগৰাকী আৰক্ষীৰ দ্বাৰস্থ হয়। তিনি ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত দিল্লীৰ মালব্য নগৰ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ৭৯ (মহিলাৰ ভদ্রতা নাশৰ উদ্দেশ্যে শব্দৰে তাচ্ছিল্য কৰা), ৩৫১ (২) (অপৰাধী ভাবুকি) আৰু ১৯৬ (ধর্ম, বর্ণ, জন্মৰ স্থান, বাসস্থান, ভাষা আদিত লৈ শত্রুতা বৃদ্ধি) ধাৰাত গোচৰ ৰুজু হৈছে। ঘটনা সন্দৰ্ভত ইউপিএছচি পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা যুৱতীগৰাকীয়ে কয়, ‘ঘটনাটো তেনেই সৰু আছিল; কিন্তু ইয়ে ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহৰ ৰূপ ল’লে।

আমাৰ বিৰুদ্ধে যি অপমানজনক ভাষা ব্যৱহাৰ কৰিলে, তাৰ বিৰুদ্ধে আমি আৰক্ষীক এজাহাৰ দাখিল কৰিছো।’ অৱশ্যে আৰক্ষীয়ে ব্যৱস্থা গ্রহণ কৰাৰ পূৰ্বেই অভিযুক্ত দুই পুৰুষ-মহিলাই আত্মগোপন কৰে। ঘটনাটোৰ ভুক্তভোগীগৰাকীয়ে লগতে কয়, ‘আমাৰ চেহেৰা সুকীয়া হোৱাৰ বাবে আৰু হিন্দী তেওঁলোকৰ দৰে ক’ব নোৱাৰাৰ বাবে তেওঁলোকে আমাক এই দেশৰ নাগৰিক নহয় বুলি ভবা যেন লাগে। তেওঁলোকে ভাবে যে আমি চীন অথবা আন কোনো দেশৰ। গতিকে তেওঁলোকে ভাবে যে আমাৰ ক্ষেত্ৰত যিকোনো কাম কৰিব পাৰে আৰু আৰক্ষীয়ে তেওঁলোকক সুৰক্ষা দিব। মই অৰুণাচলৰ আৰু মই এগৰাকী ভাৰতীয় নাগৰিক। কিন্তু তেওঁলোকে আমাক তেনেদৰে গ্ৰহণ নকৰে। কাৰণ তেওঁলোক অসভ্য।’

উল্লেখ্য যে এই ঘটনাৰ এক ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত এপার্টমেন্টটোৰ চতুৰ্থ মহলাৰ খটখটীত দুই পক্ষৰ মাজত উত্তপ্ত তর্ক-বিতর্কত লিপ্ত হোৱা দেখা গৈছে। এই তর্ক-বিতৰ্কৰ সময়ত অভিযুক্ত দুই পুৰুষ-মহিলাই তিনি অসহায় যুৱতীৰ প্ৰতি অপমানসূচক ভাষা প্রয়োগ কৰে। ইয়াৰ দ্বাৰা তেওঁলোকে যুৱতী তিনিগৰাকী ‘বেশ্যা বৃত্তি’ত জড়িত থকা বুলি সুচাব বিচাৰে। অসহায় যুৱতী তিনিগৰাকীক উদ্দেশি অভিযুক্ত মহিলাগৰাকীয়ে কয়, ‘তোমালোকে ঘৰত মাচাজ পার্লাৰ খুলিছা নেকি?’ এই মাচাজ পাৰ্লাৰৰ জৰিয়তে তেওঁ যুৱতী তিনিগৰাকী অসৎ কৰ্মত লিপ্ত থকাৰ ইংগিত দিবলৈ চেষ্টা কৰে।

লক্ষ্যণীয় যে ঘটনাটো সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত এজন আৰক্ষী বিষয়াও উপস্থিত আছিল। অৱশ্যে আৰক্ষী বিষয়াজনে দুই পক্ষৰ কাজিয়াত হস্তক্ষেপ কৰি পৰিস্থিতি শান্ত কৰাৰ চেষ্টা চলায়। তাৰ মাজতে অভিযুক্ত মহিলাগৰাকীয়ে নিজকে সামাজিকভাৱে উচ্চখাপৰ সূচাই অভিযুক্ত পুৰুষজনক ইংগিত কৰি উচ্চস্বৰত কয়, ‘তোমালোকৰ মানেই নাই। তেওঁ সীমা শুল্ক বিষয়া আৰু ৰাজনীতিকৰ পুত্র।’ আনহাতে, এই অকল্পনীয় পৰিৱেশৰ অভিজ্ঞতা সম্পৰ্কত আন এগৰাকী ভুক্তভোগী যুৱতীয়ে কয়, ‘মই ভালদৰে তেওঁলোকক সম্বোধন কৰিছিলো।

ইলেক্ট্রিচিয়ানজনৰ ভুল থকাৰ বাবে তেওঁ ক্ষমা বিচাৰিলে।’ এয়াৰ কণ্ডিচনাৰ স্থাপন কৰোতে দেৱালৰ পৰা বালি-চিমেণ্ট তললৈ খহি পৰাৰ বাবে ইলেক্ট্রিচিয়ানজনৰ স’তে এই দুই পুৰুষ-মহিলা কাজিয়াত লিপ্ত হয়। বিষয়টোত যুৱতী তিনিগৰাকীয়ে হস্তক্ষেপ কৰাত তেওঁলোকক গালি বৰষিবলৈ লয় অভিযুক্তদ্বয়ে।

আনকি হর্ষ সিঙে ইলেক্ট্রিচিয়ানজনক প্ৰহাৰ কৰাৰো ভাবুকি দিয়ে। তেতিয়াই যুৱতী তিনিগৰাকীয়ে পৰিস্থিতি বেয়াৰ ফালে ঢাল নাখাওক বুলি বিষয়টোত হস্তক্ষেপ কৰাত তেওঁ উষ্মাৰে কয়, ‘মই তোমালোকৰ স’তে কথা পাতিছো নেকি? তোমালোক উত্তৰ-পূবৰ অসভ্য, অশিক্ষিত মানুহ।’ তাৰ পাছতে তেওঁ যুৱতী তিনিগৰাকীক প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল। তাতেই ক্ষান্ত নাথাকি তেওঁ উত্তৰ-পূবৰ বিৰুদ্ধে অনেক ভিত্তিহীন কথা চিঞৰি চিঞৰি কয় ৷

আনহাতে এই ঘটনা উত্তৰ – পূবৰ ৰাজ্য কেই খনৰ লগতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । নতুন দিল্লীত উত্তৰ-পূবৰ যুৱতীৰ সৈতে হোৱা ঘটনাক লৈ উত্তৰ-পূবৰ ছাত্ৰ সমাজে সাক্ষাৎ কৰিলে বুধবাৰে অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষক সাক্ষাৎ কৰে । ভাৰত চৰকাৰৰ হস্তক্ষেপৰো দাবীকাে অৰুণাচলৰ সক্রিয় সমাজকর্মী ট’ক’ টাকিৰ।

দিল্লী প্ৰদেশ আপেও দোষী গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী কৰে ৷এনে ঘটনাক্ৰমৰ মাজতে বুধবাৰে পুৱা দুই অভিযুক্ত হৰ্ষ সিং আৰু ৰুবী জৈনক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পাটিৱালা হাউচ আদালতত হাজিৰ কৰি নিজৰ জিন্মাত লয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Abusing Arunachali WomenDelhi PoliceTwo Accused Arrested
publisher

publisher

Related Posts

Suvendu Adhikari will be the new CM of WB:শুভেন্দূ অধিকাৰী হ’ব বংগৰ মুখ্যমন্ত্ৰী
News

Suvendu Adhikari will be the new CM of WB:শুভেন্দূ অধিকাৰী হ’ব বংগৰ মুখ্যমন্ত্ৰী

May 8, 2026
Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে
News

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

May 8, 2026
NIA Raids:ৰাজ্যত জেহাদী বিৰুদ্ধে নিয়াৰ অভিযান
News

NIA Raids:ৰাজ্যত জেহাদী বিৰুদ্ধে নিয়াৰ অভিযান

May 8, 2026
Tamilnadu:তামিলনাডুত টিভিকেক চৰকাৰ গঠনত ৰাজ্যপালে বিধিপথালি দি থকাত ক্ষোভ প্ৰকাশ ডিএমকেৰ
News

Tamilnadu:তামিলনাডুত টিভিকেক চৰকাৰ গঠনত ৰাজ্যপালে বিধিপথালি দি থকাত ক্ষোভ প্ৰকাশ ডিএমকেৰ

May 8, 2026
Bengal BJP legislature Party Meeting: আজি দিনৰ দুই বজাত অনুষ্ঠিত পশ্চিমবংগত হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক
News

Bengal BJP legislature Party Meeting: আজি দিনৰ দুই বজাত অনুষ্ঠিত পশ্চিমবংগত হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক

May 8, 2026
Bihar cabinet expansion:আজি বিহাৰত সম্প্ৰসাৰণ হ’ল সম্রাট চৌধুৰী মন্ত্ৰীসভাৰ
News

Bihar cabinet expansion:আজি বিহাৰত সম্প্ৰসাৰণ হ’ল সম্রাট চৌধুৰী মন্ত্ৰীসভাৰ

May 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d