Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

Delhi Bomb blast:দিল্লী বিস্ফোৰণঃ দুই বছৰৰ ধৰি পৰিকল্পিত এই আক্ৰমণ

বোমা তৈয়াৰীত খৰচ লক্ষাধিক টকা !

publisher by publisher
November 22, 2025
in Crime, National
Reading Time: 1 min read
0
Delhi Bomb blast:দিল্লী বিস্ফোৰণঃ দুই বছৰৰ ধৰি পৰিকল্পিত এই আক্ৰমণ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

Two Accused Arrested for Abusing Arunachali Women:অৰুণাচলৰ তিনি যুৱতীক দিল্লীত পুনৰ জাত-পাতত ধৰি অপমান কৰা দুই পুৰুষ-মহিলাক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

Delhi Bomb blast:

দুবছৰ ধৰি দিল্লীত আক্ৰমণৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদীয়ে। বোমা নিৰ্মাণৰ বাবে ব্যয় হৈছিল লক্ষাধিক টকা । আত্মঘাতী সন্ত্ৰাসবাদী ওমৰ মহম্মদৰ সহযোগী আৰু এজন ‘জেহাদী চিকিৎসক’ মুজাম্মিল শাকিলৰ জেৰাৰ পাছতে পোহৰলৈ আহিছে এই তথ্য।

ADVERTISEMENT

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ৰ সূত্ৰ অনুসৰি, দিল্লীত এই আক্ৰমণ দুবছৰৰ বাবে পৰিকল্পিত আছিল বুলি শাকিলে স্বীকাৰ কৰিছে । এই সময়ছোৱাত বোমা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বিস্ফোৰক, ৰিম’ট আৰু অন্যান্য সামগ্ৰী সংগ্ৰহ কৰা হৈছিল।

সমগ্ৰ অভিযানৰ দায়িত্বত আছিল শাকিল। সূত্ৰ অনুসৰি শাকিলে হাৰিয়ানাৰ নুহ আৰু গুৰুগ্ৰামৰ পৰা তিনি লাখ টকাত ১৬ কুইণ্টল এন পি কে সাৰ ক্ৰয় কৰা হৈছিল। নুহৰ পৰা ক্ৰয় কৰা হৈছিল আন বিস্ফোৰক ।

ফৰিদাবাদৰ এখন বজাৰৰ পৰা ক্ৰয় কৰা হৈছিল বৈদ্যুতিক উপাদান। শাকিলে এমোনিয়াম নাইট্ৰেটকে ধৰি বোমা তৈয়াৰ কৰা ৰাসায়নিক সামগ্ৰী মজুত ৰাখিবলৈও এটা ফ্ৰীজ ক্ৰয় কৰিছিল। তদন্তৰ এক সূত্ৰৰ মতে, জেৰাৰ সময়ত শাকিলে জনাইছে,ৰাসায়নিক পদাৰ্থ আৰু সাৰ প্ৰক্ৰিয়াকৰণৰ দায়িত্বত আছিল ওমৰ।

উল্লেখ্য যে ,দিল্লী বিস্ফোৰণৰ তদন্তৰ সন্দৰ্ভত দেশৰ একাধিক স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই তালাচী আৰু গ্ৰেপ্তাৰ আৰম্ভ কৰিছে।

তদন্তৰ ফলত শ্ৰীনগৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ কেবাগৰাকী চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে, বেছিভাগেই কাশ্মীৰৰ। কেৱল সেয়াই নহয়, বিস্ফোৰণৰ দুই ষড়যন্ত্রী-সহ চাৰিজন লোককো গ্ৰেপ্তাৰ কৰিছে এন আই এয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: delhi bomb blastDelhi PoliceNia Inquiry
publisher

publisher

Related Posts

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত
Assam

October 5, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d