Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

publisher by publisher
April 28, 2026
in News, India
Reading Time: 1 min read
0
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
2
SHARES
24
VIEWS
ShareShareShareShare

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলে আগন্তুক ২০২৯ৰ সাধাৰণ নিৰ্বাচনৰ দিশ নির্ণয় কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে।

ADVERTISEMENT

দেশজুৰি চৰ্চালৈ অহা পশ্চিমবংগৰ নিৰ্বাচনক লৈ নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ বৃহৎ ‘ৰণসজ্জা’ই প্রত্যাশিত ফল দি বিজেপিক ২০২৯ৰ পথ মসৃণ কৰি তুলিবনে বুলিও সমান্তৰালভাৱে চৰ্চিত হৈছে। পশ্চিমবংগ দখল কৰিবলৈ সক্ষম হ’লে উত্তৰ, মধ্য আৰু পূৱ ভাৰতৰ অধিকাংশ ৰাজ্যই বিজেপিৰ কুক্ষিগত হ’ব।

RelatedPosts

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

তদুপৰি বিগত লোকসভা নির্বাচনত দলৰ দুৰ্গ স্বৰূপ উত্তৰ প্ৰদেশত আসন যথেষ্ট হ্রাস পায়। এনে পৰিপ্ৰেক্ষিততে মোদী-শ্বাহে বংগ জয়ৰ ‘অভিযান’ত কোনো ত্রুটি নৰখা বুলি চর্চা হৈছে। ‘ঝালমুৰি’ৰ ৰাজনীতি, নির্বাচন আয়োগে কেন্দ্রীয় বাহিনীবে অভেদ্য দুর্গত পৰিণত কৰা পশ্চিমবংগ বিধানসভা নির্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অহা বুধবাৰে সম্পন্ন হ’ব।

সেই অনুসৰি সোমবাৰে বিয়লি পাঁচ বজাত প্ৰচাৰ অভিযানৰ অন্ত পৰে। ১৪২ টা সমষ্টিৰ বাবে হ’বলগীয়া এই নির্বাচনৰ প্ৰাকক্ষণত গভীৰভাবে ভোটাৰসকল মেৰুবিভাজিত হোৱাৰ সমান্তৰালভাবে এই পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ উত্তাপ অধিক বৃদ্ধি পায়। তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা মুখ্যমন্ত্রী মমতা বেনার্জীয়ে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন উপলক্ষে প্ৰচাৰ অভিযানৰ অন্তিম দিনলৈকে অবিশ্বাস্য ধৰণে ৬০ খন সভাত ভাষণ দিয়ে।

কালি প্ৰচাৰ অভিযানৰ অন্তিম দিনা দক্ষিণ কলকাতাত মমতাই অংশগ্রহণ কৰা এক সমদলত জনসমুদ্ৰৰ সৃষ্টি হয়। পথৰ দুয়োপাৰে আৰু চহৰৰ অট্টালিকাসমূহৰ বাহিৰত অবস্থান কৰিও অনেকে মমতালৈ শুভেচ্ছা জনায়। এই সমদলে দক্ষিণ কলকাতাৰ সুকান্ত সেতুৰ পৰা ঢাকুৰীয়া, গোলপার্ক হৈ গৰিয়াহাট আৰু হাজৰা তথা গোপাল নগৰ ভ্ৰমণ কৰে। অৱশ্যে কালি মমতাই কোনো প্ৰচাৰ সভাত অংশ নল’লে।

উল্লেখ্য যে বিগত ২০২১ৰ বিধানসভা নির্বাচনত ‘খেলা হবে’ ধ্বনি দি মমতাই বিজেপিক ধৰাশায়ী কৰে। এইবাৰ তেওঁ এই ধ্বনি অধিক সবল কৰি ‘দূৰম্ভ খেলা হবে’ ধ্বনি দিছে। তদুপৰি তেওঁ বিভিন্ন ৰাজ্যত বাংলা ভাষী লোক নির্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰি ইয়াৰ পোটক লোৱাৰো হুংকাৰ দিছে। মমতাই লগতে অভিযোগ উত্থাপন কৰি আহিছে যে নির্বাচন আয়োগে বিজেপিৰ কথা মতে কৰিছে। আনকি বিজেপিৰ শ্রুতলিপিত একাংশ আৰক্ষী বিষয়ায়ো কাম কৰাৰো অভিযোগ উত্থাপন কৰি পুনৰ ক্ষমতালৈ আহিলে এইসকল আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে তৃণমূল কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে। মমতাই সজোৰে দাবী উত্থাপন কৰিছে যে তৃণমূল কংগ্রেছে যোৱাবাৰতকৈ অধিক আসন জয় কৰি চতুৰ্থবাৰলৈ ক্ষমতালৈ প্রত্যাবর্তন কৰিব।

কালি মমতাই দক্ষিণ কলকাতাৰ বজাৰসমূহ ভ্ৰমণ কৰি দোকানী-পোহাৰীসকলৰ স’তে মত বিনিময় কৰে। বজাৰৰ ঠেক গলিসমূহতো প্রৱেশ কৰি তেওঁ শাক-পাচলিৰ বেপাৰী আদিৰ স’তে মত বিনিময় কৰি বিভিন্ন অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যৰ বিষয়ে বুজ লোৱাৰ লগতে আর্থিকভারে দুর্বল আৰু দৰিদ্ৰ লোকসকলৰ বাবে কল্যাণমূলক আঁচনি অব্যাহত ৰখাৰ প্রতিশ্রুতি দিয়ে।

উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ নখন প্ৰচাৰ সভাত অংশগ্রহণ কৰে। এই প্ৰচাৰ সভাসমূহত তেওঁ বিজেপিয়ে বাঙালীসকলক পৰিত্ৰাণ দিয়াৰ প্রতিশ্রুতি দোহাৰে। তৃণমূল কংগ্রেছ, বাঁওজোঁট আৰু কংগ্রেছক আক্রমণ কৰি আজিও মোদীয়ে এখন প্ৰচাৰ সভাত ভাষণ দিয়ে। যোৱা নিশা তৃণমূল কংগ্রেছ আৰু বিজেপি কর্মীৰ মাজত হতাহতি সংঘটিত হোৱা উত্তৰ ২৪ পৰগণাৰ জগদ্দলত আয়োজিত এই সভাত ভাষণত মোদীয়ে এক গেৰাণ্টীও দিয়ে।

তেওঁ কয়, ‘তোষণৰ ৰাজনীতিৰ পৰা পশ্চিমবংগক মুক্তি দিম।’ নেতাজী সুভাষ চন্দ্র বসুৰ উক্তি সোঁৱৰণ কৰি তেওঁ লগতে কয়, ‘আপোনালোকে ৭০ বছৰ কংগ্ৰেছ, বাঁও, তৃণমূলক দিলে। এটা সুযোগ বিজেপি, মোদীক দিয়ক। সকলোবে মিলি বাঙালীক সব বান্ধোনৰ পৰা মুক্তি দিম।’ এইবাৰ বিজেপিয়ে ৰাজ্যখনত চৰকাৰ গঠন কৰিব বুলিয়ে মোদীয়ে দৃঢ়তাৰে দাবী কৰে।

তেওঁ কয়, ‘ইয়াত এইখনেই মোৰ শেষ প্ৰচাৰ সভা। মই ইয়াৰ য’লৈকে গ’লো, তাতে মানুহৰ মাজত উন্মাদনা দেখিলো। গতিকে মোৰ বিশ্বাস হৈছে যে অহা চাৰি মে’ৰ পাছত বিজেপিৰ শপতগ্রহণ অনুষ্ঠান আহিব।’

একেদৰে মোদীৰ দীর্ঘকালৰ ঘনিষ্ঠ তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও দ্বিতীয় পর্যায়ৰ নিৰ্বাচনত ব্যাপক প্ৰচাৰ চলায়। আজি প্ৰচাৰৰ অন্তিম দিনা তেওঁ দক্ষিণ ২৪ পরগণাৰ বেহালাৰ পৰা পশ্চিম কেন্দ্রলৈ এক বোড শ্ব’ত অংশ লয়। এই বোড শ্ব’ত দিয়া ভাষণত তেওঁ তৃণমূল কংগ্রেছক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে। নির্বাচন শেষ হোৱাৰ সাত দিন পাছলৈকে পশ্চিমবংগত চিআৰপি বাহিনী থাকিব। হিংসা হ’ব নোৱাৰে। আপোনালোকে চিন্তা নকৰিব।’ শ্বাহে দ্বিতীয় পর্যায়ৰ নির্বাচনী প্ৰচাৰ উপলক্ষে ১০ খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।

ইপিনে, তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা তেওঁৰ ভতিজাক অভিষেক বেনাৰ্জীয়ে ৪১ খন প্ৰচাৰ সভাত অংশ লয়। এইবাৰ বিজেপিৰ প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ চৰ্চাৰ সংযোজন কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে। বুলড’জাৰ যোগী ৰূপেও খ্যাত মুখ্যমন্ত্রীজনে আজি প্ৰচাৰ অভিযানৰ অন্তিম দিনা তাৰকেশ্বৰ সমষ্টিৰ বিজেপি প্রার্থী সন্ত পানক লৈ তাৰকানাথ মন্দিৰত পূজা-সেৱা আগবঢ়ায়। এনেদৰে দ্বিতীয় পর্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ প্রাবল্য প্রথম পর্যায়তকৈ বহুগুণে বৃদ্ধি পায়।

উল্লেখ্য যে কালি প্ৰচাৰ অভিযান অন্ত পৰাৰ দুদিন পূৰ্বৰ পৰা ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহৰ বিভিন্ন স্থানত এলানি হিংসাত্মক ঘটনা সংঘটিত হয়। উত্তৰ ২৪ পৰগণা, জগদ্দল, হুগলিৰ গোঘাট, পূব বর্ধমানৰ পূৰ্বস্থলী, দক্ষিণ ২৪ পৰগণাৰ ভাঙড়ত সংঘটিত সংঘাতত দুই দলৰ বহুসংখ্যক কর্মী আহত হয়।

এইবাৰ বাঁওজোঁটেও কিছু ভাল প্রদর্শন কৰিব বুলি চৰ্চা হৈছে। ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছ নেতা বাহুল গান্ধীয়েও ৰাজ্যখনত নির্বাচনী প্ৰচাৰ চলাই বিজেপি, তৃণমূল উভয়কে দুর্নীতিগ্রস্ত আখ্যাৰে সমালোচনাৰে থকা-সৰকা কৰিছে। সাবদা আৰু ৰ’জভেলী কেলেংকাৰিৰ প্ৰসংগ উত্থাপন কৰি এক প্ৰচাৰ সভাত ৰাহুলে কয়, ‘মমতা বেনাৰ্জী আৰু প্রধানমন্ত্রী মোদী একেটা মুদ্রাৰে ইপিঠি-সিপিঠি।’

পশ্চিমবংগৰ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালেও কিছু পানী ঘোলা কৰে। তৎসত্ত্বেও মোদী ‘জালমুৰি’ ৰাজনীতি আৰু ইভিএম লৈ মমতাই কৰা সংশয়হে চর্চাত আছে। উল্লেখ্য যে পশ্চিমবংগত নির্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ সময়ত অলপতে মোদীক ঝাৰগ্ৰামত এখন বিপণীৰ পৰা ১০ টকা দি জালমুৰি ক্ৰয় কৰি খোৱা দেখা পোৱা যায়। ইয়াৰ ভিডিঅ’ আৰু ফটো সামাজিক মাধ্যমত আপলোড কৰি বিজেপিয়ে ব্যাপক প্ৰচাৰ চলায়। তদুপৰি প্রধানমন্ত্রী মোদীয়ে তেওঁৰ জালমুৰি গ্ৰহণৰ কথা উল্লেখ কৰি কয়, ‘জয়ৰ পাছত আমি জালমুৰি বিতৰণ কৰিম। মই জালমুৰি খালো; কিন্তু জুলা তৃণমূল কংগ্ৰেছৰ গাত লাগিল।’ অৱশ্যে একাংশই কটাক্ষ কৰি আহিছে যে মোদীয়ে জালমুৰি ক্ৰয় কৰি খোৱা এই ঘটনা দৰাচলতে এক নাটকহে। বিপণীখনৰ দোকানীজন তেওঁৰ সুৰক্ষাত নিয়োজিত স্পেচিয়েল প্রটেকছন গ্ৰুপৰ কমান্ডোহে আছিল বুলিও বহুতে কটাক্ষ কৰি আহিছে। মোদীয়ে ভোটাৰৰ মন জয়ৰ উদ্দেশ্যে বিখ্যাত হুগলি নৈয়ো ভ্রমণ কৰে।

আনহাতে, মমতাই বিভিন্ন প্ৰচাৰ সভাত সঘনে ইভিএমক লৈ সংশয় প্রকাশ কৰে। ২০২১ৰ নিৰ্বাচনত নন্দীগ্রাম সমষ্টিত পৰাজয়বৰণ কৰাৰ কথা উল্লেখ কৰি মমতাই কয়, ‘কেন্দ্রীয় বাহিনীয়ে ইভিএম কব্জা কৰিব পাৰে। তেওঁলোক নির্বাচন আয়োগৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে। নির্বাচন আয়োগলৈ চাওক। ইভিএম যাতে কব্জা কৰিব নোৱাৰে, সেয়া নিশ্চিত কৰাটো আপোনালোকৰ দায়িত্ব। এতিয়া ইমান লোডশেডিং হ’বলৈ ধৰিছে কিয়? ইয়ে এক অসৎ অভিপ্রায়ৰ ইংগিত স্পষ্ট কৰে।’

যোৱাবাৰ নন্দীগ্রামত চাৰি হেজাৰ ভোটত আগবাঢ়ি থকাৰ পাছতো পৰাজয়বৰণ কৰা বুলি উল্লেখ কৰি মমতাই পুনৰ কয়, ‘ভোটগণনা কেন্দ্রলৈ বিদ্যুৎ যোগান ব্যাহত হোৱাৰ পাছতে সামাজিক গতি সলনি হৈছিল।’

উল্লেখ্য যে যোৱা ২৩ এপ্ৰিলত তামিলনাডুৰ স’তে অনুষ্ঠিত ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ইতিহাস সৃষ্টি কবি ৯৩.২ শতাংশ ভোটদান হয়। ১৬ খন জিলাত অনুষ্ঠিত এই নির্বাচনত ৩.৩৬ কোটিৰো অধিকে ভোটদান কৰে। সৰ্বাধিক ৯৬.২ শতাংশ ভোটদান হয় বিজেপিৰ জনপ্রিয়তা থকা কোচবিহাৰত। এই ধাৰালৈ চাই বুধবাৰে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো ব্যাপক হাৰত ভোটদান হ’ব বুলি আশা কৰা হৈছে। ফলাফল অহা চাৰি মে’ত অসম, তামিলনাডু, কেৰালা আৰু পুড়ুচেৰী বিধানসভা নির্বাচনৰ স’তে একেলগে ঘোষিত হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Mamata BanerjeeNarendra Modi
publisher

publisher

Related Posts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী
News

May 5, 2026
Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d