Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

মঙলদৈত দৰং জিলা গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ তিনি ঘন্টীয়া অৱস্থান ধর্মঘট

publisher by publisher
September 28, 2019
in Uncategorized
Reading Time: 1 min read
0
মঙলদৈত দৰং জিলা গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ তিনি ঘন্টীয়া অৱস্থান ধর্মঘট
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

“গৰিয়া-মৰিয়া-দেশী আদি ইছলামধর্মী খিলঞ্জীয়া লোকসকল অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ, এই জনগোষ্ঠীৰ লোকসকল ৯৫ শতাংশতকৈয়ো অধিক বিভিন্ন জনজাতি – জনগোষ্ঠীৰ পৰা ধর্মান্তৰিত যদিও অতি সম্প্রতি এই জনগোষ্ঠীৰ লোকসকল দুর্ঘোৰ পৰিচয় সংকটত নিমজ্জিত হৈছে। এই জনগোষ্ঠীৰ লোকসকলক সময়ে সময়ে, ঠায়ে ঠায়ে বিদেশীৰ দৰে গণ্য কৰা হয়, কেতিয়াবা কেতিয়াবা কোনো কোনোৱে এই জনগোষ্ঠীৰ লোকক তুচ্ছ-তাচ্ছিল্যও কৰি আহিছে। ভূমিপুত্র হোৱা সত্বেও এন আৰ চিৰ পৰা বাদ পৰিছে এই জনগোষ্ঠীৰ লক্ষাধিক লোক।  এই জনগোষ্ঠীয় লোক আনকি ডি ভোটাৰ হৈ ডিটেনশ্বন কেম্পটো থাকিবলগীয়া দুর্ভাগ্যজনক আৰু অপমানজনক  ঘটনা ঘটিছে” – এই ভাষ্য সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা চহিৰ ভূঞাৰ। আজি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিয়ে ছয় দফীয়া দাবীৰ সমর্থনত মঙলদৈ জিলা পুথিভড়াল প্রাংগণত আয়োজিত ধর্মঘট স্থলীত ভাষণ দি ভূঞাই আৰু কয় দৰঙৰ বুঢ়াকাণ্ডত জনগোষ্ঠীটোৰ তিনি ভগ্নীক থানালৈ নি নিশা সভ্য সমাজক লজ্জানত কৰি শ্লীলতা হানি কৰি অমানৱীয় নির্যাতন কৰিও ভাৰপ্রাপ্ত বিষয়া মহেন্দ্র নাথ শর্মা আৰু এই কাণ্ডত সহায় কৰা কনিষ্টবল বিনীতা বড়োক গ্রেপ্তাৰ নকৰাত এতিয়াও তেওঁলোক মুকলি আকাশৰ তলত  থকাটো দুর্ভাগ্যজনক । সেয়ে দুয়োকে গ্রেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবলৈ গৃহ দপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্রীক তেওঁ আহবান জনায়। একেদৰে ঘটনাৰ অন্যতম খলনায়ক ৰফুল আলিকো দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবলৈ ভূঞাই দাবী জনায়। জিলা সমিতিৰ সভাপতি আনোৱাৰ হুছেইনৰ সভাপতিত্বত আৰু কার্যকৰী সভাপতি মকছেদ আলিয়ে আঁত ধৰা প্রতিবাদী অৱস্থান ধর্মঘটত অনুষ্ঠানত গৰিয়া যুৱ ছাত্র পৰিষদৰ ৰাজ্যিক উপসভাপতি আজিজুৰ ৰহমান, গমদেৰ বাগসা জিলা সমিতিৰ মুখ্য উপদেষ্টা  জালালুদ্দিন আহমেদ, কাউৰবাহা আঞ্চলিক সমিতিৰ সভাপতি বোলছবি প্রযোজক সমীৰ আলি, মঙলদৈ জিলা কর্মচাৰী পৰিষদৰ সভাপতি সুৰেন্দ্র বৰুৱা, মঙলদৈ প্রেছ ক্লাবৰ সম্পাদক মুকুট ৰাজ শর্মা, জিলা সমিতিৰ সাধাৰণ সম্পাদক চফিকুল ইছলাম, সম্পাদক চাহাবুদ্দিন আহমেদ, মহিবুল হক, মোজাম্মিল হুছেইন, মহিলা পৰিষদৰ সভাপতি মকছিদা বেগম, সাধাৰণ সম্পাদিকা মাকনি বেগম, উপসভানেত্রী আবিদা বিবি, মঙলদৈ সদৰ সমিতিৰ সাধাৰণ সম্পাদক কমৰুল হামিদ, সহকাৰী সম্পাদক মীৰ চাহিল, গেৰিমাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ছৈয়াদুৰ ৰহমান, উপদেষ্টা নবাব মুকুট দেৱান, নগৰবাহী আঞ্চলিক সমিতিৰ সম্পাদক ফাইজুৰ ৰহমান প্রমুখ্যে বিষয় ববীয়া সকলে চমু চমু ভাষণ দি বিভিন্ন দাবী সম্বলিত শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে |

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া

May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d