Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ

    Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

    Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

    Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

    Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

    Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Peta India : অসম চৰকাৰক পেটাৰ আহ্বান বন বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ অনুসন্ধন কৰা

publisher by publisher
November 15, 2022
in India, Assam, News, Wildlife
Reading Time: 2 mins read
0
Peta India : অসম চৰকাৰক পেটাৰ আহ্বান বন বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ অনুসন্ধন কৰা
2
SHARES
19
VIEWS
ShareShareShareShare

Peta India :

পেটা ইণ্ডিয়া হৈছে দুই নিযুত সদস্য আৰু সমর্থক থকা এটা পশু সুৰক্ষা গোট। এই গোটৰ প্ৰচেষ্টাত জীৱ-জন্তুৰ জীৱন ধাৰণৰ মান উন্নত হৈছে আৰু অগণন জীৱ-জন্তুৰ জীৱন ৰক্ষা হৈছে ।

ADVERTISEMENT

এটা দশকতকৈও অধিক সময়ৰ পূৰ্বে, অসমৰ উত্তৰ-পূবৰ নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ পৰা ১০ বছৰ বয়স নোহোৱা এটা হাতীৰ পোৱালীয়ে তামিলনাডুৰ দূৰৱৰ্তী এটা মন্দিৰলৈ যাত্ৰা আৰম্ভ কৰিছিল।

RelatedPosts

Madras High Court : তামিলনাডুৰ সকলো মন্দিৰত নিষিদ্ধ কৰা হ’ল মোবাইল আৰু কেমেৰা

Tamilnadu:তামিলনাডুত থকা জয়মালা এতিয়া স্বাস্থ্যৱান: কেন্দ্ৰীয় চৰকাৰ

তৃতীয়–চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ইণ্টাৰনেট কৰ্তন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা লেখ আবেদনৰ আজি হ’ব শুনানি

সেই সময়ত ভাৱিছিল যে হাতীটো মাত্র তিনি বছৰৰ বাবেহে যাব আৰু তাৰ পাছত অসমৰ তিনিচুকীয়া জিলাৰ এখন সৰু গাঁওলৈ ঘূৰি আহিব।

নিজৰ ৰাজ্যলৈ পুনৰ যাত্ৰা আৰম্ভ কৰা তাৰিখৰ পৰা এতিয়া নবছৰ পাৰ হৈ গ’ল যদিও হাতীটো এতিয়াও তামিলনাডুৰ শ্রীতিল্লুপুখুৰ নাচিয়াৰ তিৰুকোভিল মন্দিৰত শিকলিৰে বান্ধি ৰখা হৈছে ৷

কেৱল তাইক ঘূৰাই দিয়াই নহয়, বন্যপ্রাণী সুৰক্ষা আইন ১৯৭২-ৰ উলঙ্ঘন কৰি তাইক অকলশৰীয়াকৈ বন্দী কৰি ৰখাৰ সময়ত মাৰপিট, পিঞ্জৰাবদ্ধ কৰা, তাইক আবদ্ধ কৰি থং উধাই কাম কৰোৱা আৰু নির্যাতন চলোৱাৰ লগতে মাৰণাস্ত্ৰৰ সততে ভয়-ভাবুকি দি নিয়ন্ত্ৰণ কৰা হৈছে । এই হাতীটো হৈছে জয়মালা, যাক এতিয়া জীমালয়াথা বুলি কোৱা হয়।

জয়মালাৰ দুৰ্দশাৰ কথা প্রথম পোহৰলৈ আহিছিল ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত । এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল,য’ত দেখা গৈছিল যে দুজন লোকে লাঠিৰে এটা হাতীক নির্দয়ভাৱে প্ৰহাৰ কৰিছে ।

হাতীটোৱে তাইক আক্রমণ কৰা দুজনৰ সু-নির্দেশনামূলক আঘাতৰ পৰা ৰক্ষা পাবলৈ এখন ভৰিৰ পৰা আনখন ভৰিলৈ সলনি কৰাৰ সময়ত যন্ত্ৰণাত চিঞৰি চিঞৰি থকা শুনা যায়।

বিড়ম্বনাৰ বিষয়টো হ’ল যে তামিলনাড়ু চৰকাৰৰ হিন্দু ধর্মীয় আৰু চেৰিটেবল এনডাউমেন্ট বিভাগৰ দ্বাৰা পৰিচালিত মন্দিৰ আৰু দৰগাহৰ হাতীৰ বাবে হোৱা বার্ষিক ৪৮ দিনীয়া পুনৰুজীৱিতকৰণ শিবিৰৰ সময় সেই ঘটনাটো সংঘটিত হৈছিল।

ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পাছতে ৰাজ্যখনৰ হিন্দু ধর্মীয় আৰু চেৰিটেবল এনডাউমেন্ট বিভাগে সেই সময়ত জনাই যে কষ্ট দিয়া মাউত বিনিল কুমাৰ আৰু কাবাদী শিৱ প্ৰসথক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মাহুতজনক নিলম্বন কৰা হৈছে।

মাউত আৰু কাবাদীয়ে জয়মালাক কেৱল তেওঁলোকৰ আজ্ঞা পালন নকৰাৰ বাবেহে প্ৰহাৰ কৰা বুলি খবৰ দিয়ে। আৰু মাৰপিট ইমানেই তীব্র আছিল যে তেওঁলোকে দেশবাসীক হতভম্ব কৰি তোলাৰ পিছতো জয়মলাক পুনৰ শ্ৰীভিল্লুপুথুৰ নাচিয়াৰ থিৰু কোভিল মন্দিৰলৈ পঠিয়াই দিয়া হৈছিল ৷

এই সন্দৰ্ভত পেটা ইণ্ডিয়ায়ে, তেতিয়া প্রধান মুখ্য বন সংৰক্ষক আৰু মুখ্য বন্যপ্রাণী ৱাৰ্ডেনলৈ চিঠি লিখে যে,তামিলনাডুৰ বন বিভাগে জয়মালাক জব্দ কৰি চিকিৎসা কৰিব পৰা অভয়াৰণ্যত পুনৰ সংস্থাপন দিবলৈ আহ্বান জনায়, য’ত তাইক জীৱিত বুলি গণ্য কৰি, অসমত থকা সমকক্ষৰ লগত আলোচনা কৰি চিকিৎসা, শিকলিবিহীন আৰু আন হাতীৰ সংগত থাকিব পৰা অভয়াৰণ্যত পুনৰ সংস্থাপন কৰা।

পেটা ইণ্ডিয়াই হিন্দী ৰিলিজিঅ’ন এণ্ড চেৰিটেবল এণ্ডাউমেন্ট বিভাগলৈও অনুৰূপ পত্ৰ প্ৰেৰণ কৰিছিল । পেটা ইণ্ডিয়াই জয়মালাৰ পৰিৱৰ্তে আমাৰ থৰচত এটা সুন্দৰ জীৱনৰূপী ইলেক্ট্ৰনিক আৰু মেকানিকেল হাতী উপহাৰ হিচাপে দিয়াৰ প্ৰস্তাৱ দিছিল।

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অসমৰ পৰা চাৰিজনীয়া এটা দল জয়মালা আৰু আন হাতীকেইটাক পৰিদৰ্শন কৰিবলৈ প্ৰেৰণ কৰা হৈছিল, তেওঁলোকৰ জীৱন-ধাৰণৰ অৱস্থা পর্যবেক্ষণ কৰিবলৈ আৰু তেওঁলোকক অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

বাৰে বাৰে প্ৰচেষ্ট কৰাৰ পাছত তামিলনাড়ুয়ে যাতে অসম দলটোক জয়মালা ঘূৰাই দিয়া সেয়া নিশ্চিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা নিৰ্দেশ লৈছিল । একে সময়তে বাতৰি কাকতত প্ৰকাশিত বাতৰি অনুসৰি তামিলনাড়ু চৰকাৰে মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ওচৰত দাখিল কৰিছে যে জয়মালা আৰু আন আঠটা হাতীক অসমলৈ ঘূৰাই পঠিওৱাৰ কোনো পৰিকল্পনা নাই।

এই সকলোবোৰ চলি থকাৰ সময়তে তামিলনাডুৰ হিন্দু ধর্মীয় আৰু চেৰিটেবল এনডাউমেন্ট বিভাগে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত এটা ভিডিঅ’ প্ৰকাশ কৰে, য’ত জয়মালাক শিকলিমুক্ত, পানীৰ এটা পুলত চলা-ফুৰা কৰা আৰু জীবনি লোৱা দিয়া দেখা গৈছিল। বিভাগটোৱে দাবী কৰিছিল যে তাই “সম্পূর্ণভাৱে ভালে আছে”।

লগতে জয়মালাৰ দুৰ্দশা দেখুৱাই ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা ভিডিঅ ‘সমূহকো ভুৱা বুলি আখ্যা দি খাৰিজ কৰে। ২১ অক্টোবৰত আৰু নৱেম্বৰত মাত্র দুদিন আগলৈকে হোৱা পেটাৰ তদন্তই তামিলনাডুৰ হিন্দু ধর্মীয় আৰু চেৰিটেবল এনডাউমেন্ট বিভাগক অসত্য বুলি প্ৰমাণ কৰে।

অসম চৰকাৰক পেটাই আহ্বান জনাই যে ইয়াৰ বন বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ অনুসন্ধন কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে জয়মালাৰ উদ্ধাৰৰ বাবে তামিলনাডুৰ লগত সমন্বয় ৰক্ষা কৰি।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: GAUHATI HIGH COURTJOIMALA ELEPHANTMadras High CourtPeta India
publisher

publisher

Related Posts

Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ
Assam

February 4, 2023
Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা
Assam

Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

February 4, 2023
Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ
India

Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

February 4, 2023
Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ
Assam

Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

February 4, 2023
Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান
Assam

Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

February 4, 2023
Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে
International

Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

February 4, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: