Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

PFI WB PRESIDENT ARRESTED : পিএফআইৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত

পিএফআই পশ্চিম বংগৰ গোটৰ সভাপতিক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

publisher by publisher
September 23, 2022
in Assam, India, News
Reading Time: 1 min read
0
PFI WB PRESIDENT ARRESTED : পিএফআইৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

LPG Cylinder :ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেলক লৈ কেন্দ্ৰৰ বৈঠক

Gaurav Gogoi:গৌৰৱ গগৈৰ সোমবাৰৰ সংবাদমেলৰ পাছতে অতিৰিক্ত নিৰাপত্তা প্ৰদান অসম আৰক্ষীৰ

HSLC Examination Started:আজিৰে পৰা আৰম্ভ হ’ল মেট্রিক পৰীক্ষা

PFI WB PRESIDENT ARRESTED : পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ বিৰুদ্ধে দেশজুৰি নিয়াই অব্যাহত ৰখা অভিযানৰ সমান্তৰালভাৱে অসম আৰক্ষীয়ে ব্যাপক অভিযান চলাইছে নামনি আৰু মধ্য অসমৰ ভিন্ন প্ৰান্তত ৷ ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এঘাৰজনকৈ পি এফ আইৰ নেতা- কৰ্মীক ৷

ADVERTISEMENT

শুক্ৰবাৰে আৰক্ষীয়ে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ আৰু এজন নেতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত যুৱকজনক পিএফআইৰ পশ্চিম বংগ গোটৰ সভাপতি মিনাৰুল শ্বেখ বুলি চিনাক্ত কৰা হৈছে।আনহাতে কৰিমগঞ্জ আৰক্ষীয়ে কালি নিশা কৰিমগঞ্জৰ পৰা পিএফ আইৰ অসম ৰাজ্যিক গোটৰ কাৰ্যকৰী সমিতিৰ সদস্য তথা বৰাক উপত্যকা গোটৰ সাধাৰণ সম্পাদক বাজৰুল কৰিম, কৰি নিশাই গুৱাহাটী আৰক্ষীক চমজাই দিয়ে ৷ আজি পশ্চিমবংগ গোটৰ সভাপতি মিনাৰুল শ্বেখ আৰু বৰাক গোটৰ সাধাৰণ সম্পাদক বাজাৰুল কৰিমক কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰে ৷

বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এন আই এ) পৰা পোৱা তথ্যৰ ভিত্তিত অসম আৰক্ষীয়ে বৰপেটা, বাক্সা, কৰিমগঞ্জ আৰু নগাঁও জিলাত ধাৰাবাহিক অভিযানত আটক কৰা ১০ জনৰ ভিতৰৰ ৯ জনক পাঁচ দিনৰ বাবে আৰক্ষী জিন্মাত দিয়ে চিজিএম আদালতে ।

উল্লেখ্য যে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা ১০ জনৰ ভিতৰত এজন লিংকমেন আছিল আৰু বাকীসকল আছিল নেতা- কৰ্মী ৷
আৰক্ষীয়ে সদৰি কৰা মতে গ্ৰেপ্তাৰ কৰা পিএফ আই সদস্যসকলে ৰাজ্যৰ বাহিৰত সংঘটিত হোৱা বিভিন্ন দেশ বিৰোধী কামত জড়িত থকাৰ লগতে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে প্ৰচাৰ চলাই স্থানীয় মুছলমান যুৱকসকলক বিপথে পৰিচালিত কৰি থকাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam PoliceNIAPFIWB PRESIDENT ARRESTED
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d