Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Arshad Warsi : ঘৰে ঘৰে লিপষ্টিক বিক্ৰী কৰা আৰচাদ ৱাৰ্চি আজি জনপ্ৰিয় তাৰকা

publisher by publisher
November 17, 2022
in Entertainment, India, News
Reading Time: 2 mins read
0
Arshad Warsi : ঘৰে ঘৰে লিপষ্টিক বিক্ৰী কৰা আৰচাদ ৱাৰ্চি আজি জনপ্ৰিয় তাৰকা
2
SHARES
20
VIEWS
ShareShareShareShare

Arshad Warsi :

বলীউড ইণ্ডাষ্ট্ৰিত এনে কিছুমান অভিনেতা আছে , যিসকলে নিজৰ কেৰিয়াৰত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান অতিক্ৰম কৰি আহিছে । বলীউডত চাৰ্কিট চৰিত্ৰৰে জনপ্ৰিয় হৈ পৰা আৰচাদ ৱাৰ্চি নামৰ এই অভিনেতাজনেও এসময়ত সাংঘাতিক প্ৰত্যাহ্বান নেওচি আহিছে ।

ADVERTISEMENT

মুন্না ভাই এম বি বি এচ নামৰ বহুল সমাদৃত হোৱা হোৱা ছবিখনত অভিনেতাজনে দুৰ্দান্ত অভিনয় কৰি সকলোৰে নয়নৰ মনি হৈ পৰিছিল । যি অভিনয়ে অভিনেতা জনক বলীউডত এজন সফল অভিনেতা ৰূপে চিনাকি দিবলৈ সক্ষম হৈছিল । ইয়াৰ পিছত বিগ বছৰ প্ৰথম চিজনতো অভিনেতাজনে আঁত ধৰা দেখা গৈছিল ।

RelatedPosts

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

Mumbai:মুম্বাইৰ ৰাজপথত মহিলা সংৰক্ষণ বিধেয়কক লৈ আয়োজিত প্ৰতিবাদৰ মাজতে এগৰাকী মহিলাৰ ৰণচণ্ডী ৰূপ

দিল্লীত ব্যৰ্থ ভয়ংকৰ বোমা চক্ৰান্ত : মুম্বাইত গ্ৰেপ্তাৰ দুজন, দেশজুৰি সতৰ্কতা 

এইজন অভিনেতাৰ অভিনয় কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ছোৱাৰ জীৱন আছিল চৰম সংঘাতপূৰ্ণ। আৰচাদ ৱাৰ্চিৰ জন্ম হৈছিল ১৯৬৮ চনৰ ১৯ এপ্ৰিলৰ মুম্বাইৰ এটা মুছলিম পৰিয়ালত । আমি জানো যে, বহু লোক প্ৰতিদিনেই মুম্বাইলৈ আহে জীৱনৰ গতি পথ বিচাৰি । সকলোৱেই কিন্তু নিজৰ সপোন দিঠকত ৰূপ দিব নোৱাৰে । আজি আমি যিসকল ডাঙৰ ডাঙৰ তাৰকা দেখিছোঁ ,সকলোৱেই কিন্তু বহু পৰিশ্ৰম কৰিহে এই পৰ্যায়ত উপণীত হৈছে ।

আৰচাদ ৱাৰ্চিও মাত্ৰ ১৪ বছৰ বয়সতে পিতৃ-মাতৃক হেৰুৱাইছিল । ইয়াৰপিছতে অভিভাৱকহীন আৰচাদৰ জীৱনৰ গতিপথ সলনি হ’বলৈ ধৰিলে । আৰম্ভ হ’ল জীৱনৰ অতিকৈ বেয়া দিন । পৰিয়াল ভৰণ-পোষণ দিবলৈ খুব কম বয়সতে কাম কৰিবলৈ আৰম্ভ কৰে । সময়ৰ আগতেই পৰিয়ালৰ গধুৰ বোজা বহন কৰিবলগীয়া আৰচাদে বহু সংগ্ৰামৰ সন্মুখীন হয় । আনকি দশম শ্ৰেণীলৈকে পঢ়ি আধাতে পঢ়াও সামৰিবলগীয়া হয় অভিনেতাজনে ।

ইয়াৰ পিছত নিজৰ ঘৰ-বাৰী এৰি মুম্বাইৰ এটা সৰু কোঠাত জীৱনৰ অন্য এক সংগ্ৰাম আৰম্ভ কৰে । পেটৰ তাড়নাত নিজকে কচমেটিক চেলছমেন হিচাপে নিয়োগ কৰি লিপষ্টিক বিক্ৰী কৰি জীৱন সংগ্ৰামত অৱতীৰ্ণ হয় । সমান্তৰালকৈ ছবিজগততো কাম বিচাৰি চেষ্টা অব্যাহত ৰাখিছিল তেওঁ ।

এই সময়ছোৱাতে আৰচাদে আকবৰ চমিৰৰ নৃত্য দলতো যোগ দিছিল । কামৰ লগে লগে শিল্পচৰ্চা কৰি যোৱা আৰচাদে মৰ্ডান জাজ কেটাগৰিত নৃত্যৰ প্ৰতিযোগিতাত অংশ লৈ চতুৰ্থ নম্বৰ স্থান লাভ কৰে । এই প্ৰতিযোগিতাৰ পৰাই আৰচাদৰ নতুন কেৰিয়াৰ আৰম্ভ হয় ।

উল্লেখ্য যে , ১৯৯২ চনত তেওঁ লণ্ডনৰ ডান্স ৱৰ্ল্ড চেম্পিয়নশ্বিপতো অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰপিছতে তেওঁ নৃত্যৰ এটা ষ্টুডিঅ’ আৰম্ভ কৰে । ১৯৯৩ চন আছিল আৰচাদৰ আটাইতকৈ ভাল বছৰ ।

জনপ্ৰিয় হিন্দী ছবি ” ৰূপ কি ৰাণী ,চৌৰ কা ৰাজা ” ছবিখনৰ মুখ্য গীতটোত কৰিঅ’গ্ৰাফ কৰিবলৈ সুযোগ পায় । এই গীতটো হিট হোৱাৰ লগতে নৃত্যৰ কৰিঅ’গ্ৰাফে সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয় । এই ছবিৰ পিছতে আৰচাদৰ কেৰিয়াৰৰ গ্ৰাফ ক্ৰমাৎ ওপৰলৈ যাবলৈ আৰম্ভ কৰে । ইয়াৰপিছতে আৰচাদে বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাটৰ লগত সহকাৰী হিচাপে কাম কৰাৰ সুযোগ পায় ।

কৰিঅ’গ্ৰাফাৰ হিচাপে চিনাকি দিয়া আৰচাদে পিছলৈ এজন কমেডিয়ান হিচাপে বেছি জনপ্ৰিয় হয় । এটা কথা ঠিক যে আৰচাদক নায়ক হিচাপে পৰিচয় কৰি দিয়াত জয়া বচ্চনৰ বহুত ডাঙৰ ভূমিকা আছে । ১৯৯৬ চনত মুক্তিলাভ কৰা “তেৰে মেৰে চপনে” ছবিখন চুপাৰহিট হৈছিল ।

আৰচাদক এই ছবিৰ বাবে প্ৰস্তাৱ দিছিল প্ৰসিদ্ধ অভিনেত্ৰী তথা বৰ্তমানৰ সাংসদ জয়া বচ্চনে । অভিনেতাজনে লাহে লাহে বলীউড জগতত খোপনি পুতিবলৈ আৰম্ভ কৰে । ক্ৰমে “মেৰে দো অনমোল ৰতন”, “হোগি প্যাৰ কা জিত”, “জিতেঙ্গে হাম ” ,” জানি দুচমন”আদি বহু সফল ছবিত অভিনয় কৰে।

 ২০০৩ চনত নিৰ্মাণ হোৱা “মুন্না ভাই এম বি বি এছ ” ছবিত কৰা কমেডি অভিনয়ে শিল্পীজনক অন্য এক পৰিচয় প্ৰদান কৰে । আজিও অভিনেতাজনৰ এই চাৰ্কিট চৰিত্ৰটোয়ে সকলোৰে মনত সাঁচ বহুৱাই ৰাখিছে ।

ৰ’বলৈ সময় নোহোৱা হোৱা অভিনেতাজনে ক্ৰমে, তিনি ষ্টাইল, মেয়নে প্যাৰ কিও কিয়া , চালাম নমস্তে ,গোলমাল , ক্ৰেজি ৪, দেড় ইছকিয়া ,ওৱেলকাম টু কৰাচি , ইৰাদা আদি ছবিত অভিনয় কৰি বলীউডত এক নিগাজী স্থান লয় ।

পুনৰ ২০২০ চনত তেওঁ “অসুৰ ” নামৰ এখন ৱেব চিৰিজত কাম কৰে । সম্প্ৰতি অক্ষয় কুমাৰৰ লগত ‘বচ্চন পাণ্ডে’ শীৰ্ষক ছবিত কাম কৰি আছে অভিনেতাজনে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ActorArshad warsiBOLLYWOODMUMBAI
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d