Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ধেমাজিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ পৰিষদৰ সামূহিক মুণ্ডন প্ৰতিবাদ

অভিযুক্ত চিকিৎসক ডাঃ বিজু বৰুৱাক গেপ্তাৰৰ দাবীত প্ৰতিকৃতি দাহ

publisher by publisher
August 10, 2022
in Assam, India, News
Reading Time: 1 min read
0
ধেমাজিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ পৰিষদৰ সামূহিক মুণ্ডন প্ৰতিবাদ
5
SHARES
53
VIEWS
ShareShareShareShare

RelatedPosts

Flying Squad Raid in dhemaji: ফ্লায়িং স্কোৱাডৰ তালাচিত ধেমাজিৰ মৰিধলত বৃহৎ পৰিমাণৰ টকা জব্দ

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

ধেমাজিত বিজেপি চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ চৰম পৰ্যায়ৰৰ প্ৰতিবাদ সাব্যস্ত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ । পৰিষদৰ ধেমাজি জিলা আৰু সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত সামূহিক মুণ্ডন কাৰ্যসূচী ৰূপায়ন । সৰ্বসাধাৰণ ৰাইজক সৰ্বোত্তোপ্ৰকাৰে জুৰুলা কৰা মূল্য বৃদ্ধি প্ৰসংগক লৈ সৰৱ প্ৰতিবাদ স্থলী । মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা তথা মিথ্যাচাৰী বিজিপি নেতৃত্ব চৰকাৰক চোকা সমালোচনা মুণ্ডনকাৰীৰ ।

ADVERTISEMENT

সমান্তৰালকৈ ২০১৭-১৮ বৰ্ষ সংশোধন কৰি অপ্ৰাদেশিত বিদ্যালয় (শিক্ষানুষ্ঠান) সমূহক প্ৰাদেশিকৰণ প্ৰসংগতো উত্তাল‌ কৰি তোলে যুৱ সংগঠনটোৱে । একেদৰে ধেমাজি নগৰস্থিত বেৰিয়ামিল নামৰ এটা ৰাইচমিলে বছৰ বছৰ ধৰি তাৰ পৰা নিৰ্গত ধোঁৱাই নগৰ তথা চুবুৰীটো বিনষ্ট কৰি আহিছে । তাৰ পাছতো কাণসাৰ নাই চৰকাৰ-প্ৰশাসনৰ ।

এই ক্ষেত্ৰত ধেমাজি নগৰৰ মাজমজিয়াত এটা বৃহৎ আকাৰৰ মিল বহুৱাবলৈ কোনে অনুমতি দিলে, ইয়াক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৱে । ইয়াৰ উপৰি ভগ্ন ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো বাৰিষা বহু ঠাইৰ লগতে নগৰৰ মাজমজিয়াত পুখুৰী সদৃশ হৈ পৰিছে । যাৰ বাবে বহু সময়ত সৰু-বৰ বহু পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । ইয়াক লৈ শীঘ্ৰে মেৰামতিৰ দাবী তোলে সংগঠনটোৱে ।

WhatsApp Image 2022 08 10 at 6.42.26 PM

ইফালে, ধেমাজিত গাঁও প্ৰধান নিযুক্তিৰ ক্ষেত্ৰতো চৰম কেলেংকাৰী পোহৰলৈ আহে । সংগঠনটোৱে বহু সময়ত প্ৰশাসনক তথ‌্য সহকাৰে জনোৱাৰ পাছতো কাণসাৰ নাই উৰ্দ্ধতন কৰ্তৃপক্ষৰ । এই ক্ষেত্ৰত গাঁও প্ৰধান নিযুক্তি কেলেংকাৰী উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তোলে প্ৰতিবাদৰ জৰিয়তে ।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া, সম্পাদক উদয়ন কুমাৰ গগৈ, কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনৰ নেতা গৌৰী শংকৰ দাস, টাই আহোম যুৱ সন্মিলনৰ নেতা দিলীপ গগৈ, জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া, সম্পাদক ত্ৰৈলোক্য তামুলীৰ লগতে ভুক্তভোগী অপ্ৰাদেশিকৃত শিক্ষক, বঞ্চিত গাঁও প্ৰধান আবেদনকাৰী  লগতে বীৰ লাচিত সেনা, নাগিৰক সমাজ, নাথ যোগী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।

ডাঃ বিজু বৰুৱাৰ প্ৰতিকৃতি দাহ

একেদৰে অভিযুক্ত চিকৎসক ডাঃ বিজু বৰুৱাৰ বিৰুদ্ধে গৰজি উঠে প্ৰতিবাদকাৰী । ধেমাজি অসামৰিক চিকিৎসালয়ত দিন দুপৰতে এগৰাকী চিকিৎসকৰ চালকে নিজকে মুন্নাভাই এম বি বি এছ সজাই ৰোগীক প্ৰেছক্ৰিপছন দিয়াৰ কথা জল জল পট পট হোৱাৰ পাছতো মেডিকেল কৰ্তৃপক্ষ তথা অভিযুক্ত চিকিৎসক ডাঃ বিজু বৰুৱাসহ ভুৱা চিকিৎসক (চালক)ক গ্ৰেপ্তাৰৰ বিপৰীতে আৰক্ষী প্ৰশাসনে সুৰক্ষা দিয়া বুলি অভিযোগ তোলে । লগতে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ অভিযুক্ত চিকিৎসকক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলি ডাঃ বৰুৱাৰ প্ৰতিকৃতি দাহ কৰে ধেমাজি সদৰৰ মাজমজিয়াত ।

প্ৰতিবাদকাৰীয়ে এয়া ডাঃ‌ বৰুৱাৰ কু-কৰ্ম প্ৰথম নহয় বুলি উল্লেখ কৰি বিগত দিনবোৰতো চিকিৎসা সেৱাৰ নামত জিলাখনত অনৈতিক কাম কৰি অহা বুলি অভিযোগ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Asom Jatiyatabadi Yuba ParishadDhemajiProtest
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d