Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Silchar Cabinet Meeting : কেবিনেট বৈঠক উপলক্ষে শিলচৰ যেন এতিয়া মিনি দিছপুৰলৈ পৰিণত 

publisher by publisher
November 28, 2022
in India, Assam, News
Reading Time: 3 mins read
0
Silchar Cabinet Meeting : কেবিনেট বৈঠক উপলক্ষে শিলচৰ যেন এতিয়া মিনি দিছপুৰলৈ পৰিণত 
4
SHARES
44
VIEWS
ShareShareShareShare

Silchar Cabinet Meeting :

 মঙলবাৰে শিলচৰত অসম চৰকাৰৰ মন্ত্ৰীসভাৰ কেবিনেট বৈ উপলক্ষে চহৰখনক সজাই-পৰাই তোলা হৈছে । চাৰিওফালে চূণ, তেল ঘহি শিলচৰৰঅফিচ-আদালত, ৰাস্তা-দলং সজাই তোলা হৈছে ।

WhatsApp Image 2022 11 28 at 21.12.33শিলচৰ যেন এতিয়া মিনি দিছপুৰতে পৰিণত হৈছে । চহৰত জান-যট নিয়ন্ত্ৰণৰ বাবে নো এন্ট্ৰি, চেক পইন্ট  আৰু ৱান ৱে হিচাপে ট্ৰেফিক নিৰ্দেশিকা জাৰি কৰা হৈছে ।

ADVERTISEMENT

শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা শিলচৰ চহৰলৈ‌ পথৰ স্থানে স্থানে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ হোৰ্ডিং আৰু প’ষ্টাৰ লগোৱা হৈছে । তদুপৰি কাছাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পথত আলপনা অঁকাই সজাই তোলা হৈছে ।

RelatedPosts

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

PM Modi Visit Silchar:প্ৰতিকুল বতৰৰ মাজত গুৱাহাটীৰ পৰা বিশেষ বিমানেৰে  শিলচৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

জিলা বিজেপিৰ উদ্যোগত অর্কিট পেন্টাৰ গ্রুপৰ কুৰি গৰাকী শিল্পীৰ ৰং তুলিকাৰে আলপনা অঁকাই সজাই তোলা হৈছে । এই জিলা উপায়ুক্ত কাৰ্যালয়ৰ নৱনির্মিত অত্যাধুনিক শব্দ নিয়ন্ত্রক আৰু শীততাপ নিয়ন্ত্রক হলত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব ।

তদুপৰি কাছাৰ জিলা বিজেপি কাৰ্যালয় কইনাৰ সাজে সজাই তোলা হৈছে । নানা ৰঙৰ বৈদ্যুতিক লাইট লগোৱা হৈছে ।

WhatsApp Image 2022 11 28 at 21.12.32উল্লেখ্য, অহাকালি স্বাধীনতাৰ ৭৫ বছৰৰ ভিতৰত এই প্ৰথম শিলচৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ ঐতিহাসিক কেবিনেট  বৈঠক অনুষ্ঠিত হ’ব ।

আজি কেবিনেট বৈঠকসহ চৰকাৰি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে নিশা গুজৰাটৰ পৰা চাৰ্টাড বিমানযোগে শিলচৰলৈ মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মা উপস্থিত হৈছে ।

 মুখ্যমন্ত্রীৰ আগমনৰ পূর্বে পুৱাৰ ভাগত শিলচৰলৈ কে’বাজনো মন্ত্রী উপস্থিত হয় ৷ কেবিনেট বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে পুৱা ১১ বজাত ইণ্ডিগো বিমানযোগে  মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰনোজ পেগু, অতুল বৰা, অজন্তা নেওগ, চন্দ্ৰমোহন পাটোৱাৰী, অশোক সিংহালকে ধৰি কে’বাজনো মন্ত্ৰী শিলচৰত উপস্থিত হয় ।

বিয়লি স্পাইচ জেট বিমানযোগে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী বিমল বৰা, যোগেন মহান, সঞ্জয় কৃষাণ, পীযুষ হাজাৰিকা, নন্দিতা গাৰলোছা, উৰাখাও ব্ৰহ্ম উপস্থিত হয় ।

তেওঁলোকে কেবিনেট বৈঠকত অংশগ্ৰহণৰ পূৰ্বে বৰাক উপত্যকাৰ ১৫টা সমষ্টি ভ্ৰমণ কৰি বিভিন্ন চৰকাৰী আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মাৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব ।

ইফালে মঙলবাৰে পুৱা ১০ বজাত শিলচৰ চহৰৰ ৰাংগিৰখাৰীৰ ৪২ কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীয়ে ৰাংগিৰখাল নলাৰ গাৰ্ড ৱালৰ কামৰ আধাৰশিলা স্থাপন কৰিব  ।

WhatsApp Image 2022 11 28 at 21.12.33 2ইয়াৰ পাছতে জিলা উপায়ুক্ত কার্যালয়ত কেবিনেট বৈঠকত অংশ ল’ব মুখ্যমন্ত্রীয়ে ৷ বৈঠকৰ অন্তত মুখ্যমন্ত্রীয়ে সংবাদ মেলত ভাষণ দিব ৷

ইয়াৰ পাছত মুখ্যমন্ত্রীয়ে ড’লু চাহ বাগিচাত শ্রমিকসকলৰ মাজত চেক বিতৰণ কৰি ৰাজহুৱা সভাত অংশ ল’ব ৷ পাছত মুখ্যমন্ত্রীয়ে বিজেপি দলৰ কার্যালয়ত ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে বৈঠকত মিলিত হ’ব ৷

মঙলবাৰে শিলচৰত নিশা কটোৱাৰ পাছত বুধবাৰে পুৱা ১১ বাজি ৪৫ মিনিটত  বিমানযোগে গুৱাহাটীলৈ ৰাওনা হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam CabinetCacharMeetingSilchar
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d