Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Adhaar Card : অসমসহ আঠ ৰাজ্যত ভুৱা আধাৰ কাৰ্ডৰ বিৰুদ্ধে অভিযানৰ প্ৰস্তুতি

publisher by publisher
December 10, 2022
in India
Reading Time: 1 min read
0
Adhaar Card : অসমসহ আঠ ৰাজ্যত ভুৱা আধাৰ কাৰ্ডৰ বিৰুদ্ধে অভিযানৰ প্ৰস্তুতি
1
SHARES
10
VIEWS
ShareShareShareShare

Adhaar Card :

অবৈধ অনুপ্ৰৱেশকাৰীয়েও সহজে অসমত প্ৰৱেশ কৰি ভুৱা আধাৰকাৰ্ড সংগ্ৰহ কৰা বুলি বিগত সময়ত উত্থাপিত হৈ অহা অভিযোগৰ পৰিপ্ৰেক্ষিতত অসম-বাংলাদেশ সীমান্তৱৰ্তী ৰাজ্যখনৰ পাঁচখন জিলাত বিশেষ অভিযান চলোৱাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে।

ADVERTISEMENT

দেশৰ মুঠতে আঠখন ৰাজ্যৰ ভিতৰত অসমতো ভুৱা আধাৰ কাৰ্ড চিনাক্ত কৰিবলৈ বিশেষ সমীক্ষা চলাবলৈ চিহ্নিত কৰা জিলাকেইখন হ’ল কৰিমগঞ্জ, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ আৰু হাইলাকান্দি।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

উল্লেখ্য যে সমগ্র দেশব্যাপী ভুৱা আধাৰ কাৰ্ডে কার্যতঃ প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ সূত্ৰে কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে অসমৰ লগতে পশ্চিমবংগ, মেঘালয়, ত্ৰিপুৰা, কেৰালা, তামিলনাড়ু, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত ভুৱা আধাৰ কাৰ্ড চিনাক্ত কৰিবলৈ বিশেষ অভিযান চলোৱাৰ সিদ্ধান্ত লৈছে।

ইয়াৰে ভিতৰত অসমৰ পাঁচখন জিলাৰ উপৰি মেঘালয়ৰ পূব খাচী পাহাৰ জিলা, ত্ৰিপুৰাৰ এখন, মহাৰাষ্ট্ৰৰ দুখন আৰু কেৰালা, তামিলনাড়ু, কর্ণাটকত এখনকৈ জিলাক এই অভিযানৰ বাবে চিনাক্ত কৰা হৈছে।

যোৱা নৱেম্বৰৰ অন্তিম সপ্তাহত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত বিভিন্ন ৰাজ্যৰ গৃহ সচিবসকলৰ এক বৈঠকত ভুৱা আধাৰ কাৰ্ডৰ বিষয়টোক লৈ বিস্তৃতভাৱে আলোচনা কৰা হয়।

এই আলোচনা কালতে ভুৱা আধাৰ কাৰ্ড চিনাক্ত কৰিবলৈ কিদৰে অভিযান চলোৱা হ’ব, সেই সম্পৰ্কত ৰাজ্যসমূহৰ পৰা পৰামৰ্শ বিচাৰে কেন্দ্ৰীয় গৃহ সচিবজনে।

প্রাপ্ত তথ্য মতে, ভুৱা আধাৰ কাৰ্ডকলৈ সমগ্ৰ দেশজুৰি কেতবোৰ দুষ্টচক্রই অব্যাহত ৰখা ৰমৰমীয়া বেহা বন্ধ কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে এক বিশেষ ব্যৱস্থা প্ৰৱৰ্তনৰ চিন্তা- চৰ্চা কৰিছে।

এই ব্যৱস্থাৰ অংশ হিচাপে ভুৱা আধাৰ কাৰ্ডৰ প্ৰচলন ৰোধ কৰিবলৈ নির্দিষ্ট ৰাজ্যসমূহৰ নিৰ্দিষ্ট জিলাকেইখনত এক অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হয়। উল্লেখ্য যে কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ এই চিন্তা-চৰ্চা সন্দৰ্ভত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এইবুলি মন্তব্য কৰিছে যে ভুৱা আধাৰ কাৰ্ড সমগ্ৰ দেশৰ বাবে বিপজ্জনক হৈ পৰিছে।

ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা চক্ৰ আৰু ইয়াৰ প্ৰচলন বন্ধ কৰাৰ বাবে শীঘ্ৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো প্রয়োজন। বিশেষকৈ আন্তর্জাতিক সীমাৰ স’তে সংলগ্ন ৰাজ্যসমূহ আৰু অধিক বিপজ্জনক বুলি মণিপুৰৰ মুখ্যমন্ত্ৰীজনে মন্তব্য কৰে।

তেওঁ স্পষ্ট কৰি দিয়ে যে ভুৱা আধাৰ কাৰ্ডৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে যি নির্দেশনা দিয়ে সেয়া কাৰ্যকৰী কৰিবলৈ মণিপুৰ চৰকাৰ সাজু আছে। লক্ষ্যণীয় যে সমগ্র বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ স’তে পুনৰ আলোচনাত মিলিত হ’ব পাৰে বুলি কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ৰ এক সূত্ৰই সদৰী কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aadhaar CardAssamindia
publisher

publisher

Related Posts

তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ
India

তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ

May 4, 2026
বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

১,২৬৩ জোপা গছে শুহি ল’লে ১০,১৪৩ টন কার্বন-ডাই-অক্সাইড

May 3, 2026
আঠশ কিলোমিটাৰ বাট খোজকাঢ়ি অৰণ্যত প্ৰৱেশ ঢেঁকীয়াপতীয়া বাঘৰ

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
News

দুমাহে এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকিবলগীয়া হৈছে ছাত্ৰাৱাসৰ আৱাসী

May 3, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d