Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ

    Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

    Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

    Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

    Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

    Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News International

Lionel Messi : ফাইনেলত গ’ল দিয়েই বিৰল নজিৰ সৃষ্টি আধুনিক ফুটবল – সম্ৰাটৰ

publisher by publisher
December 20, 2022
in News, International, Sports
Reading Time: 2 mins read
0
Lionel Messi : ফাইনেলত গ’ল দিয়েই বিৰল নজিৰ সৃষ্টি আধুনিক ফুটবল – সম্ৰাটৰ
0
SHARES
4
VIEWS
ShareShareShareShare

Lionel Messi :

messi world cuo sixteen nine‘অবিশ্বাস্য যেন অনুভৱ হৈছে। যিটো হ’ল, সেয়া বিশ্বাসেই কৰিব পৰা নাই। বিশ্বকাপ জয়তকৈ আৰু আনন্দৰ মুহুৰ্ত আন একোৱেই নাই। মোৰ হাতৰ ট্ৰফীটো চাওক। কেনে সুন্দৰ লাগিছে!’

ADVERTISEMENT

স্বপ্ন পূৰণৰ নিশা বিশ্বকাপৰ ট্ৰফী হাতত লৈ বিগলিত স্বৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিলে লিয়নেল মেছিয়ে। ড’হাৰ লুজাইল ষ্টেডিয়ামত ফ্রান্সক টাইব্ৰেকাৰৰ জৰিয়তে পৰাস্ত কৰি দেওবাৰে নিশা বিশ্বকাপ জয় কৰে আৰ্জেণ্টিনাই।

RelatedPosts

Lionel Messi : খেলপথাৰত মেছিয়ে জোৰকৈ সাৱটি ধৰা মহিলাগৰাকী মেছিৰ মাতৃ আছিল নেকি ?

FIFA World Cup 2022 : বিশ্বকাপ ট্রফি লৈ দেশত উভতিল মেছিৰ দল, পুৱাই উত্তাল আর্জেন্টিনা, প্রকাশ্যত ভিডিঅ’

Buenos Aires : প্ৰসিদ্ধ আৰ্জেণ্টিনা স্মৃতিসৌধত বিশ্বকাপ জয় উদ্‌যাপন লক্ষাধিক অনুৰাগীৰ

সুদীর্ঘ ৩৬ বছৰৰ পাছত আর্জেণ্টিনাই বিশ্বকাপ জয় কৰে। ইয়াৰ লগতে আধুনিক ফুটবলৰ সম্ৰাট মেছিয়েও নিজৰ বিশ্বকাপ জয়ৰ সপোন সার্থক কৰিলে।

107168566 1671481983597 gettyimages 1450398458 mj1 4451 ce4b38b2 9f26 404e b214 cf8454d82d0fএই জয়ৰ পাছতে আবেগিক হৈ পৰা মেছিয়ে সাংবাদিকৰ আগত ট্ৰফীটো প্ৰদৰ্শন কৰি পুনৰ কয়, ‘বিশ্বকাপ জয়ৰ বাবে ব্যাকুল হৈ আছিলো। ঈশ্বৰে হয়তো মোৰ হাততে বিশ্বকাপ চাবলৈ বিচাৰিছিল।

ধাৰণাও হৈছিল যে এইবাৰ আমাৰ হাততে কাপটো উঠিব। আগতে আমি অনেক যন্ত্রণা সহ্য কৰিবলগীয়া হৈছিল। আজি আমাৰ সকলো যন্ত্রণা মাৰ গ’ল।’

ইয়াৰ পূৰ্বে চাৰিবাৰ বিশ্বকাপ খেলিও ট্ৰফী জয়ৰ পৰা তেওঁ বঞ্চিত হৈ আছিল। সেই সপোনে যে তেওঁক খেদি ফুৰিছিল, সেয়াও সাংবাদিকৰ আগত নির্দ্বিধায় স্বীকাৰ কৰিলে আর্জেণ্টিনাৰ অধিনায়কজনে।

তেওঁ কয়, ‘যিকোনো ফুটবলাৰৰ বাবে দেশৰ হৈ বিশ্বকাপ জয় কৰাই একমাত্ৰ সপোন থাকে। যিবোৰ আজি পর্যন্ত অৰ্জন কৰিছো, তাৰ বাবে মই ভাগ্যৱান। একমাত্র বিশ্বকাপটোৱেই মোৰ ঘৰত নাছিল। সেইটোও এইবাৰ আহিল।’ এই ট্ৰফী তেওঁ সমগ্র দেশবাসীৰ হকে উছৰ্গা কৰে।

কাটাৰতে অন্তিম বিশ্বকাপ খেলাৰ কথা আগতেই কৈছিল তেওঁ। এতিয়া মাত্ৰ ট্ৰফী লৈ আর্জেণ্টিনালৈ যাব বিচাৰে মেছিয়ে। তাৰ পাছতহে বাকী কাম কৰিব। তেওঁ কয়, ‘আর্জেণ্টিনালৈ ঘূৰি যোৱাৰ বাবে অপেক্ষা কৰিবলৈকে কষ্ট হৈছে। তেওঁলোকে ট্ৰফীটো চোৱাৰ বাবে কিমান উদ্‌গীৱ হৈ আছে, সেয়া এবাৰ নিজৰ চকুৰে চাব বিচাৰো।

উল্লেখ্য যে দেওবাৰে নিশাৰ ফাইনেলত মেছিয়ে দুটা গ’ল দিয়ে। ফলত কাটাৰ বিশ্বকাপত তেওঁৰ গ’লসংখ্যা হয় সাতটা। অৱশ্যে দেওবাৰে নিশা হেট্ৰিক কৰি মুঠ আঠটা গ’লেৰে সৰ্বাধিক গ’লদাতাৰ ‘গ’ল্ডেন বুট’ অৰ্জন কৰে ফৰাচী তাৰকা কিলিয়ান এমবাপেই।

তথাপি মেছিৰ কৃতিত্ব তেওঁ ম্লান কৰিব নোৱাৰিলে। প্রতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ ‘গ’ল্ডেন বল’ লাভ কৰিলে মেছিয়ে। ইয়াৰ পূৰ্বে মেছিয়ে ২০১৪তো শ্রেষ্ঠ খেলুৱৈৰ সোণালী বল লাভ কৰিছিল।

অৱশ্যে ফাইনেলত পৰাজিত হোৱাৰ বাবে সেইবাৰ সোণালী বল গ্ৰহণ কৰাৰ পৰত তেওঁৰ চকুত চকুলো দেখা হৈছিল ৷ এইবাৰ অৱশ্যে তেওঁ কন্দা নাছিল, বৰঞ্চ সোণৰ বল গ্ৰহণৰ পৰত মহানায়কজনৰ মুখত ফুটি উঠিছিল তৃপ্তিৰ হাঁহি।

দেওবাৰে নিশাৰ ফাইনেলখন মেছি বনাম এমবাপেৰ হ’ব বুলিয়ে ধাৰণা কৰা হৈছিল। ফাইনেলৰ পূৰ্বেই আকর্ষণীয় হৈ উঠিছিল দুই ১০ নম্বৰ জাৰ্ছী পৰিহিতৰ শ্ৰেষ্ঠত্বৰ যুঁজখন। সেয়াই হৈ উঠিছিল খেলখনত। প্রথমার্ধ্বত অৱশ্যে তৰুণ ফুটবল-যুৱৰাজক ম্লান কৰিছিল বৰ্ষীয়ান সম্ৰাটে।

দুর্দান্ত খেলেৰে তেওঁ বুজাই দিলে যে বয়স বাঢ়িলেও খেলৰ তীক্ষ্ণতা কমা নাই। গতি সামান্য কমিলেও ৰক্ষণক ভুৱা দিয়া পাছৰ সংখ্যা কমা নাই। ফাইনেলৰ প্ৰথমার্ধ্ব হৈ উঠিছিল মেছিময়। আক্ৰমণৰ সমান্তৰালকৈ প্ৰয়োজনত তললৈ নামি অহাও দেখা গ’ল তেওঁক।

যথাৰ্থ নেতাৰ দৰেই খেলিছিল মেছিয়ে। নিজে পেনাল্টিৰে গ’ল দিয়াৰ পাছত এঞ্জেল ডি মাৰিয়াৰ দ্বাৰাও এটা গ’ল দিয়ায়। অৱশ্যে দ্বিতীয়াৰ্ধ্বৰ শেষৰ ফালে হঠাৎ নিজৰ ছন্দ ঘূৰাই পালে এমবাপেই।

পেনাল্টিৰ জৰিয়তে প্ৰথমটো গ’ল দিয়াৰ পাছতে তেওঁ যেন ক্ষুধার্ত সিংহত পৰিণত হৈছিল। পৰৱৰ্তী সময়ত আৰু দুটা গ’ল দি হেট্ৰিক অৰ্জন কৰিলেও অৱশ্যে এমবাপেই দলৰ পৰাজয় ৰোধ কৰিব নোৱাৰিলে।

তথাপি মেছিৰ প্ৰথম বিশ্বজয়ৰ বাবে যিদৰে কাটাৰ বিশ্বকাপ তেওঁৰ অগণন অনুৰাগীৰ বাবে স্মৰণীয় হৈ থাকিব, সেইদৰে দুই ১০ নম্বৰ জাৰ্ছীধাৰীৰ অসাধাৰণ প্ৰতিদ্বন্দ্বিতাৰ বাবেও এই বিশ্বকাপৰ নাম সোণালী আখৰেৰে লিখা থাকিব।

সর্বাধিক গ’লদাতাত পৰিণত হ’ব নোৱাৰিলেও অৱশ্যে ফাইনেলত গ’ল দি এক বিৰল নজিৰ স্থাপন কৰিলে মেছিয়ে। ফুটবল ইতিহাসত মেছিয়েই প্রথম খেলুৱৈ, যি এখন বিশ্বকাপৰ প্ৰতিটো পর্বতে গ’ল দিলে। গ্রুপ পৰ্যায়ত তেওঁ ছৌদি আৰব আৰু মেক্সিকোৰ বিপক্ষে গ’ল দিয়ে।

ইয়াৰ পাছত প্রি-কোৱাৰ্টাৰ ফাইনেলত অষ্ট্রেলিয়া, কোৱাৰ্টাৰ ফাইনেলত নেদাৰলেণ্ড আৰু ছেমিফাইনেলত ক্ৰ’ৱেছিয়াৰ বিপক্ষে তেওঁ গ’ল দিলে। দেওবাৰে নিশাৰ ফাইনেলত তেওঁ দুটা গ’ল দিয়ে।

উল্লেখ্য যে গ্ৰুপৰ তৃতীয় মেচত পোলেণ্ডৰ বিপক্ষে মেছিয়ে এটা পেনাল্টিত গ’ল দিয়াত ব্যর্থ হয়। সেই পেনাল্টি কাৰ্যকৰী কৰিব পৰা হ’লে মেছি পৰিগণিত হ’লহেঁতেন বিশ্বকাপৰ প্ৰতিখন খেলতে গ’ল দিয়া প্রথম ফুটবলাৰত।

দেওবাৰে নিশা দুটা গ’ল দি তেওঁ ব্ৰাজিলৰ কিংবদন্তি ৰোণাল্ডোৰ এক অভিলেখো ভংগ কৰে। বিশ্বকাপ আৰু দক্ষিণ আমেৰিকা মহাদেশৰ প্ৰতিযোগিতা কোপা আমেৰিকাত মেছিয়ে ব্যক্তিগত গ’লৰ সংখ্যা ২৬টালৈ বৃদ্ধি কৰি নতুন অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ৰোণাল্ডোৰ দখলত।

তেওঁ দুই প্রতিযোগিতা মিলাই দিছিল ২৫টা গ’ল। তদুপৰি বিশ্বকাপৰ ইতিহাসত সবাতোকৈ অধিক গ’লত অৱদান আগবঢ়োৱাও অভিলেখো মেছিয়ে সৃষ্টি কৰিলে। মুঠ পাঁচবাৰৰ বিশ্বকাপত মেছিয়ে ১৩টা গ’ল দিছে। লগতে আঠটা গ’ল দিয়াত তেওঁ সতীৰ্থক সহায় কৰিছে। সকলো মিলাই বিশ্বকাপত মুঠ ২১টা গ’লত নিজৰ অৱদান ৰাখিলে মেছিয়ে।

প্রতিযোগিতাৰ মাজভাগতে তেওঁ ভংগ কৰিছিল আর্জেণ্টিনাৰ হৈ বিশ্বকাপত সৰ্বাধিক ১০টা গ’ল দিয়া গেব্রিয়েল বাটিষ্টুটাৰ গ’ল। লক্ষ্যণীয়ভাৱে আগৰ চাৰিবাৰত মেছিৰ ভৰিৰ পৰা আহিছিল ছটা গ’ল। এইবাৰ এখন বিশ্বকাপতে সকলো হেঁপাহ তথা আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ফুটবল ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠসকলৰ শাৰীত নিজৰ নাম লিখালে মেছিয়ে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: DohaLionel MessiLusail StadiumWorld Cup
publisher

publisher

Related Posts

Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ
Assam

February 4, 2023
Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা
Assam

Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

February 4, 2023
Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ
India

Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

February 4, 2023
Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ
Assam

Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

February 4, 2023
Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান
Assam

Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

February 4, 2023
Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে
International

Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

February 4, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: