Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Lionel Messi : মেছিৰ বাবে পাঁচ সন্তানক লৈ গাড়ীৰে কাটাৰত উপস্থিত কোলাৰ মহিলা

publisher by publisher
November 28, 2022
in International, News, Sports
Reading Time: 1 min read
0
Lionel Messi : মেছিৰ বাবে পাঁচ সন্তানক লৈ গাড়ীৰে কাটাৰত উপস্থিত কোলাৰ মহিলা
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

Antony Raju:৩৫ বছৰৰ আগৰ এটা ভুলে শেষ কৰিলে ৫০ বছৰৰ ৰাজনৈতিক জীৱন

কেৰালাত এক দশকত শিক্ষাৰ্থীৰ আত্মহনন ৫০ শতাংশ বৃদ্ধি 

Lionel Messi :

কোলাৰ বাসিন্দা ৩৩ বছৰীয়া নাজি নৌছি। পাঁচ সন্তানৰ মাতৃ তেওঁ। গোটেই পৰিয়ালটোৰ বিশেষত্ব হৈছে সকলো লিয়নেল মেছিৰ অন্ধ সমর্থক। এই ভালপোৱা ইমানেই তীব্র যে আর্জেণ্টিনাৰ মহাতাৰকাজনক নিজ চকুৰে চোৱাৰ বাবে আৰু প্ৰিয় তাৰকাৰ দলৰ হাতত বিশ্বকাপ উঠাটো চোৱাৰ দুৰ্বাৰ বাসনাতে কাটাৰত উপস্থিত হ’ল নৌছি আৰু তেওঁৰ পাঁচ সন্তান।

অৱশ্যে বিমানত নহয়, বৰঞ্চ নিজে গাড়ী চলাই তেওঁলোক মৰুদেশত উপস্থিত হৈছে। যোৱা ১৫ অক্টোবৰতে তেওঁলোকৰ এই যাত্ৰা আৰম্ভ হৈছিল। কাটাৰত উপস্থিত হোৱাৰ পাছত নৌছিহঁতৰ বিভিন্ন ফটো এই মুহূর্তত সামাজিক মাধ্যমত ভাইৰেল হৈছে। প্রথম মেচতে মেছিৰ দল ছৌদি আৰবৰ বিপক্ষে পৰাজিত হৈছিল যদিও এই অন্ধ সমৰ্থক পৰিয়ালটোৱে আশা এৰি দিয়া নাই।

ADVERTISEMENT

মেক্সিকোৰ বিপক্ষে খেলা মেচতে তেওঁলোকৰ স্বপ্নৰ খেলুৱৈ মেছিয়ে গতি সলনি কৰিব বুলি আত্মবিশ্বাসী আছিল। তেওঁলোকৰ সেই বিশ্বাসৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিয়েই যেন যোৱা নিশা মেছিয়ে দললৈ কঢ়িয়াই আনিলে দুর্দান্ত জয়। উল্লেখ্য যে নিজৰ ছুভ গাড়ীখনেৰে নৌছিহঁতে প্রথমে কোলাৰ পৰা মুম্বাইত উপস্থিত হয়। তাৰ পৰা জাহাজেৰে তেওলোক ওমানৰ ৰাজধানী মাস্কাটলৈ যায়।

উল্লেখ্য যে নৌজিৰ গাড়ীখনেই হৈছে উপসাগৰীয় অঞ্চললৈ জাহাজত নিয়া সোঁফালে ষ্টিয়েৰিং থকা ভাৰতত পঞ্জীয়নকৃত প্রথমখন গাড়ী। মাস্কাটৰ পৰাই আৰম্ভ হয় পৰিয়ালটোৰ গাড়ী যাত্রা। ওমানৰ পৰা হাট্টা সীমান্ত অতিক্ৰম কৰি তেওঁলোক সংযুক্ত আৰব আমিৰশ্বাহিত উপস্থিত হয়।

মাজতে ডুবাইত বিশ্বৰ সৰ্বোচ্চ টাৱাৰ ‘বুৰ্জ খলিফা’ চোৱাৰ বাবে কিছু সময় ৰয়। নৌছিয়ে নিজৰ গাড়ীখনৰ নাম ৰাখিছে ‘ওলু’। গাড়ীৰ ভিতৰতে আছে এটা সৰু পাকঘৰ আৰু গাড়ীৰ স’তে সংযুক্ত কৰিব পৰা তম্বু। চাউল, আটা, মছলা আদি বিভিন্ন খাদ্যসামগ্রী তেওঁলোকে গাড়ীতে লৈ গৈছে।

ধন ৰাহি কৰাৰ বাবেই হোটেলত খোৱাৰ পৰিৱৰ্তে যথাসম্ভৱ নিজে ৰান্ধি খোৱাৰ চেষ্টা কৰা বুলি মহিলাগৰাকীয়ে সদৰী কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Argentina FansFIFA World Cup 2022KERELAQatar World Cup 2022
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d