Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ

    Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

    Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

    Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

    Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

    Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Jal Jeevan Mission : জলজীৱন মিছন ৰূপায়ণত ব্যৰ্থতাৰ দিশত অসম

publisher by publisher
December 29, 2022
in News, Assam
Reading Time: 2 mins read
0
Jal Jeevan Mission : জলজীৱন মিছন ৰূপায়ণত ব্যৰ্থতাৰ দিশত অসম
2
SHARES
16
VIEWS
ShareShareShareShare

Jal Jeevan Mission :

শূন্যৰ পৰা আৰম্ভ কৰা বুলি অসম চৰকাৰে দাবী কৰিলেও বহুচৰ্চিত জলজীৱন মিছন আঁচনি ৰাজ্যখনত ক্ৰমশঃ ব্যৰ্থতাৰ দিশে অগ্ৰসৰ হৈছে সেয়া কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্যতে স্পষ্ট হৈছে।

ADVERTISEMENT

কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্রণালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্যই উন্মোচিত কৰিছে জলজীৱন মিছনৰ ৰূপায়ণত অসম পিছপৰি ৰোৱাৰ সমান্তৰালকৈ পুঁজিৰ অপব্যৱহাৰ হোৱাৰ দিশ।

RelatedPosts

ব্যৰ্থ চৰকাৰৰ জলজীৱন আঁচনি

ফকিৰাগ্ৰাম সমষ্টিত বিশুদ্ধ খোৱা পানী যোগান আঁচনি উদ্বোধন ইএম অৰূপ কুমাৰ দেৰ

আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জল জীৱন আঁচনিৰ ৰূপায়ণ পৰ্যালোচনা কৰে ।

উল্লেখ্য যে দেশৰ কে’বাখনো ৰাজ্যত যি সময়ত এই আঁচনিখন ৰূপায়ণৰ জৰিয়তে প্রতিঘৰ লোককে টেপৰ পানী যোগান ধৰিবলৈ সক্ষম হৈছে, সেই সময়তে অসমে যোৱা পাঁচ ডিচেম্বৰলৈকে আঁচনিখন ৰূপায়ণত মাথোঁ ৪১.২৬ শতাংশহে অগ্রগতি লাভ কৰিছে।

ইয়াৰ উপৰি ৰাজ্য চৰকাৰে এই পর্যন্ত আঁচনিখনৰ বাবদ কেন্দ্রীয় চৰকাৰে আবণ্টন দিয়া পুঁজিৰ সৰ্বমুঠ ৯৪৭.৮৪ কোটি টকা ব্যয়ত ব্যৰ্থ হৈছে। অপব্যৱহৃত হৈ পৰি ৰোৱা এই বৃহৎ অংকৰ ধনৰ সদ্ব্যৱহাৰ নোহোৱা বাবেই যে অসমত আঁচনিখন ব্যৰ্থতাৰ দিশে অগ্ৰসৰ হৈছে সেই কথা স্পষ্ট হৈ উঠিছে।

উল্লেখ্য যে যোৱা পহিলা এপ্ৰিলত অসমত এই আঁচনিখনৰ ৰূপায়ণৰ বাবদ লাভ কৰা ধনৰ পৰিমাণ আছিল ১৮১৯.২১ কোটি টকা। ইয়াকে ধৰি কেন্দ্ৰীয় চৰকাৰে এই আঁচনিখনৰ বাবদ অসমলৈ আবণ্টন দিছে সৰ্বমুঠ ৬১১৭.৬১ কোটি টকা।

পর্যায়ক্রমে আবণ্টন দি থকা পুঁজিৰ ভিতৰত অসম চৰকাৰৰ অংশ হ’ল ২৫৫.৩৭ কোটি টকা। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অসমলৈ আবণ্টন দিয়া ১৫২৯.৪০ কোটি টকাৰ ভিতৰত এতিয়াও ব্যয় কৰিব পৰা নাই ৯৪৭.৮৪ কোটি টকা।

অসমৰ এই অৱস্থাৰ বিপৰীতে দেশৰ আন ভালেকেইখন ৰাজ্যই আঁচনিখন ৰূপায়ণত চমকপ্ৰদ সফলতা অর্জন কৰিছে।অন্ধ্ৰপ্ৰদেশত ইতিমধ্যে আঁচনিখন ৬৬.৬০ শতাংশ ৰূপায়িত হোৱাৰ বিপৰীতে চুবুৰীয়া অৰুণাচলত ৬৭.৩৪ শতাংশ আৰু বিহাৰত এই পর্যন্ত ৯৫.৭৩ শতাংশ ৰূপায়ণ হৈছে।

চত্তিছগড়ত আকৌ এই আঁচনিখন এশ শতাংশই ৰূপায়িত হৈছে। সমান্তৰালকৈ গোৱা আৰু গুজৰাটতো ইতিমধ্যে জলজীৱন মিছনৰ অধীনত ৰাজ্যবাসীয়ে নিয়মীয়াকৈ খোৱাপানী লাভ কৰিছে। হাৰিয়ানাতো এই পর্যন্ত ৯৬.৫০ শতাংশ, কৰ্ণাটকত ৫৮.৫৯ শতাংশ, কোলাত ৪৪ শতাংশ ৰূপায়ণ হৈছে।

উল্লেখ্য যে জলজীৱন মিছন ৰূপায়ণৰ ক্ষেত্ৰত অসম পিছপৰি ৰোৱাৰ মূলতেই হ’ল ৰাজ্যৰ প্ৰান্তে প্রান্তে নির্মাণ সম্পূৰ্ণ কৰিও আঁচনি আৰম্ভ নকৰাটো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঠিকাদাৰে আঁচনি নির্মাণ প্রায় সম্পূৰ্ণ কৰাৰ পাছতো ৰাইজে পিছে বিগত এবছৰ ধৰি লাভ নকৰিলে এটোপালো খোৱাপানী।

শেহতীয়াকৈ অসম বিধানসভাৰ মজিয়াত জলজীৱন মিছনক লৈ অনুষ্ঠিত এক আলোচনাত শাসক-বিৰোধী উভয় পক্ষৰে বহুসংখ্যক জনপ্রতিনিধিয়ে মুকলিকৈয়ে উন্মোচিত কৰিছিল জলজীৱন আঁচনিৰ নামত অসমত অব্যাহত থকা চূড়ান্ত ভেঁকোভাওনাৰ বাস্তৱ চিত্র। একমাত্র ঠিকাদাৰক কাম দিয়াৰ বাবেহে যে জলজীৱন মিছনৰ দৰে এখন গুৰুত্বপূর্ণ আঁচনিক ব্যৱহাৰ কৰা হৈছে সেই কথা স্পষ্ট হৈ উঠিছে।

প্ৰতিখন ৰাজহ গাঁৱতে স্থাপন কৰা জলজীৱন আঁচনিৰ পানী যোগান কেন্দ্ৰৰ নামত ঠিকাদাৰে অনিয়মেৰে কৰা কাম-কাজৰ বাবেহে যে আঁচনিসমূহ নির্দিষ্ট সময়ত সম্পূৰ্ণ হৈ উঠা নাই বুলি অভিযোগ উত্থাপিত হৈ আহিছে। আনকি এই আঁচনিখন ৰূপায়ণৰ বাবে এজন ঠিকাদাৰকে বহুসংখ্যক কে’বাখনো গাঁৱৰ কামৰ দায়িত্ব অর্পণ কৰাৰ সূত্ৰে ঠিকাদাৰে সময় দিব নোৱৰাৰ বাবেও যে নিৰ্ধাৰিত সময়তো বহু পানী যোগান আঁচনি অসম্পূৰ্ণ হৈ ৰৈছে।

জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ জিলা নলবাৰীতেই এনেদৰে এটোপালো পানী যোগান নধৰাকৈ সম্পূৰ্ণ হৈও ব্যৱহাৰ নোহোৱাকৈ পৰি ৰৈছে বহুকেইখন আঁচনি। বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বতলা গাঁৱত এবছৰ পূৰ্বেই নির্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো আজিলৈকে ৰাইজে লাভ নকৰিলে টেপৰ পানী।

ফলত আঁচনিৰ নিৰ্মাণকার্য সম্পূৰ্ণ কৰি যোৱাৰ পাছত অব্যৱহৃত আঁচনিখনৰ যন্ত্রপাতি মামৰে ধৰিবলৈ আৰম্ভ কৰিছে। গাঁওবাসীয়ে মুকলিকৈ অভিযোগ কৰিছে যে আচলতে পাইপ বহুওৱাৰ নামত গাঁওখনৰ পথসমূহ এফালৰ পৰা খান্দি এই আঁচনিখনে গাঁওখনৰ যাতায়াত ব্যৱস্থাৰ মূল উপাদেয় পথকেইটাহে বিনষ্ট কৰিলে।

এক কথাত গাঁওবাসীৰ বাবে ভালুকৰ সাঙী হৈ পৰিছে এই পানী যোগান আঁচনি দুখন। কেৱল বৰক্ষেত্ৰীতেই নহয়, বিটিআৰৰ বৃহৎ অঞ্চল, বৰপেটা, বজালী, শিৱসাগৰ আদি বিভিন্ন জিলাত এই আঁচনিখন ইতিমধ্যে ব্যৰ্থ আঁচনিৰূপে ক’বলৈ ৰাইজ বাধ্য হৈছে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Jal Jeevan Mission
publisher

publisher

Related Posts

Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ
Assam

February 4, 2023
Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা
Assam

Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

February 4, 2023
Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ
India

Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

February 4, 2023
Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ
Assam

Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

February 4, 2023
Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান
Assam

Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

February 4, 2023
Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে
International

Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

February 4, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: