Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cyber Crime : তিনি বছৰত ১৬ লাখ চাইবাৰ অপৰাধ

চাইবাৰ অপৰাধত শীর্ষ পঞ্চম স্থানত অসম

publisher by publisher
December 14, 2022
in Assam, News
Reading Time: 1 min read
0
Cyber Crime : তিনি বছৰত ১৬ লাখ চাইবাৰ অপৰাধ
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Cyber Crime:কুখ্যাত দুই চাইবাৰ অপৰাধীক আটক কামৰূপৰ টুপামাৰীত

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Cyber Crime :

চাইবাৰ অপৰাধ তথা প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হোৱা দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে অসমে। ক’ভিডৰ পাছত চাইবাৰ অপৰাধৰ ঘটনা দুগুণলৈ বৃদ্ধি হোৱা ৰাজ্যখনত বিগত বৰ্ষটোত মুঠ ৪,৮৪৬টা এনে অপৰাধৰ গোচৰ ৰুজু হৈছে।

ADVERTISEMENT

গৃহ মন্ত্রণালয়ে সদৰী কৰা তথ্য অনুসৰি, ২০১৭ৰ পৰা বিগত পাঁচ বছৰত দেশত ১,৯৬,৭৮৮টা চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হৈছে যদিও যোৱা তিনিবছৰত অৰ্থাৎ 2020ৰ পহিলা জানুৱাৰীৰ পৰা চলিত সাত ডিচেম্বৰ পর্যন্ত দেশত ১৬ লাখ চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈছে।

লোকসভাত কালি গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অজয় কুমাৰ মিশ্ৰই এই তথ্য সদৰী কৰি কয় যে নেছনেল চাইবাৰ ক্রাইম ৰিপ’টিং পৰ্টেলত যোৱা তিনি বছৰত ১৬ লাখ চাইবাৰ অপৰাধৰ ঘটনাৰ অভিযোগ দাখিল হৈছে।

২০২০ৰ পহিলা জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ সাত ডিচেম্বৰ পৰ্যন্ত দাখিল হোৱা উল্লিখিত এই বৃহৎ সংখ্যক অভিযোগসমূহৰ ভিতৰত ৩২ হেজাৰটা ঘটনাৰ গোচৰ ৰুজু কৰা হৈছে।

‘১৯৩০’ নম্বৰৰ জৰিয়তে ভুক্তভোগীয়ে দিয়া তাৎক্ষণিক অভিযোগ ভিত্তিত এই তিনিবছৰত প্ৰায় ১৮০ কোটি টকা চাইবাৰ অপৰাধীৰ কৱলৰ পৰা ৰক্ষা তথা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰীজনে সদৰী কৰিছে।

উল্লেখ্য যে ক’ভিডৰ পাছত অসমকে ধৰি দেশৰ কে’বাখনো ৰাজ্যত পূৰ্বৰ তুলনাত ব্যাপক হাৰত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা।

বিশেষকৈ ভুক্তভোগীৰ সংশ্লিষ্ট বেংকত থকা একাউণ্টৰ তথ্য লৈ বিভিন্ন অজুহাত দেখুৱাই গোপন তথ্য সংগ্ৰহ কৰি, ভুক্তভোগীয়ে ব্যৱহাৰ কৰা বিদ্যুৎ তথা বিভিন্ন প্ৰতিষ্ঠানৰ বিল পৰিশোধ, লটাৰীত নগদ ধনৰ পুৰস্কাৰ লাভ, অনলাইন শ্বপিং আদিকে ধৰি দৈনিক নতুন নতুন কৌশল অৱলম্বন কৰি চাইবাৰ অপৰাধীয়ে পেলোৱা এই লুণ্ঠনৰ জালত পৰি বহু লোকৰ বেংক একাউণ্টৰ পৰা ধন নিমিষতে উদং হৈ পৰিছে।

গৃহ মন্ত্রণালয়ৰ তথ্য অনুসৰি, ২০২১ত দেশৰ ভিতৰতে সৰ্বাধিক তেলেংগানা, উত্তৰপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু অসমত সৰ্বাধিক চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈছে। উল্লিখিত বৰ্ষটোত তেলেংগানাত ১০,৩০৩টা, উত্তৰপ্ৰদেশত ৮,৮২৯টা, কৰ্ণাটকত ৮,১৩৬টা, মহাৰাষ্ট্ৰত ৫,৫৬২টা আৰু অসমত ৪,৮৪৬টা চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হৈছে।

উল্লেখ্য যে ২০১৭ৰ পৰা ২০২১লৈ দেশত সৰ্বমুঠ ১,৯৬,৭৮৮টা চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হৈছে আৰু ইয়াৰে ১৩,৭৪৯টা গোচৰ অসমত ৰুজু হৈছে।

তথ্য অনুসৰি, অসমত ২০১৭ত ১,১২০টা, ২০১৮ত ২,০২০টা, ২০১৯ত ২,২৩১টা চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হোৱাৰ বিপৰীতে ইয়াৰ সংখ্যা বৃদ্ধি হৈ ২০২০ত ৩,৫৩০টা আৰু ২০২১ ৪,৮৪৬টা চাইবাৰ অপৰাধৰ গোচৰ অসমত ৰুজু হৈছে বুলি গৃহ মন্ত্রণালয়ৰ তথ্যত প্ৰকাশ পাইছে।

উল্লেখ্য যে উল্লিখিত এই পাঁচ বছৰত ৰাজ্যখনত ৰুজু হোৱা ১৩,৭৪৯টা মুঠ গোচৰৰ বিপৰীতে ১২,৪৪০জনক গ্ৰেপ্তাৰ কৰা হৈছে যদিও ইয়াৰ গৰিষ্ঠ সংখ্যক গোচৰতে অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

উল্লিখিত এই মুঠ গোচৰৰ বিপৰীতে অসম আৰক্ষীয়ে ১,৬৯৩টা গোচৰৰহে অভিযোগনামা দাখিল কৰাৰ তথ্য প্রকাশ পাইছে। তথ্য অনুসৰি, ২০১৭ত অসমত ৰুজু হোৱা ১,১২০টা চাইবাৰ অপৰাধৰ গোচৰৰ বিপৰীতে আৰক্ষীয়ে ১,২৬১জনক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৭৯টা গোচৰৰহে অভিযোগনামা দাখিল কৰা হৈছে।

একেদৰে ২০১৮ত ২,০২২টা গোচৰৰ বিপৰীতে ১,৭৩০জনক গ্ৰেপ্তাৰ, ২০১টা গোচৰৰ অভিযোগনামা দাখিল, ২০১৯৩ ২,২৩১টা গোচৰৰ বিপৰীতে ১,৬৩৬জনক গ্ৰেপ্তাৰ আৰু ৩৪৯টা গোচৰৰ অভিযোগনামা, ২০২০ত ৩,৫৩০টা গোচৰৰ বিপৰীতে ১,৭১৭জনক গ্ৰেপ্তাৰ আৰু ৩৮৫টা গোচৰৰ অভিযোগনামা আৰু ২০২১ ত ৰুজু হোৱা ৪,৮৪৬টা গোচৰৰ বিপৰীতে ৬,০৯৬জনক গ্ৰেপ্তাৰ আৰু ৫৭৯টা গোচৰৰ অভিযোগনামা দাখিল কৰাৰ তথ্য গৃহ মন্ত্রণালয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য যে ২০১৭ৰ তুলনাত দেশত চাইবাৰ অপৰাধৰ ঘটনা দুগুণলৈ বৃদ্ধি পাইছে আৰু ইয়াক প্ৰতিৰোধ কৰিবলৈ বিভিন্ন ৰাজ্যত চাইবাৰ অপৰাধৰ আৰক্ষী থানা স্থাপন কৰা হৈছে যদিও বৰ্তমানলৈ অসমত এখনো চাইবাৰ অপৰাধৰ থানা স্থাপন হোৱাৰ তথ্য সদনত দাখিল কৰা তালিকাত উল্লেখ নাই।

বৰ্তমানলৈ ২০২খন চাইবাৰ অপৰাধৰ থানা স্থাপন কৰা হৈছে। ইয়াৰে ৪৬খন তামিলনাডুত, ৪৩খন মহাৰাষ্ট্ৰত, ৩১খন পশ্চিম বংগ, ১৯ খন কোলা, ১৪ খন গুজৰাট ১১খন কৰ্ণাটকত আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ajay Kumar MishraAssamCyber Crime
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d