Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

উচ্ছেদ অভিযান চলা লুটুমাৰীত জল জীৱনৰ কোটিটকীয়া আঁচনি

publisher by publisher
December 5, 2025
in Assam, News
Reading Time: 1 min read
0
উচ্ছেদ অভিযান চলা লুটুমাৰীত জল জীৱনৰ কোটিটকীয়া আঁচনি
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

Jal Jeevan Mission:✒️ৰাজ্য চৰকাৰে নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তর্গত কচুৱাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদ কৰি বনাঞ্চল বেদখলমুক্ত কৰিলেও ইয়াৰ ভিতৰত নির্মাণ প্রায় সম্পূর্ণ হোৱা এখন পানী যোগান আঁচনি এতিয়া এক গুৰুতৰ প্ৰশ্নৰ বিষয় হৈছে।

ADVERTISEMENT

বেদখলকাৰীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বনাঞ্চলৰ ভিতৰত কোটি টকাৰো অধিক ধন ব্যয় কৰি নিৰ্মাণ কৰিছিল এখন খোৱাপানী যোগান আঁচনি।

জল জীৱন মিছন আঁচনিৰ অধীনত নিৰ্মাণ কৰা এই পানী যোগান আঁচনিখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত। ইপিনে, লুটুমাৰী অঞ্চলটো সংৰক্ষিত বনাঞ্চলৰ ভিতৰৰ বাবে তাত কে’বাটাও দশকজুৰি বাস কৰা সত্ত্বেও শ শ পৰিয়ালক উচ্ছেদ কৰি বেদখলমুক্ত কৰা বুলি প্রশাসনে সদৰী কৰিছে।

অথচ সেই বেদখলকাৰীকে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে বনাঞ্চলৰ ভিতৰতে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰে পানী যোগান আঁচনিখন।

এতিয়া সেই অঞ্চল সংৰক্ষিত আৰু জনশূন্য হোৱাৰ পাছত জল জীৱন আঁচনিৰ এই কোটিটকীয়া পানী যোগান আঁচনিখনৰ বিশুদ্ধ খোৱাপানী কোনে সেৱন কৰিব তাকে লৈ ৰাইজৰ মাজত চৰ্চা আৰম্ভ হৈছে। প্রশ্ন উঠিছে যে সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কিদৰে পানী যোগান আঁচনি নিৰ্মাণৰ অনুমোদন জনোৱা হ’ল।

বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি নিৰ্মাণ কৰা আঁচনিৰ ধন এতিয়া পানীত পেলোৱাৰ বাবে দায়ী কোন। এই সংশ্লিষ্ট বিষয়াক জবাবদিহি কৰা হ’ব নে নাই সেই প্রশ্ন উত্থাপন হৈছে।

এই সন্দর্ভত তীব্র প্রতিক্রিয়া প্রকাশ কৰি নগাঁও নাগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰাই কয়, ‘এই পানী যোগান আঁচনিখন হৈছে চৰকাৰী বিকাশৰ নমুনা। বনাঞ্চলৰ ভিতৰত জল জীৱন মিছন আঁচনিৰ অধীনত কোটি কোটি টকা ৰাজহুৱা ধনৰ শৰাধ কৰি পানী যোগান আঁচনি নিৰ্মাণ কৰিলে।

এই পানী যোগান আঁচনিখন লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত বেদখলকাৰীৰ বাবে কিয় নিৰ্মাণ কৰা হৈছিল, তাৰ উত্তৰ লাগে মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পৰা। চৰকাৰে যি স্থানক লুটুমাৰী বনাঞ্চলৰ ভূমি বুলি কৈ তাৰ পৰা শ শ পৰিয়ালক উচ্ছেদ কৰিলে তাতেই কোটি টকা ব্যয় কৰি জল জীৱনৰ পানী যোগান আঁচনি নিৰ্মাণ কৰাৰ ৰহস্য কি?

এয়া কমিছনৰ অংক মাত্র।’ নগাঁও নাগৰিক সভাৰ সম্পাদকজনে চৰকাৰক কটাক্ষ কৰি লগতে কয়, ‘লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত নিৰ্মাণ কৰা জল জীৱনৰ পানী যোগান আঁচনিখনৰ পাইপেৰে ওলাবলগীয়া পৰিশোধিত পানী কোনে সেৱন কৰিব। ওচৰৰ পাহাৰৰ বনৰীয়া জীৱ-জন্তু নে চৰণীয়া গৰু-ম’হে? নে এই আঁচনিৰ পৰিশোধিত পানী সেৱন কৰিবলৈ তালৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা নিজে যাব?’

স্মৰ্তব্য যে লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত অঞ্চলৰ ভিতৰত কে’বাখনো চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়, বহুকেইটা অংগনৱাড়ী কেন্দ্রও আছিল। আনকি তাৰ ভিতৰত বৈদ্যুতিক লাইন, পঞ্চায়তৰ চিচি ব্লকৰ পকী পথো আছিল।

বনাঞ্চলৰ ভিতৰত চৰকাৰী আঁচনি ৰূপায়ণ কৰা, চৰকাৰী শিক্ষানুষ্ঠান চলাই থকা, জল জীবন আঁচনিৰ পানী যোগান আঁচনি নিৰ্মাণ কৰা আদি বেআইনী কার্য আখ্যা দি এই সন্দর্ভত এক তদন্ত আৰম্ভ কৰিবলৈকো বিভিন্ন দল-সংগঠনে দাবী জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jal Jeevan MissionNagaon
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d