Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pakistan Tlp Attacks Masjid:মুছলিম অধ্যুষিত দেশতে সুৰক্ষিত নহয় মছজিদ !

    Hath Se Hath Jodo :অসম প্ৰদেশ কংগ্ৰেছৰ হাথ সে হাথ জোড়ো অভিযান সম্পন্ন উদাৰবন্দত

    Amul Hikes Milk Price Again: আমূলে পুনৰ বৃদ্ধি কৰিলে গাখীৰৰ মূল্য !

    Anti Corruption Raid :ওদালগুৰিত হাত দাঙিলে এজনে

    Dgp Pressmeet :বাল্য বিবাহ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

    G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Pijush Hazarika:গহপুৰত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

খিলঞ্জীয়াৰ স্বাৰ্থৰক্ষা আৰু ভূমি অধিকাৰ প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অহৰহ কাম কৰি আছে : মন্ত্ৰী হাজৰীকা

publisher by publisher
January 25, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Pijush Hazarika:গহপুৰত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা
4
SHARES
44
VIEWS
ShareShareShareShare

Pijush Hazarika:

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকা আজি গহপুৰত বন অধিকাৰ আইন ২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।

ADVERTISEMENT

WhatsApp Image 2023 01 25 at 8.42.56 PM 1অনুষ্ঠানত আজি মন্ত্ৰী হাজৰীকাই ভূমি সংৰক্ষণ আৰু হস্ততাঁত আৰু বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত বন অধিকাৰ আইন ২০০৬ ৰ অধীনত ১৫৮৮ টা জনজাতিয় পৰিয়ালক আনুস্থানিক ভাৱে ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ বিতৰণ কৰে ।

RelatedPosts

Transgender Welfare Board Meeting:জনতা ভৱনত ট্ৰান্সজেণ্ডাৰ ৱেলফেয়াৰ ব’ৰ্ডৰ সভাত মন্ত্ৰী পীযুষ হাজৰীকা

Pijush Hazarika:ভূপেন বৰাৰ দিনতে ধ্বংস হৈছে কংগ্ৰেছঃ মন্ত্ৰী পীযুষ হাজৰিকা

Pijush Hazarika : দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ হেতু তেজপুৰ বিধানসভা সমষ্টিত উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা

WhatsApp Image 2023 01 25 at 8.42.55 PM 1অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী হাজৰীকাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো খিলঞ্জীয়া পৰিয়ালকে মাটিৰ অধিকাৰ প্ৰদান কৰিবলৈ প্ৰয়াস কৰি আহিছে ।

মিচ্যন বসুন্ধৰাৰ জড়িয়তে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলক মাটিৰ পট্টা প্ৰদান কৰাৰ বাবে চৰকাৰে ব্যৱস্থা কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বসুন্ধৰাৰ সমানে সমানে মিচ্যন ভূমিপুত্ৰৰ জড়িয়তেও ৰাজ্যৰ খিলঞ্জীয়া লোকক বিভিন্ন ধৰণেৰে সহায় কৰাৰ প্ৰয়াস কৰি আহিছে ।

WhatsApp Image 2023 01 25 at 8.42.55 PMআনহাতে আজিৰ অনুষ্ঠানত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ লাভ নকৰা ব্যক্তিসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে জিলা প্ৰশাসনে অহৰহ এই ক্ষেত্ৰত কাম কৰিছে আৰু সোনকালেই তেঁওলোকক এই প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব ।

মন্ত্ৰী হাজৰীকাই লগতে কয় যে অসম চৰকাৰে “অৰুণোদয়” আঁচনিৰ জড়িয়তে ৰাজ্যখনৰ পৰা “দুখীয়া” শব্দটো নোহোৱা কৰিবলৈ প্ৰয়াস কৰি আছে ।

অসমৰ সামগ্ৰিক উন্নয়ন তথা ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ হকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অহৰহ কাম কৰি আছে বুলিও মন্ত্ৰী পীযুষ হাজৰীকাই ভাষণ প্ৰসংগত উল্লেখ কৰে ।

আজিৰ অনুষ্ঠানত বি টি আৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, তেজপুৰ সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস আৰু গহপুৰ আৰু বিশ্বনাথ সমষ্টিৰ বিধায়কদ্বয়েও অংশগ্ৰহণ কৰে ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: GahpurMinister Pijush HazarikaPramod Boro
publisher

publisher

Related Posts

Pakistan Tlp Attacks Masjid:মুছলিম অধ্যুষিত দেশতে সুৰক্ষিত নহয় মছজিদ !
International

Pakistan Tlp Attacks Masjid:মুছলিম অধ্যুষিত দেশতে সুৰক্ষিত নহয় মছজিদ !

February 3, 2023
Hath Se Hath Jodo :অসম প্ৰদেশ কংগ্ৰেছৰ হাথ সে হাথ জোড়ো অভিযান সম্পন্ন উদাৰবন্দত
Assam

Hath Se Hath Jodo :অসম প্ৰদেশ কংগ্ৰেছৰ হাথ সে হাথ জোড়ো অভিযান সম্পন্ন উদাৰবন্দত

February 3, 2023
Amul Hikes Milk Price Again: আমূলে পুনৰ বৃদ্ধি কৰিলে গাখীৰৰ মূল্য !
India

Amul Hikes Milk Price Again: আমূলে পুনৰ বৃদ্ধি কৰিলে গাখীৰৰ মূল্য !

February 3, 2023
Anti Corruption Raid :ওদালগুৰিত হাত দাঙিলে এজনে
Assam

Anti Corruption Raid :ওদালগুৰিত হাত দাঙিলে এজনে

February 3, 2023
Dgp Pressmeet :বাল্য বিবাহ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল
Assam

Dgp Pressmeet :বাল্য বিবাহ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

February 3, 2023
G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক
Assam

G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক

February 3, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: