Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Defence Minister Rajnath Singh To Visits Arunachal : অৰুণাচলৰ ছিয়াংত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

চীন সিমান্তৰ ২৭টা আন্তঃগাঁথনি প্ৰকল্প সহ ছিয়ম দলং উদ্বোধন

publisher by publisher
January 3, 2023
in Assam, News
Reading Time: 2 mins read
0
Defence Minister Rajnath Singh To Visits Arunachal : অৰুণাচলৰ ছিয়াংত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

পহলগাম আক্ৰমণৰ বৰ্ষপূৰ্তিত পাকিস্তানক কঠোৰ সতৰ্কবাণী ৰাজনাথ সিঙৰ 

পশ্চিম এছিয়া উত্তেজনাৰ মাজতে দেশক আশ্বাস প্ৰতিৰক্ষা মন্ত্ৰীৰ

Defence Minister Rajnath Singh To Visits Arunachal :

চুবুৰীয়া ৰাজ্য অৰুণাচলৰ টাৱাংৰ এল চি ত যোৱাবৰ্ষৰ শেষৰ ভাগত ভাৰতীয় সেনাৰে চীন সৈন্যৰে সংঘটিত হোৱা সংঘৰ্ষৰ পাছত পোনপ্ৰথমে বাৰৰ বাবে ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি উপস্থিত হয় চিয়াং জিলাত ৷

ADVERTISEMENT

প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে সীমান্ত পথ সংস্থাই নিৰ্মাণ কৰি উলিওৱা ২৭টা আন্তঃগাঁথনি প্ৰকল্প সহ অলং-য়িকিয়ংক সংযোগ কৰা ছিয়ম সেঁতুখন উদ্বোধন কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় , বসুধৈৱ কুটুম্বকমৰ বাৰ্তা ভাৰতৰ ভূমিৰ পৰাই গ’ল বুলি চুবুৰীয়া ৰাষ্ট্ৰ খনক কটাক্ষ কৰে ৷ আনহাতে মন্ত্ৰী গৰাকীয়ে কয়, ভাৰত যেনেকৈ শান্তিৰ উপাসক তেনেকৈ শক্তিৰো উপাসক।

পৃথিৱীত দৈনিক যিকোনো ধৰণৰ সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে বুলি মন্তব্য কৰি সিঙে কয় ভাৰতে সদায় যুদ্ধ বিৰুদ্ধে অৱস্থান কৰি আহিছে ৷এইয়া ভাতৰৰ শান্তিৰ সংকেত ৷

কিন্ত তাৰ অৰ্থ এইটো নহয় যে কোনোৱে আমাৰ ওপৰত যুদ্ধ জাপি দিব আৰু আমি হাত সাৱটি বহি থাকিম৷যোগ্য প্ৰত্যুত্তৰ দিবলৈ ভাতৰ সদায় সাজু থাকিব বুলি কৈ একপ্ৰকাৰ চীনক সকীয়নি প্ৰদান কৰে ৷

প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে আৰু কয় যে দক্ষিণ পূব এছিয়া অন্যতম উত্তৰ – পুৰ্বাঞ্চল সুৰক্ষা ,দ্ৰত উন্নয়ন,বাণিজ্য,পৰ্যটন আদি ক্ষেত্ৰত সামগ্ৰিক প্ৰগতিৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ৷

আমাৰ দেশৰ এই পূব অংশ যিমানেই শক্তিশালী হ’ব সিমানেই আমাৰ সমগ্ৰ দেশ শক্তিশালী হ’ব ৷ অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু, কে’বা গৰাকী কেবিনেট মন্ত্ৰী, ভাৰতীয় সেনাৰ ফৰ ক’ৰৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা সহ বহু গণ্য মাণ্য ব্যক্তি উপস্থিত থাকে ৷

উল্লেখ্য যে প্ৰতিৰক্ষা মন্ত্ৰীয়ে আজি উদ্বোধন কৰা এই দলংখনে চীনৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ দাঁতিকাষৰীয়া দুৰ্গম আৰু পৰ্বতীয়া অঞ্চলত ভাৰতীয় সৈন্যৰ কুজকাৱাজৰ ক্ষেত্ৰত সামৰিক সুবিধাৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । ১০০মিটাৰ দৈৰ্ঘ্যৰ ছয়ম দলং খনে পৰ্বতীয়া অঞ্চলটোৰ বাসিন্দা সকলৰ চলাচল বাবে যথেষ্ট সহায়ক হ’ব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ArunachalDEFENCE MINISTERRajnath singh
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d