Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Norwegian Delegation Meet Union Minister Sarbanandra Sonowal:ভাৰতত নৰৱে’ৰ প্ৰতিনিধি দল

নৰৱে'ৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী জন খ্ৰীষ্টান ভেষ্ট্ৰেকৰ স'তে কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালৰ বৈঠক

publisher by publisher
February 9, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Norwegian Delegation Meet Union Minister Sarbanandra Sonowal:ভাৰতত নৰৱে’ৰ প্ৰতিনিধি দল
2
SHARES
19
VIEWS
ShareShareShareShare

Norwegian Delegation Meet Union Minister Sarbanandra Sonowal:

কেইবাদিনীয়া ভ্ৰমণসূচীৰে দিল্লীলৈ অহা নৰৱে’ৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী জন খ্ৰীষ্টান ভেষ্ট্ৰে আজি নতুন দিল্লীত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স’তে এক বৈঠকত মিলিত হয় ৷

ADVERTISEMENT

নৰৱে মন্ত্ৰী গৰাকীয়ে সেউজ বন্দৰ আৰু জাহাজ চলাচল, নাবিকসকলৰ প্ৰশিক্ষণকে ধৰি দ্বিপাক্ষিক স্বাৰ্থ জড়িত বিষয় সম্পৰ্কত আলোচনা কৰে।
ভৱিষ্যতে জাহাজ আৰু বহনক্ষম জাহাজ পুন ৰ্ব্যৱহাৰৰ বাবে সেউজীয়া এমোনিয়া আৰু হাইড্ৰজেনৰ দৰে বৈকল্পিক ইন্ধনৰ ব্যৱহাৰ আৰু ভাৰতত সেউজ উপকূলীয় জাহাজ পৰিবহন কাৰ্যসূচীৰ সমাধানৰ কাৰ্যকৰীকৰণৰ ওপৰতো চিন্তা-চৰ্চা কৰা হয় বৈঠকত ৷

RelatedPosts

Tennis Icon Leander Paes joins BJP: বিজেপিত যোগদান কৰিলে কিংবদন্তি টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে

All Party meeting in New Delhi:ইৰাণ বিষয়ক লৈ আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক

BJP Parliamentary Comittee Board:আজিয়ে বিজেপি প্ৰাৰ্থী তালিকাত সংসদীয় বৰ্ডে মাৰিব মোহৰ

WhatsApp Image 2023 02 09 at 18.46.34 1দুয়োখন দেশে বন্দৰ আৰু জাহাজ পৰিবহন খণ্ডত শূন্য নিৰ্গমন সমাধান কাৰ্যকৰী কৰাৰ বাবে বিশেষ প্ৰযুক্তি ব্যৱহাৰৰ প্ৰতি আগ্ৰহী বুলি নৰৱে মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

আগন্তুক বছৰবোৰত দুয়োখন দেশে তেওঁলোকৰ দ্বিপাক্ষিক অৰ্থনৈতিক আৰু কাৰিকৰী পৰিপূৰকতা ক্ৰমান্বয়ে বৃদ্ধি কৰি আহিছে বুলি প্ৰকাশ কৰে ৷ ভাৰত-নৰৱেৰ দ্বিপাক্ষিক সম্পৰ্ক দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ ভ্ৰমণৰ নিয়মীয়া আদান-প্ৰদান সন্দৰ্ভত একমত প্ৰকাশ কৰে ৷

উল্লেখ্য যে ,দুয়োখন দেশৰ মাজত অন্তিমখন যুটীয়া ৱৰ্কিং গ্ৰুপৰ সামুদ্ৰিক বৈঠক ২০২২ৰ নৱেম্বৰত অনুষ্ঠিত হৈছিল। এম.ও.পি.এছ.ডব্লিউ.-য়ে ২০২২ চনৰ জুন মাহত নীলা অৰ্থনীতিৰ ওপৰত ভাৰত-নৰৱে টাস্ক ফ’ৰ্চৰ পঞ্চম সংস্কৰণতো অংশগ্ৰহণ কৰিছিল।

ভাৰত হৈছে নৰৱে চৰকাৰ আৰু আইএমঅ’ৰ মাজত ২০১৯ চনৰ মে মাহত আৰম্ভ কৰা গ্ৰীণভৱেজ ২০৫০-এক অংশীদাৰী প্ৰকল্পৰ এটাৰ অংশ ৷ যাৰ লক্ষ্য হৈছে জাহাজ উদ্যোগক নিম্ন কাৰ্বন ভৱিষ্যতৰ দিশে পৰিৱৰ্তন কৰা।

আনহাতে দুই দেশৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকত কেন্দ্ৰীয় জাহাজ আৰু পৰ্ট আদি দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে নৰৱেৰ মন্ত্ৰীগৰাকীৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজত জাহাজ আৰু বন্দৰৰ ক্ষেত্ৰত বৰ্ধিত সামুদ্ৰিক সহযোগিতাক উৎসাহিত কৰিব। তেওঁ কয়,” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেউজ বন্দৰ আৰু সেউজ পৰিবহনৰ দৃষ্টিভংগী পূৰণ কৰাৰ বাবে আমি নৰৱেক হাইড্ৰজেন ইন্ধন কোষ ফেৰী, স্বায়ত্তশাসিত পৃষ্ঠৰ জাহাজ, নিম্ন-নিৰ্গমন এলএনজি-হাইব্ৰিড জাহাজ, শূন্যৰ ওপৰত তেওঁলোকৰ দক্ষতা ভাগ বতৰা কৰাৰ বাবেও অপেক্ষা কৰি আছো।

দুই দেশীয় যুটীয়া বৈঠকত নৰৱেৰ প্ৰতিনিধি দলটোত আছিল বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া, ভাৰতস্থ নৰৱে’ৰ ৰাষ্ট্ৰদূত আৰু নৰৱেৰ বিভিন্ন কোম্পানীৰ চি ই অ ৷

আনহাতে ভাৰতৰ ফালৰ প্ৰতিনিধিত্ব কৰে পৰা এনএছবিৰ অধ্যক্ষ, পিএছডব্লিউৰ অতিৰিক্ত সচিব আৰু এম.ও.পি.এছ.ডব্লিউ.-ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Discussionsnew delhiNorway Industry Minister Jan Chirstian VestreNorwegian DelegationUnion Minister Sarbanandra Sonowal
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d