Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Fish : বয়স হ’লেই লিঙ্গ পৰিৱৰ্তন কৰে সাগৰৰ গভীৰত বাস কৰা এই ৰঙীণ মাছে —

publisher by publisher
November 9, 2022
in Lifestyle
Reading Time: 1 min read
0
Fish : বয়স হ’লেই লিঙ্গ পৰিৱৰ্তন কৰে সাগৰৰ গভীৰত বাস কৰা এই ৰঙীণ মাছে —
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

গুৱাহাটীত বিক্ৰী হোৱা মাছত ধৰা পৰিছে বিষাক্ত ধাতুৰ উপস্থিতি

৩২ কোটি টকাত বিক্রী হ’ল এটা মাছ

মহাসাগৰৰ গভীৰত লুকাই আছে খোৱাপানীৰ বিপুল ভাণ্ডাৰ

Fish :

ৰঙীণ মাছৰ কথা ক’লেই আমাৰ মনলৈ আহে বিভিন্ন ৰূপকথাৰ কাহিনীবোৰলৈ । কিন্তু এইবাৰ ৰূপকথাৰ কাহিনী নহয় , বাস্তৱিকতে এনে এটা ৰঙীণ মাছৰ সন্ধান লাভ কৰিছে বিজ্ঞানীয়ে । এই সৰু মাছটোৰ গাত আছে ৰঙীণ উজ্জ্বল ৰং । আনকি ফিছাকেইখনতো আছে ৰঙীণ আভা । অকল ৰঙেই নহয় , এই মাছৰ বিশেষ এক বৈশিষ্ট্যই বিজ্ঞানী সকলকো আচৰিত কৰি তুলিছে ।

ADVERTISEMENT

এই বিশেষ মাছটোৰ ওপৰত গৱেষণা কৰি বিজ্ঞানীসকলে পাইছে যে , এই মাছটোৰ বয়স বাঢ়ি যোৱাৰ লগে লগেই লিঙ্গ পৰিৱৰ্তন কৰে । অৰ্থাৎ নাৰীৰ পৰা পুৰুষলৈ পৰ্যবসিত হয় এই বিশেষ মাছটো ।
প্ৰাপ্ত তথ্য অনুসৰি , প্ৰায় তিনি বছৰ পূৰ্বে তাঞ্জানিয়াৰ জাঞ্জিবাৰ অঞ্চলত এই বিশেষ মাছৰ সন্ধান পোৱা গৈছিল । নাম ৰখা হৈছিল ‘ভাইব্ৰেনিয়াম ফেয়াৰি ৰাচে ।‘

সম্প্ৰতি মালদ্বীপত এই গোত্ৰৰ আৰু এটা প্ৰজাতিৰ মাছ পোৱা গৈছে । দেশখনৰ জাতীয় ফুলৰ লগত সামঞ্জস্য থকা বাবে এই মাছ বিধৰ নাম ৰখা হৈছে , ‘ৰোচ ভেইল্ড ফেয়াৰি ৰাচে।‘ সাধাৰণভাৱে এই মাছবিধৰ গাৰ ৰং বেঙুণীয়া হয় যদিও মালদ্বীপত পোৱা এই মাছবিধৰ ৰং কিন্তু গোলাপী ।

মাছ বিধৰ আৱিষ্কাৰ হোৱাৰ পিছতেই চেখানকাৰ মেৰিন ৰিচাৰ্ছ ইনষ্টিটিউটৰ বিজ্ঞানীয়ে না-না গৱেষণা আৰম্ভ কৰিছে । এই গৱেষণাত বিজ্ঞানী সকলে লাভ কৰিবলৈ সক্ষম হৈছে কিছু আচৰিত তথ্য । তথ্য অনুসৰি এই মাছবিধ জন্মৰ সময়ত স্ত্ৰীলিঙ্গ হয় যদিও বয়স বাঢ়ি যোৱাৰ লগে লগে লিঙ্গ পৰিৱৰ্তন হয় ।

অৰ্থাৎ এই মাছবিধ প্ৰাপ্তবয়স্ক হ’লেই পৰিণত পুৰুষ মাছলৈ । ইতিমধ্যে বিজ্ঞানীসকলে এই মাছৰ ডিএনএ পৰীক্ষা কৰি স্পষ্ট সিদ্ধান্ত দিবলৈ সক্ষম হৈছে যদিও কি কাৰণে লিঙ্গ পৰিৱৰ্তন হয় সেইবিষয়ে জানিবলৈ সক্ষম হোৱা নাই । অৱশ্যে ইয়াৰ কাৰণ বিচাৰি বিজ্ঞানী সকলে পুনৰ গৱেষণা আৰম্ভ কৰিছে । সাগৰৰ প্ৰায় ১৫০ ফুট গভীৰত বাস কৰা এই মাছবিধক লৈ বিজ্ঞানীসকলৰ উৎকণ্ঠাৰ অন্ত পৰা নাই । ইতিমধ্যে সাগৰৰ গভীৰত আৰু বহুতো অজনা প্ৰাণীৰ সম্ভেদ লাভ কৰিছে বিজ্ঞানী সকলে । বিজ্ঞানী সকলৰ দাবী যে , এই অজনা প্ৰাণীৰ প্ৰ কৃত তথ্য সম্ভেদ পালে আৰু অধিক আচম্বিত হ’ব মানুহ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FishSea
publisher

publisher

Related Posts

সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে
Lifestyle

September 6, 2026
পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

September 4, 2026
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

September 4, 2026
সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d