Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sarbananda Sonowal :  ত্ৰিপুৰাবাসীয়ে পুনৰবাৰ বিজেপিকে বিপুল হাৰত জয়যুক্ত কৰাব: সৰ্বানন্দ সোণোৱাল

publisher by publisher
February 7, 2023
in News, Assam
Reading Time: 2 mins read
0
Sarbananda Sonowal :  ত্ৰিপুৰাবাসীয়ে পুনৰবাৰ বিজেপিকে বিপুল হাৰত জয়যুক্ত কৰাব: সৰ্বানন্দ সোণোৱাল
1
SHARES
13
VIEWS
ShareShareShareShare

Sarbananda Sonowal :

a96c3112 7510 42e5 88f7 1f53f59f6b8f
ভাৰতীয় জনতা পাৰ্টিৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ত মঙলবাৰে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনৰ উন্নয়ন সম্পর্কীয় “বদলাও জো হাম লেকৰ আয়ে” শীৰ্ষক এখন তথ্য ভিত্তিক পুস্তিকা আনুষ্ঠানিকভাৱে উন্মোচন কৰে কেন্দ্রীয় মন্ত্ৰী তথা বিজেপি নেতা সর্বানন্দ সোণোৱালে ৷

এই উপলক্ষে এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বিগত পাঁচটা বৰ্ষত ভাৰতীয় জনতা পাৰ্টিৰ শাসনকালত ত্ৰিপুৰাত ৰূপায়ণ হোৱা সৰ্বাংগীণ বিকাশৰ বিভিন্ন দিশ এই ৰিপ’ৰ্টত তথ্য আকাৰে প্ৰকাশ কৰা হৈছে বুলি উল্লেখ কৰি কয়, ” প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ত্ৰিপুৰাকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে বিশেষ গুৰুত্ব লাভ কৰাৰ উপৰি দেশৰ লগতে বিশ্বৰ বুকুতো নতুন পৰিচয় পাবলৈ সক্ষম হৈছে।

ADVERTISEMENT

পূৰ্বৰ চৰকাৰে উত্তৰ- পূৰ্বাঞ্চলক গুৰুত্ব, আদৰ-স্নেহ, মান্যতা একোৱেই দিয়া নাছিল। কিন্তু মোদীয়ে সমগ্ৰ অঞ্চলটোক অষ্টলক্ষ্মী আখ্যা দি উন্নয়নৰ নৱজাগৰণৰ সৃষ্টি কৰাৰ ফলশ্ৰুতিতেই এতিয়া ত্ৰিপুৰাকে ধৰি সমগ্ৰ উত্তৰ-পূবত যাতায়াত-যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নীত হৈছে। ইয়াৰ ফলত অঞ্চলটোৰ নাগৰিকসকলৰ মনোবল, শক্তি বৃদ্ধি হৈছে, লগতে উপাৰ্জনো বৃদ্ধি হৈছে৷

RelatedPosts

Dibrugarh:ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সবানন্দ সোণোৱালৰ

কংগ্ৰেছৰ প্ৰায় ২০ গৰাকী প্ৰাৰ্থীয়ে ৰাজীৱ ভৱনৰ পৰা সংগ্ৰহ কৰিলে ফৰ্ম ‘এ’ আৰু ফৰ্ম ‘বি’ 

তৰুণ-তৰুণী ভোটাৰৰ মন আকৰ্ষণৰ চেষ্টা শাসক-বিৰোধী উভয়ৰে

কংগ্ৰেছে নেচনেল এজেণ্ডাত উত্তৰ-পূৰ্বাঞ্চলক একেবাৰে গুৰুত্ব দিয়া নাছিল। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটো দেশৰ আন বহু অঞ্চলৰ তুলনাত বহু পিছপৰি ৰৈছিল। কংগ্ৰেছে লুক ইষ্ট প’লিচী লৈছিল যদিও একেবাৰেই বাস্তৱায়িত নকৰিলে, তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কোনোধৰণৰ সবল নীতি নল’লে৷

কিন্তু মোদী ডাঙৰীয়াই শাসনভাৰ লৈয়েই এক্ট ইষ্ট প’লিচী লোৱাৰ উপৰি ইয়াৰ ৰূপায়ণৰ দিশবোৰ নিজে তদাৰক কৰিছে। তেখেতে অন্তৰৰপৰা বিশ্বাস কৰে যে যাতায়াত-যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণৰ জৰিয়তেহে একোটা অঞ্চলৰ ৰূপান্তৰ সম্ভৱ৷

সেয়েহে তেখেতৰ এই দৃষ্টিভংগীৰ আঁত ধৰিয়েই ভাৰতীয় জনতা পাৰ্টিৰ দিনত ত্ৰিপুৰাকে ধৰি উত্তৰ-পূবত ৰে’লৱে, পথ ব্যৱস্থা, বিমান পৰিবহণ, জলপথ, তথ্য-প্রযুক্তি নেটৱ’ৰ্ক যথেষ্ট উন্নত হৈছে। বিজেপি চৰকাৰৰ দিনতে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বাজেটত অধিক ধন আবণ্টিত হৈছে।

ইয়াৰদ্বাৰা ত্ৰিপুৰায়ো যথেষ্ট লাভান্বিত হৈছে। ত্ৰিপুৰাৰ থলুৱা উৎপাদিত সামগ্ৰী এতিয়া দেশ-বিদেশৰ বজাৰলৈ গৈছে। সমগ্ৰ অঞ্চলটোৰ নাগৰিকসকলৰ সামাজিক সুৰক্ষা আৰু অৰ্থনৈতিক শক্তি বৃদ্ধি হৈছে। চি পি এম আৰু কংগ্ৰেছে ত্ৰিপুৰাত প্ৰায় ৫০ বছৰ ৰাজত্ব কৰিছিল, কিন্তু সমগ্র অঞ্চলটোৰ উন্নতি পিছুৱাই ৰাখি দুৰ্নীতি, ড্ৰাগছ, উগ্ৰপন্থা

আদিতে অঞ্চলটোক আবদ্ধ কৰি ৰাখিছিল। ত্ৰিপুৰাবাসীয়ে তেতিয়া বহু জীয়াতু ভুগিলে। কিন্তু মোদী ডাঙৰীয়াৰ সবল নেতৃত্ব আৰু বলিষ্ঠ নীতিৰ ফলত এতিয়া ত্ৰিপুৰাৰ লগতে উত্তৰ-পূবে মূলসুঁতিৰ সৈতে সংযোজিত হৈছে বুলি অনুভৱ কৰিব ধৰিছে। আগতে দিল্লী উত্তৰ-পূবৰপৰা বহু দূৰ বুলি অনুভৱ হৈছিল৷

মন্ত্ৰী গৰাকীয়ে আৰু কয় যে,এতিয়া এই মনোভাব সলনি হৈছে আৰ মোদীৰ মাৰ্গদৰ্শনমৰ্মে দিল্লী নিজেই উত্তৰ-পূবৰ ওচৰলৈ আহিছে। সেয়েহে আমি নিশ্চিত, এইবাৰো বিজেপিয়েই ত্ৰিপুৰাত চৰকাৰ গঠন কৰিব। তাত কোনো দ্বিধাবোধ নাই।”

সোণোৱালে লগতে কয়, “ময়ো উত্তৰ-পূৰ্বাঞ্চলৰ৷ মই নিজে বাস্তৱ দেখিছিলোঁ যোৱা ৩০- ৪০ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি কংগ্ৰেছৰ কোনো ইতিবাচক দৃষ্টিভংগীয়েই নাছিল।

তেওঁলোকৰ নীতি, মনোবৃত্তি একো নাছিল। কিন্তু এতিয়া আমাৰ লগত শক্তিশালী নীতি, মনোবৃত্তি, শক্তিশালী নেতা সকলো আছে। এতিয়া ভাৰত বিশ্বৰ আগশাৰীৰ দেশ হৈ উঠিছে আৰু মোদীজী বিশ্বনেতা হিচাপে পৰিগণিত হ’ব ধৰিছে। যিকোনো গুৰুত্বপূৰ্ণ বিষয়তে এতিয়া বিশ্বৰ সকলো দেশে ভাৰতৰ সবল দৃষ্টিভংগীলৈ বাট চাই থাকে।

বিজেপি থাকিলেহে দেশবাসী সুৰক্ষিত হৈ থাকিব আৰু উন্নয়নৰ এই অনিৰুদ্ধ যাত্ৰা দুৰন্ত গতিৰে আগুৱাই যাব৷”সংবাদমেল খনত বিজেপিৰ ৰাজহুৱা নীতি গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড° সুমিত ভাছিন, ৰাষ্ট্ৰীয় মুখপাত্রদ্বয় চৈয়দ জাফৰ ইছলাম, চৰ্দাৰ আৰ পি সিং প্ৰমুখ্যে দলীয় আন বিষয়ববীয়াসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Electionformer Tripura Chief MinisterSarbananda Sonowal
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d